• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নুপুৰ শৰ্মাক ‘শিৰচ্ছেদ’ কৰাৰ ভিডিঅ’ প্ৰস্তুত কৰি গ্ৰেপ্তাৰ কাশ্মীৰী ইউটিউবাৰ ফৈজল ৱানী

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
June 11, 2022 7:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হজৰত মহম্মদকলৈ কৰা  মন্তব্যই দেশত উত্তেজনাৰ সৃষ্টি কৰি থকাৰ সময়তে নুপুৰ শৰ্মাৰ শিৰচ্ছেদৰ ভিডিঅ’ ছচিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল কৰি গ্ৰেপ্তাৰ হ’ল এজন কাশ্মীৰী ইউটিউবাৰ। ফৈজল ৱানী নামৰ ইউটিউবাৰ জনে নিলম্বিত বিজেপি মুখপাত্ৰ নুপুৰ শৰ্মাৰ শিৰচ্ছেদৰ ভিডিঅ’ প্ৰস্তুত কৰি ছচিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল কৰিছিল ।এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে বিষয়টোকলৈ উত্তেজনাৰ সৃষ্টি হয়।ফলত ৰাজহুৱা প্শান্তি ভংগ কৰা আৰু ৰাইজৰ মাজত ভয়ৰ পৰিবেশ সৃষ্টিৰ অভিযোগত আৰক্ষীয়ে ৱানীক গ্ৰেপ্তাৰ কৰে।

।প্ৰতিক্ৰিয়াৰ পিছতে ফৈজল ৱানিয়ে ভিডিঅ’টো ডিলিট কৰি দিছিলআৰু ইয়াৰ বাবে ক্ষমাও বিচাৰিছিল। গ্ৰেপ্তাৰ হোৱাৰ আগতে ৱানিয়ে আন এটা ভিডিঅ’ পোষ্ট কৰিছিল য’ত তেওঁ কৈছিল যে মানুহ বা কোনো ধৰ্মৰ অনুভূতিক আঘাত কৰাৰ তেওঁৰ কোনো অভিপ্ৰায় নাই।”ৱানীৰ বুৰুদ্ধে দাখিল কৰা এজাহাৰখনৰ ভিত্তিত চাফা কাদাল আৰক্ষী থানাৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৫০৫ আৰু ৫০৬ ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰিছে।

Apply Now

ভিডিঅ’টো সন্দৰ্ভত ৱানীয়ে কৈছিল “মই যোৱা নিশা নুপুৰ শৰ্মাৰ বিষয়ে এটা ভিডিঅ’ আপলোড কৰিছিলো। এইটো এটা ভিএফএক্স ভিডিঅ’ আছিল যিটো সমগ্ৰ ভাৰততে ভাইৰেল হৈছিল আৰু মোৰ দৰে এজন নিৰীহ ব্যক্তি জড়িত হৈ পৰিছিল। মোৰ কেতিয়াও আন কোনো ধৰ্মক আঘাত কৰাৰ কোনো অভিপ্ৰায় নাই, কিয়নো ইছলামে আমাক আন ধৰ্মক সন্মান কৰিবলৈ শিকায়”।

“যদি ইয়াৰ বাবে কাৰোবাৰ অন্তৰত আঘাত দিছো, মই অত্যন্ত দুঃখিত। কাকো আঘাত কৰাৰ মোৰ কোনো ইচ্ছা নাছিল,” তেওঁ লগতে কয়। উল্লেখ্য ডিলিট কৰা ভিডিঅ’টোত দেখা গৈছিল যে খালি দেহৰ ইউটিউবাৰে তৰোৱাল চলাইছিল আৰু শৰ্মাৰ এখন ফটোৰ শিৰচ্ছেদ কৰিছিল।

শৰ্মাক ভাৰতীয় জনতা পাৰ্টীয়ে নিলম্বন কৰিছিল আনহাতে আন এজন নেতা নবীন জিন্দলক পয়গম্বৰ মহম্মদৰ ওপৰত তেওঁলোকৰ বিতৰ্কিত মন্তব্যৰ বাবে বহিষ্কাৰ কৰা হৈছিল। হজৰত মহম্মদৰ বিৰুদ্ধে তেওঁলোকে কৰা মন্তব্যৰ ফলত ভাৰতকে ধৰি কেইবাখনো ইছলামিক দেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক এজাহাৰো পঞ্জীয়ন কৰা হৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd