• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব নাগালেণ্ড

সম্পাদিত ভিডিঅ’ৰে দুৰ্বৃত্তৰ ব্লেকমেইল নাগালেণ্ডৰ মন্ত্ৰীক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 4, 2022 9:33 pm
Nagaland minister blackmailed
65
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাইবাৰ অপৰাধৰ ঘটনা সাম্প্ৰতিক সময়ত অতি ভয়াৱহ ৰূপত বৃদ্ধি পাইছে। সাধাৰণ জনতা বাদেই, চাইবাৰ অপৰাধৰ এই ভয়াৱহ জালত পৰিছে দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে চৰকাৰী বিভাগ তথা বিষয়াও। কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ টুইটাৰ একাউণ্ট হেক হোৱা বুলি বাতৰি প্ৰকাশিত হৈছিল। হেক হৈছিল তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ বিভাগীয় টুইটাৰ একাউণ্ট।

এইবাৰ চাইবাৰ অপৰাধৰ বলি হৈছে নাগালেণ্ডৰ এগৰাকী মন্ত্ৰী।নাগালেণ্ডৰ উচ্চ আৰু কাৰিকৰী শিক্ষা মন্ত্ৰী টেমজেন ইমনা লংকুমাৰ চাইবাৰ অপৰাধীৰ চিকাৰ হৈছে।

Apply Now

কোনো অচিনাক্ত দুৰ্বৃত্তই মন্ত্ৰীগৰাকীৰ এটা সম্পাদিত ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল কৰাৰ ভাবুকি দি ব্লেকমেইল কৰিছে।

এই ভাবুকিৰ পাছতে লংকুমাৰে ফেচবুকত এটা পোষ্টৰ জৰিয়তে তেওঁ ব্লেকমেইলিঙৰ চিকাৰ হৈছে বুলি ৰাজহুৱা কৰাৰ লগতে ব্লেকমেইলাৰৰ সন্ধান লাভৰ বাবে জনতাৰ সহায় বিচাৰে।

ফেচবুক পোষ্টটোত তেওঁ লিখিছে, “মই ৰাজ্যবাসীৰ সৈতে সংযোগ স্থাপনৰ বাবে আৰু তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰিবলৈ যথেষ্ট সময় ছ’চিয়েল মিডিয়া প্লেটফৰ্মত সক্ৰিয় হৈ থাকোঁ। মই ভিডিঅ’ কলৰ জৰিয়তে মানুহৰ সৈতে জনসাধাৰণৰ সৈতে বাৰ্তালাপ কৰোঁ। কিন্তু মোৰ সামাজিক মাধ্যমত উপস্থিতিৰ সুযোগ লৈ মোক বদনাম কৰিবলৈ কোনো অজ্ঞাত দুৰ্বৃত্তই মোৰ ভিডিঅ’ কিছু অশ্লীন দৃশ্যৰ সৈতে সম্পাদনা কৰিছে।”

দুৰ্বৃত্তই এই সম্পাদিত ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল কৰাৰ ভাবুকি দি ধন দাবী কৰিছে বুলিও মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। যদি কোনোবাই এনেধৰণৰ কোনো বাৰ্তা লাভ কৰে, সেই বাৰ্তা প্ৰেৰণ কৰা আইডি বা ফোন নম্বৰ লংকুমাৰক লগে লগে দিবলৈ আহ্বান জনায়।

যোনযোগে তেওঁক যি ফোন নম্বৰৰ পৰা ভাবুকি দিছিল, সেই ফোন নম্বৰটোৰ বিৰুদ্ধে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে।

দুৰ্বত্তৰ পৰিচয় লাভ কৰিলে নগা জনগোষ্ঠীৰ শৈলীত তেওঁৰ ভাল যত্ন লোৱা হ’ব বুলিও লংকুমাৰে উল্লেখ কৰে।

অৱশ্যে এই নগা শৈলীৰ কথাষাৰৰ দ্বাৰা তেওঁ কি বুজাব বিচাৰিছে সেয়া স্পষ্ট নহয় যদিও অভিযুক্ত দুৰ্বৃত্তৰ বিৰুদ্ধে নগা সমাজত প্ৰচলিত ব্যৱস্থাৰ আধাৰত শাস্তি দিয়াৰ কথা উল্লেখ কৰিছে বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য যে লংকুমাৰে ২০১৮ চনৰ নিৰ্বাচনত মোকোকচুং জিলাৰ আলংটাকি সমষ্টিৰ পৰা জয়ী হৈছিল।

তেওঁ বৰ্তমান নাগালেণ্ডৰ উচ্চ আৰু কাৰিকৰী শিক্ষা মন্ত্ৰীৰ দায়িত্বত থকাৰ লগতে নাগালেণ্ড বিজেপিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm
ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

ভয়ংকৰ দিশলৈ কৃত্ৰিম বুদ্ধিমত্তা! চৰকাৰী ৱেবছাইট হেক কৰিলে অপেনএআই এজেণ্টে

September 27, 2026 4:38 pm
বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

বৰাকলৈ বৃহৎ বিনিয়োগৰ আশা! আমৰাঘাটত গেছৰ সন্ধান পালে অ’এনজিচিয়ে

September 27, 2026 3:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

September 27, 2026 8:10 pm
ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

ডিগ্ৰীধাৰী যুৱপ্ৰজন্মই কিয় নাপায় চাকৰি? নীতি আয়োগৰ প্ৰতিবেদনত পোহৰলৈ আহিল নিবনুৱা সমস্যাৰ ভয়ংকৰ তথ্য

September 27, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd