• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঝাৰখণ্ডৰ পিছত এইবাৰ হিমাচলত ৰোপৱে’ত আৱদ্ধ বহু পৰ্যটক

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
June 20, 2022 6:08 pm
142
VIEWS
Share on FacebookShare on Twitter

কিছুদিন পূৰ্বে ঝাৰখণ্ডত ৰোপৱে’ দুৰ্ঘটনাত কেইবাজনো লোকৰ মৃত্যু ঘটাৰ পিছত আজি পুনৰ হিমাচল প্ৰদেশত ৰোপৱে’ত আবদ্ধ হৈ পৰিছে বহু কেইজন লোক।

হিমাচল প্ৰদেশত এখন কেবল কাৰ চলি থকা অৱস্থাতে আৱদ্ধ হৈ পৰাৰ খবৰ পোৱা গৈছে।

হিমাচল পৰদেশৰ পাৰৱানুত কেইবা ঘণ্টা ধৰি দুজন জ্যেষ্ঠ নাগৰিক আৰু চাৰিগৰাকী মহিলাসহ ১১ জন লোক কেবল কাৰ ট্ৰলীত আবদ্ধ হৈ আছে।

কেবল কাৰত যান্ত্ৰিক ত্ৰুটি ঘটাৰ ফলতে সেয়া চলি থকা অৱস্থাতে বন্ধ হৈ পৰে।

এই ঘটনাৰ পিছতে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে।

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ এটা দলে সোমবাৰে হিমাচল প্ৰদেশৰ চোলান উপত্যকাৰ টিম্বাৰ ট্ৰেইল পাৰৱানুত লোক কেইজনক উদ্ধাৰৰ চেষ্টা চলাই থকা বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰে।

ঘৰ জিলাৰ বাবা বৈদ্যনাথ মন্দিৰৰ ওচৰৰ ত্ৰিকুট পাহাৰত ৰোপৱে’ দুৰ্ঘটনাত দুগৰাকী মহিলা পৰ্যটককে ধৰি তিনিজনে মৃত্যুক সাৱটি লৈছিল।

দুখন ‘কেব’ল কাৰ’ৰ মাজত সংঘৰ্ষ হোৱাৰ ফলতে থিতাতে মহিলা পৰ্যটক দুগৰাকীৰ মৃত্যু ঘটাৰ লগতে এজনৰ পিছত মৃত্যু হৈছিল।

এই ঘটনাত ৮ গৰাকী পৰ্যটক আহত হৈছিল। কেবিনতে আবদ্ধ হৈ পৰিছিল ৪৮ গৰাকী পৰ্যটক।

ভাৰতীয় সেনা, ভাৰতীয় বায়ু সেনা, আইটিবিপি আৰু এনডিআৰএফৰ দলে উদ্ধাৰ অভিযানত নামি পৰিছিল।

ৰোপৱে’ত আৱদ্ধ হৈ থকা লোকসকলৰ উদ্ধাৰ অভিযানত দুখন এমআই-১৭ হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছিল।

কাৰিকৰী বিজুতিৰ বাবেই দুখন কেব’ল কাৰৰ মাজত খুন্দা লাগে বুলি ধাৰণা কৰা হৈছিল।

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

অনাধিকাৰ প্ৰৱেশ ভৱেশৰ! নিয়ম উলংঘা কৰি ভোটগণনা কেন্দ্ৰত সোমাল ভৱেশ কলিতা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

চাকৰিৰ প্ৰতিশ্ৰুতিৰে গাড়ীত তুলি নি ধৰ্ষণ, চলন্ত গাড়ীৰ পৰা দলিয়াই দিলে তৰুণীক : যোগীৰাজ্যত লোমহৰ্ষক ঘটনা

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd