• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিআইডিএফৰ ১০০কোটি টকাৰ পুজি: শিৱসাগৰ আছুৰ সংবাদ মেল; বিধায়কৰ নিৰ্লিপ্ততাক ধিক্কাৰ

পার্শ্বজোতি গগৈ, শিৱসাগৰ by পার্শ্বজোতি গগৈ, শিৱসাগৰ
June 17, 2022 1:07 pm
244
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যলয়ত বৃহস্পতিবাৰে অনুষ্ঠিত এখন সংবাদমেল সম্বোধন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্য্যনিৰ্বাহক সদস্য সমীৰণ ফুকনে।

২০১৮-১৯ বিত্তীয় বৰ্ষৰ চহৰ আন্ত:গাঁথনি বিকাশ পুজি (CIDF)ৰ  ১০০ কোটি টকাৰ পুঁজি সন্দৰ্ভত এই সংবাদমেল অনুষ্ঠিত কৰা হৈছিল।

শিৱসাগৰৰ ১৬টা শিতানত প্ৰায় ৯৯ লক্ষ টকা প্ৰাককলন প্ৰস্তত কৰা হৈছিল। CIDF পুঁজি UIDFলৈ হস্তান্তৰ কৰাকলৈ উদ্বেগ প্ৰকাশ কৰে ছাত্ৰ সন্থাই।

লগতে পঢ়ক: Flood in Assam: ‘বান বাৰিষাৰে বান, বাৰে বাৰে সহিম কিমান!’ হাজোত কেমেৰাৰ সন্মুখতে বানে উটুৱাই নিলে ঘৰ

এতিয়া এই পুঁজি হস্তান্তৰ কৰিলে ১৬ টা শিতানৰ পৰিকল্পনা সন্দিহান হৈ পৰিব বুলিও প্ৰকাশ কৰে ছাত্ৰ সন্থাই।

ছাত্ৰ সন্থাৰ দাবী যে UIDFৰ জৰিয়তে যি ৰূপায়ন কৰিব আছে কৰক কিন্ত CIDF নিৰ্ধাৰিত দফা সমূহ কাৰ্যকৰী হব লাগিব। কেৱল জে’ল আৰু কনভেনচন হ’লত এই ধন ব্যয় কৰাটো গ্ৰহণযোগ্য নহয় বুলি ব্যক্ত কৰে সংগঠনটোৱে।

আনহাতে, শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ নিৰ্লিপ্ততাকো ধিক্কাৰ দিয়ে শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই।

লগতে পঢ়ক: Flood in Assam: সহায়ৰ হাত! অসমলৈ বান সাহায্য আগবঢ়ালে বলিউড তাৰকা অৰ্জুন কাপুৰ আৰু ৰোহিত চেট্টীয়ে

ৰাজনৈতিক ষড়যন্ত্ৰৰে বিজেপি মিত্ৰজোঁট চৰকাৰে সদায় শিৱসাগৰক বঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন কৰি এনে ষড়যন্ত্ৰ পৰিহাৰ কৰাৰ আহ্বান জনায় ছাত্ৰ সংগঠনটোৱে।

Recent News

মঙলৰ কঠিন মাটিত গংগাতকৈও বিশাল প্ৰাচীন নদীপথৰ অস্তিত্ব বিচাৰি পালে বিজ্ঞানীসকলে!

মঙলৰ কঠিন মাটিত গংগাতকৈও বিশাল প্ৰাচীন নদীপথৰ অস্তিত্ব বিচাৰি পালে বিজ্ঞানীসকলে!

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

অলিম্পিক ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব নীৰজ চোপ্ৰা আৰু আৰ্শ্বাদ নাদীম

অলিম্পিক ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব নীৰজ চোপ্ৰা আৰু আৰ্শ্বাদ নাদীম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd