• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

Pele appeals to Putin: ‘আক্ৰমণ বন্ধ কৰক’-আগ্ৰাসী পুটিনলৈ বাৰ্তা ফুটবল সম্ৰাট পেলেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2022 11:11 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়া-ইউক্ৰেইন যুদ্ধই ১০০ দিন অতিক্ৰম কৰিলে। ৰাছিয়াই ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনৰ ওপৰত সামৰিক অভিযান আৰম্ভ কৰিছিল। তেতিয়াৰ পৰা স্থৱিৰ হোৱা নাই যুদ্ধ। অব্যাহত আছে ধ্বংস। বৈছে তেজৰ নদী। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাছিয়াক একাষৰীয়া কৰাৰ চেষ্টা কৰা হৈছে। কিন্তু সি যেন জ্বলা জুইত ঘিউহে ঢালিছে।

দেশখন যুদ্ধৰ ফলত বিধ্বস্ত হৈ পৰাৰ সময়তে ইউক্ৰেইনে বিশ্বকাপৰ যোগ্যতা অৰ্জনৰ ৰাউণ্ডত স্কটলেণ্ডৰ মুখামুখি হৈছিল। জেলেনস্কিৰ দেশখনে মেচখন ৩-১ গ’লত জয়লাভ কৰে। ইউক্ৰেইন মেচখনত জিকি কাটাৰত অনুষ্ঠিত হ’বলগীয়া  বিশ্বকাপৰ আৰু ওচৰ চাপে।

ফাইল ফটোত পুটিনৰ সৈতে দুই ফুটবল কিংবদন্তি পেলে আৰু মাৰাডোনা।

দেওবাৰে ইউক্ৰেইনে প্লে অফত ৱেলছৰ সৈতে খেলিব। যদি সেই মেচখন জিকে তেওঁলোকে বিশ্বকাপৰ মূল পৰ্যায়ত উপনীত হ’ব।

Apply Now

ফুটবল সম্ৰাট পেলেই ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ আক্ৰমণৰ সন্দৰ্ভত ইমানদিনে এটা শব্দও মতা নাছিল। কিন্তু তেওঁৱো নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। ইউক্ৰেইন-স্কটলেণ্ড খেলৰ পূৰ্বে ফুটবল সম্ৰাটগৰাকীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক ইউক্ৰেইনত সামৰিক আক্ৰমণ বন্ধ কৰিবলৈ আহ্বান জনায়।

ইনষ্টাগ্ৰামত পেলেই  লিখিছে,”ইউক্ৰেইনে দেশখনৰ ভয়ানক পৰিস্থিতিটো ৯০ মিনিটৰ বাবে পাহৰিবলৈ চেষ্টা কৰিব।”

পেলেই লগতে কয়, “মই ইউক্ৰেইন-স্কটলেণ্ডৰ খেলখন বেলেগ ধৰণে চাইছো। আক্ৰমণ বন্ধ কৰক। এই ভয়ংকৰ আক্ৰমণ অব্যাহত ৰখাৰ কোনো অৰ্থ নাই। এই বিবাদে বেদনা, যন্ত্ৰণা, ভয়, সন্ত্ৰাস বিয়পায়। যুদ্ধই কেৱল ৰাষ্ট্ৰক বিচ্ছিন্ন কৰাই নহয়, মিছাইল নিক্ষেপ কৰি, পৰিয়াল ধ্বংস কৰি আৰু নিৰীহ লোকক হত্যা, শিশুৰ সপোন হত্যা কৰাৰ আঁৰত কোনো আদৰ্শ থাকিবই নোৱাৰে।”

লগতে পঢ়ক: ৯জুনত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ: কোন থাকিব, কোন যাৱ, কি পৰিকল্পনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?

পূৰ্বতে পেলেই ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে সাক্ষাৎ কৰিছিল। সেই সময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়েও তেওঁৰ সৈতে হাত মিলাইছিল। পেলেই ইনষ্টাগ্ৰামত লিখিছে, “আপোনাৰ যুদ্ধ বন্ধ কৰাৰ ক্ষমতা আছে। ২০১২ চনত মস্কোত আমাৰ দেখা হৈছিল। সেই সাক্ষাতত আমি কৰমৰ্দন কৰিছিলো।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd