• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেৰালাত নতুন ৰোগত আক্ৰান্ত হৈ পুনৰ আন এগৰাকী লোকৰ মৃত্যু

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
June 13, 2022 7:52 am
Covid-death

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড, মাংকি পক্স আদিৰ আতংকৰ মাজতে কেৰালাত স্ক্ৰাব টাইফাছৰোগত আক্ৰান্ত হৈ পুনৰ আন এজন লোকৰ মৃত্যু ঘটিছে।মৃত্যু ঘটা লোকজনৰ বয়স ৩৮ বছৰ।

তিৰুৱন্তপুৰমৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় তেওঁৰ মৃত্যু ঘটিছে।

Apply Now

যোৱা ১৫ দিন ধৰি এই ৰোগত আক্ৰান্ত ৰোগীগৰাকীক ১০ জুনত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু দেওবাৰে পুৱা তেওঁৰ মৃত্যু হয়।

৯ জুনত চেৰুন্নিয়ুৰৰ বাসিন্দা ১৫ বছৰীয়া অশ্বথিৰো একে ৰোগতে মৃত্যু ঘটিছে। , কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে ৰোগ বিধৰ সন্দৰ্ভত সবিশেষ তথ্য আহৰণ কৰিবলৈ বিশেষ চিকিৎসা দলক নিৰ্দেশ দিছে। জানিব পৰা মতে ৰাজ্যৰ স্বাস্থ্য বিভাগে পৰিস্থিতিটো নিৰীক্ষণ কৰি আছে।

“স্ক্ৰাব টাইফাছ হৈছে এক সংক্ৰামক ৰোগ, যি হৈছে এক ঘুণ-বাহিত বেক্টেৰিয়া। ঘুণৰ লগতে নিগনি, শহাপহু আদিয়ে মানুহৰ দেহলৈ এইৰোগ বহন কৰি আনিব পাৰে।

উল্লেখ্য কৰ’নাভাইৰাছৰ পিছত মাঙ্কিপক্স ভাইৰাছে উদ্বেগ বৃদ্ধি কৰিছিল। কিন্তু এই দুই ভাইৰাছৰ পৰা সুৰক্ষিত হোৱাৰ পূৰ্বেই দেশত এইবাৰ দেখা দিছে আন এক নতুন ভাইৰাছে। কেৰালাত দুজনৰ দেহত পোৱা গৈছে নোৰোভাইৰাছ। ইতিমধ্যে দুটি শিশুৰ দেহত ভাইৰাছটোৰ উপস্থিতি ধৰা পৰিছে।

নোৰোভাইৰাছক লৈ চাৰিওপিনে যথেষ্ট উদ্বেগ বৃদ্ধি পাইছে। বিশেষজ্ঞসকলে জানিবলৈ দিছে যে এই ভাইৰাছটো প্ৰধানকৈ খাদ্য আৰু পানীৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰে। লগতে ই অত্যন্ত সংক্ৰামক। ৰাজ্যখনত ইতিমধ্যে চূড়ান্ত সতৰ্কতা জাৰি কৰা হৈছে।

নোৰোভাইৰাছত আক্ৰান্ত লোকসকলৰ ক্ষেত্ৰত বমি আৰু ডায়েৰিয়া দেখা দিছে। এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকসকলে বমি আৰু ডায়েৰিয়াৰ লগতে এদিন বা দুই দিনৰ ভিতৰত পেটৰ বিষ, জ্বৰ, মুৰৰ বিষ আৰু শৰীৰৰ বিষ অনুভৱ কৰে।

তিৰুৱন্তপুৰমৰ প্ৰাথমিক বিদ্যালয়ত ইতিমধ্যে দুজন আক্ৰান্ত ধৰা পৰিছে। বাতৰি অনুসৰি দুটি শিশুৰ বমি, ডায়েৰিয়া আৰু জ্বৰত ভূগিছে। ৰাজ্যৰ শিক্ষা মন্ত্ৰী ভি শিৱানকুট্টিয়ে বিদ্যালয়সমূহক মধ্যাহ্ন ভোজন ৰন্ধাৰ সময়ত অধিক সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছে।

কেৰালাৰ স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে কয়, “এই ভাইৰাছটো অতি সংক্ৰামক। আমি পৰিস্থিতি নিৰীক্ষণ কৰি আছো আৰু ৰাজ্যখনৰ বিভিন্ন বিদ্যালয়ত শিক্ষাৰ্থী আৰু শিক্ষকসকলক ইতিমধ্যে ভাইৰাছটোৰ বিষয়ে সতৰ্ক কৰি দিয়া হৈছে।”

কেৰালা প্ৰশাসনৰ সূত্ৰ অনুসৰি, “দুটি শিশুৰ দেহত নোৰোভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। অৱশ্যে তেওঁলোক সুস্থ আছে। এই মুহূৰ্তত চিন্তাৰ কোনো কাৰণ নাই। কিন্তু এতিয়াৰ পৰাই সকলোৱেই সাৱধান হ’ব লাগিব। পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা উচিত।”

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

August 31, 2026 1:54 pm
লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

August 31, 2026 1:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm
শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd