DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

৯জুনত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ: কোন থাকিব, কোন যাৱ, কি পৰিকল্পনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 3, 2022 10:07 am
176
VIEWS
Share on FacebookShare on Twitter

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ঘোষণা কৰে যে অহা ৯ জুনত তেওঁৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাব। নতুনকৈ সম্প্ৰসাৰণ কৰিবলগীয়া মন্ত্ৰীসভাত পাৰ্বত্য জিলাৰ এজন বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব বুলিও তেওঁ সদৰী কৰে। অৱশ্যে সেই বিধায়কজন কোন হ’ব সেয়া তেওঁ প্ৰকাশ কৰা নাই।

মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত কেইবাজনো বিধায়কৰ ভাগ্য উদয় হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান এবছৰ সম্পূৰ্ণ কৰা হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত ১২ গৰাকী মন্ত্ৰী আছে।

লগতে পঢ়ক: ক’ভিডৰ গইনালৈ অসমত বিয়াগোম কেলেংকাৰী, মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ অভিযোগৰ আঙুলি অজাপৰ

জানিব পৰা মতে, ‘পাৰদৰ্শিতা’ৰ ভিত্তিত মন্ত্ৰীসভাৰ কেইবাজনো মন্ত্ৰীক ৰাখি একাধিক মন্ত্ৰীক বাদ দিয়াৰ লগতে দুই এগৰাকী নতুন বিধায়কৰ অন্তৰ্ভুক্তিৰে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ’ব।

নতুন সম্প্ৰসাৰণত বিজেপিৰ দুজন, অগপৰ এজন আৰু ইউপিপিএলৰ এজন বিধায়কে স্থান লাভ কৰাৰ সম্ভাৱনা আছে। সেইদৰে, কাৰ্বি আংলঙৰ পৰা এজন বিধায়কে মন্ত্ৰীসভাত স্থান লাভ কৰাটো নিশ্চিত হোৱাৰ বিপৰীতে বিপিএফৰ এজন বিধায়ক মন্ত্ৰীসভাত অন্তৰ্ভু্ক্ত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

লগতে পঢ়ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সম্পৰ্কিত ফাৰ্মক উচ্চ হাৰত দিয়া হৈছিল চেনিটাইজাৰৰ বেছিভাগ অৰ্ডাৰ’: দাবী প্ৰতিবেদনৰ

হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ প্ৰথমটো সম্প্ৰসাৰণকলৈ যথেষ্ট চৰ্চা আৰম্ভ হৈছে যদিও দলীয় সংহতি অক্ষুণ্ণ ৰখাৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক সালসলনিৰ কোনো সম্ভাৱনা নাই।

চৰ্চাৰ মাজত আছে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক ক্ষমা খুজি  ৰোষত পৰা মন্ত্ৰী সঞ্জয় কিষাণ। দুই এজন মন্ত্ৰীৰ দপ্তৰ সলনি হোৱাৰ সম্ভাৱনাও ব্যক্ত কৰিছে সূত্ৰসমূহে।

আনহাতে, মন্ত্ৰীসভাৰ জ্যেষ্ঠ নেতাসকলৰ অসন্তুষ্টিৰ প্ৰতিও মুখ্যমন্ত্ৰীয়ে দৃষ্টি ৰাখিবলগীয়া হৈছে। দলীয় মতামতৰ প্ৰতি শ্ৰদ্ধা জনাই হয়তো পুৰণি বিজেপি বিধায়কৰ ভাগ্য মুকলি হ’ব পাৰে। কিয়নো বাহিৰৰ পৰা আহি বিজেপিত আহি ভিৰ কৰা নেতাৰে মন্ত্ৰীসভাখন থুলন্তৰ হৈ পৰিলে বিজেপিৰ জ্যেষ্ঠ নিষ্ঠাৱান নেতাসকলৰ ৰোষত পৰিব পাৰে স্বয়ং মুখ্যমন্ত্ৰীও।

লগতে পঢ়ক: হিমন্ত বিশ্ব শৰ্মাৰ কথামতে বড়ো ৰাইজ নচলে; বড়োলেণ্ড আমাক লাগিবই: বনছু

সেয়ে, ‘সাপো মৰক, লাঠিও নাভাগক’ নীতিৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ প্ৰথমটো মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সমাপন কৰাৰ সম্ভাৱনাই অধিক। 

Recent News

Sivasagar

শিৱসাগৰৰ স্বাস্থ্যকৰ্মীৰ আত্মহত্যা কাণ্ড: চুইচাইড নোটৰ আধাৰত গ্ৰেপ্তাৰ হ’ল দম্পতী

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd