• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মাৰ কথামতে বড়ো ৰাইজ নচলে; বড়োলেণ্ড আমাক লাগিবই: বনছু

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ by ৰিনয় বসুমতাৰী, কোকৰাঝাৰ
June 2, 2022 8:36 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বড়োভূমিত সুকীয়া বড়ো ৰাজ্য নহয় বুলি ক’বলৈ হিমন্ত বিশ্ব শৰ্মা কোন? পৃথক বড়োলেণ্ড নোপোৱালৈকে বড়োলেণ্ডৰ দাবী চলিয়েই থাকিব৷ বড়ো ৰাইজ হিমন্ত বিশ্ব শৰ্মাৰ কথামতে নচলে বুলিও স্পষ্ট কৰি দিছে বড়ো নেছনেল ষ্টুডেণ্টচ ইউনিয়ন চমুকৈ বনছুৰ নেতৃবৃন্দই।

বৃহস্পতিবাৰে কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদ মেলত বনছুৰ  সম্পাদক নৱজ্যোতি স্বৰ্গীয়াৰীয়ে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি কয় যে ভাৰতৰ সংবিধান চুই মুখ্যমন্ত্ৰী হিচাপে তেওঁ সাংবিধানিক নীতি অনুসৰি ৰাইজৰ সেৱা কৰিব বুলি শপত গ্ৰহণ কৰিছিল৷

লগতে পঢ়ক: ক’ভিডৰ গইনালৈ অসমত বিয়াগোম কেলেংকাৰী, মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ অভিযোগৰ আঙুলি অজাপৰ

Apply Now

এসময়ত নিষিদ্ধ ঘোষিত সশস্ত্ৰ সংগঠন আলফাৰ সদস্য হৈও মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰা মুখ্যমন্ত্ৰীৰ মুখত এনে অসাংবিধানিক ভাষ্য শোভা নেপাই বুলিও কয় ছাত্ৰ নেতা গৰাকীয়ে৷

ছাত্ৰ নেতা গৰাকীৰ বিস্ফোৰক মন্তব্য যে এবছু, এনডিএফবি, বিএলটিক ঘূৰাব পাৰিব৷ কিন্তু বড়ো ৰাইজক নোৱাৰে৷ যেতিয়ালৈকে পৃথক বড়োলেণ্ড সুকীয়া ৰাজ্য গঠন নহয় তেতিয়ালৈকে ‘ন’ বড়োলেণ্ড ন’ ৰেষ্ট,উই ৱান্ট বড়োলেণ্ড’ৰ দাবী  চলিয়েই থাকিব বুলি স্পষ্ট কৰি দিয়ে৷

কিয়নো ৰাষ্ট্ৰসংঘইও খিলঞ্জীয়া জনজাতি সকলৰ ভাষা-সাহিত্য,পৰিচয়,অস্তিত্ব ৰক্ষণাবেক্ষণৰ স্বাৰ্থত ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি-জনগোষ্ঠী সমূহক সুকীয়া ৰাজ্য প্ৰদান কৰিব পাৰা যায় বুলি ঘোষণা কৰি থৈছে৷ তেনেস্থলত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোন হয়?

উল্লেখ্য যে সাংবিধানিক মূৰব্বী হৈও অসমৰ মুখ্যমন্ত্ৰীয়ে অবড়ো শব্দ ব্যৱহাৰ কৰি মুখ্যমন্ত্ৰীৰ পদমৰ্যদা লাঘৱ কৰিছে বুলি সংবাদ মেলখনত দাবী কৰে  ছাত্ৰ নেতাগৰাকীয়ে৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে সম্পৰ্কিত ফাৰ্মক উচ্চ হাৰত দিয়া হৈছিল চেনিটাইজাৰৰ বেছিভাগ অৰ্ডাৰ’: দাবী প্ৰতিবেদনৰ

ছাত্ৰ নেতাগৰাকীয়ে লগতে গুৱাহাটীৰ শিলসাকোত খিলঞ্জীয়া জনজাতিসকলক অন্যায়ভাৱে উচ্ছেদ কৰা কাৰ্যতো চৰকাৰক সমালোচনা কৰে ৷

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd