• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আকৌ কোভিডৰ সংক্ৰমণে চিন্তিত কৰিছে চীনৰ চৰকাৰক, বেইজিঙত ৬১ জন লোক কোভিডত আক্ৰান্ত

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
June 13, 2022 7:40 am
216
VIEWS
Share on FacebookShare on Twitter

কোভিডৰ জন্মস্থান বুলি সন্দেহ কৰা চীনত ৰোগ বিধ নিয়ন্ত্ৰণলৈ আহিছিল যদিও এতিয়া পুনৰ দেশ খনৰ ৰাজধানী চহৰ বেইজিঙতে বহু লোক কোভিডত আক্ৰান্ত হৈছে।

বেইজিঙত শেহতীয়াকৈ ৬১ জন লোক নতুন কৰোনাভাইৰাছত আক্ৰান্ত হৈছে। হেভেন চুপাৰমাৰ্কেটত বহু লোক কোভিডত আক্ৰান্ত হোৱাৰ খবৰ আহিছে।

এগৰাকী চৰকাৰী মুখপাত্ৰই কয় যে এতিয়া দেশ খনৰ ৰাজধানী চহৰ বেইজিঙতো পুনৰ কোভিডৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে।

বেইজিঙত এতিয়ালৈকে লকডাঙন ঘোষণা কৰা হোৱা নাই যদিও কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণৰ জৰিয়তে কোভিডৰ সংক্ৰমণ ৰোধ কৰাৰ চেষ্টা চলোৱা হৈছে। সেইমৰ্মে বেইজিঙত হোটেল-ৰেষ্টুৰেণ্ট সমূহ বন্ধ কৰি দিয়া হৈছে।

কেৱল টেকআউট আৰু ডেলিভাৰীৰ বাবেহে বেইজিঙত হোটেল-ৰেষ্টুৰেণ্ট সমূহ খোলা ৰখা হৈছে।

চীনৰ ৰাজধানী চহৰ খনৰ প্ৰমোদ উদ্যান আৰু পৰ্যটকৰ আকৰ্ষণৰ স্থলীসমূহত দৰ্শকৰ সীমা ৫০ শতাংশলৈ হ্ৰাস কৰা হৈছে।

যোৱা বছৰ মুকলি হোৱা বেইজিংৰ ইউনিভাৰ্চেল ষ্টুডিঅ’ থীম পাৰ্ক খন সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে।

কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ধৰা পৰা ব্যক্তিগত অট্টালিকা আৰু হাউচিং কমপ্লেক্সবোৰ কণ্টেইমেন্ট জ’ন হিচাবে ঘোষণা কৰি বাহিৰৰ মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।

চীনৰ দেৱাৰ দৰ্শন কৰিব বিচৰা দৰ্শনাৰ্থীসকলে ৪৮ ঘণ্টাৰ পূৰ্বে কোভিড পৰীক্ষাৰ প্ৰমাণ দেখুৱাব লাগিব।

কোভিড ঋণাত্মক হ’লেহে পৰ্যটকক চীনৰ দেৱাৰ দৰ্শনৰ অনুমতি দিয়া হৈছে।

Recent News

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পেহেলগাম কাণ্ড সম্পৰ্কে চৰকাৰক প্ৰশ্ন কৰি গ্ৰেপ্তাৰ হোৱা মাদ্ৰী কাকতিৰ জামিন মঞ্জুৰ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

স্মাৰ্ট মিটাৰ স্থাপনক লৈ বিতৰ্কত পশ্চিম বংগ: ৰাইজৰ প্ৰতিবাদত আপাতত স্থগিতাদেশ জাৰী কৰিলে বিদ্যুৎ বিভাগে

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ৰাজা ৰঘুবংশী হত্যাকাণ্ড সম্পৰ্কে সামাজিক মাধ্যমত মেঘালয়ৰ বিৰুদ্ধে ঘৃণামূলক পোষ্ট দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব  আইনী ব্যৱস্থা

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

ড° বিভৱ কুমাৰ তালুকদাৰ আৰু বিভু ভূঞাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ প্ৰেক্টিছ’ হিচাপে নিযুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd