• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

দুৰন্ত বাবৰ! কোহলীক অতিক্ৰমি নতুন অভিলেখ ৰচিলে বাবৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2022 7:32 pm
Babar Azam Breaks Kohli's record
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাম্প্ৰতিক ক্ৰিকেট বিশ্বত নিজৰ চমকপ্ৰদ প্ৰদৰ্শনেৰে অন্যতম শ্ৰেষ্ঠ বেটাৰ হিচাপে খ্যাতি অৰ্জন কৰা পাকিস্তানৰ অধিনায়ক বাবৰ আজমে অব্যাহত ৰাখিছে অবিশ্বাস্য ছন্দ। আন্তৰ্জাতিক ক্ৰিকেটত ক্ৰমাগতভাৱে বেটিং বিক্ৰম প্ৰদৰ্শন কৰি অহা বাবৰে বুধবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথম খন এদিনীয়াত শতকীয় ইনিংছেৰে পাকিস্তানৰ জয় নিশ্চিত কৰাৰ লগতে দুটাকৈ নতুন অভিলেখ স্থাপন কৰিছে।

বুধবাৰৰ এই শতকীয় ইনিংছটোৰে পাকিস্তানৰ অধিনায়ক হিচাপে দায়িত্ব লোৱাৰ পিছত বাবৰে এদিনীয়াত ১০০০ ৰান সম্পূৰ্ণ কৰে। মাত্ৰ ১৩ টা ইনিংছতে এই কৃতিত্ব অৰ্জন কৰি বাবৰে এক ঈৰ্ষণীয় ৰেকৰ্ড নিজৰ নামত সন্নিৱিষ্ট কৰে।

Apply Now

অধিনায়ক হিচাপে দ্ৰুততম ১,০০০ ৰান সংগ্ৰহৰ তালিকাত বাবৰে অতিক্ৰম কৰে ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীক।

বাবৰে অধিনায়ক হিচাপে মাত্ৰ ১৩ টা ইনিংছতে ১,০০০ ৰানৰ সংখ্যা স্পৰ্শ কৰাৰ বিপৰীতে বিৰাটে ১৭ টা ইনিংছত এই কৃতিত্ব অৰ্জন কৰিছিল। আনহাতে এই তালিকাত কোহলীৰ পিছতে আছিল দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক এবি ডি ভিলিয়াৰ্ছ।

ভিলিয়াৰ্ছে অধিনায়ক হিচাপে দায়িত্ব লোৱাৰ পিছত ১৮ টা ইনিংছত ১,০০০ ৰান সংগ্ৰহ কৰিছিল। এইক্ষেত্ৰত কেন উইলিয়ামছনে ২০ টা ইনিংছত আৰু এলিয়েষ্টাৰ কুকে ২১ টা ইনিংছত এই সফলতা অৰ্জন কৰিছিল।

বুধবাৰৰ খেলখন আৰম্ভ হোৱাৰ পূৰ্বে কোহলীক অতিক্ৰমৰ বাবে বাবৰ আজমক ৯৮ ৰাণৰ প্ৰয়োজন আছিল আৰু ধাৰাবাহিক প্ৰদৰ্শনৰ ধাৰা অক্ষুণ্ণ ৰাখি শতকীয় ইনিংছেৰে বাবৰে এই অভিলেখ গঢ়ি তোলে।

বাবৰে লগতে এই শতকীয় ইনিংছটোৰে আন এক অভিলেখো স্থাপন কৰে। এইয়া আছিল এদিনীয়াত বাবৰৰ ক্ৰমাগত তৃতীয়টো শতক। এইদৰে এদিনীয়া ক্ৰিকেটৰ ইতিহাসত দুবাৰকৈ ক্ৰমাগতভাৱে তিনিটা শতক অৰ্জন কৰা প্ৰথম ক্ৰিকেটাৰ হিচাপেও চিহ্নিত হয় বাবৰ।

সম্প্ৰতি বাবৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত এগৰাকী শ্ৰেষ্ঠ বেটাৰ ৰূপে নিজকে প্ৰতিষ্ঠিত কৰিছে। ধাৰাবাহিকভাৱে আগবঢ়াই অহা উন্নত প্ৰদৰ্শনৰ সুবাদত ভাবৰে এদিনীয়া আৰু টি-২০ ফৰ্মেটত বিশ্বৰ শীৰ্ষস্থানৰ বেটাৰ হিচাপে পৰিগণিত হৈছে। আনহাতে টেষ্ট ক্ৰিকেটতো বেটাৰৰ ৰেংকিঙত চতুৰ্থ স্থানত আছে বাবৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

August 13, 2026 8:39 pm
ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

August 13, 2026 7:16 pm
যোৱা ১২ বছৰত ১০ লাখ কোটি টকাৰ বৃহৎ কৰ্পৰেট ঋণ বন্ধ কৰি দিছে মোডী চৰকাৰে

যোৱা ১২ বছৰত ১০ লাখ কোটি টকাৰ বৃহৎ কৰ্পৰেট ঋণ বন্ধ কৰি দিছে মোডী চৰকাৰে

August 13, 2026 6:23 pm
লিকাবালিৰ সমীপত অসম-অৰুণাচল সীমান্তত উত্তেজনা; শিলগুটি নিক্ষেপ, আৰক্ষীৰ গুলী

লিকাবালিৰ সমীপত অসম-অৰুণাচল সীমান্তত উত্তেজনা; শিলগুটি নিক্ষেপ, আৰক্ষীৰ গুলী

August 13, 2026 5:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

কৰ্পৰেটৰ চাপতে চেনি-নিমখ-চৰ্বিযুক্ত খাদ্যত সতৰ্কতামূলক লেবেল নাই? কেন্দ্ৰক ধমক উচ্চতম ন্যায়ালয়ৰ

August 13, 2026 8:39 pm
ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

ভাড়া ১০, ২০, ৩০ টকা বঢ়াই ৰাইড বুকিং বন্ধ; অ’লা, উবেৰ, ৰেপিডোৰ দৰে কেব কোম্পানীক নিৰ্দেশ কেন্দ্ৰৰ

August 13, 2026 7:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd