• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঘৰৰ বিভিন্ন স্থানত পৰি ৰৈছে মৃতদেহ; একেটা পৰিয়ালৰ ৯ জন সদস্যৰ মৃত্যুক লৈ ৰহস্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 20, 2022 8:10 pm
1.2k
VIEWS
Share on FacebookShare on Twitter

ঘৰৰ বিভিন্ন স্থানত মৃতদেহবোৰ সিঁচৰতি হৈ পৰি আছে। ক’ৰবাত তিনিটা, কৰবাত দুটা এনেকৈয়ে পৰি আছে মৃতদেহবোৰ। ঘৰৰ বিভিন্ন স্থানত এনেদৰে মুঠ ৯ টা মৃতদেহ পৰি আছে। মহাৰাষ্ট্ৰৰ চাংলিৰ এটা পৰিয়ালৰ এই ঘটনাই সমগ্ৰ ৰাজ্যখনত এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মুম্বাইৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ দূৰত চাংলিৰ মহিচালত সংঘটিত ঘটনাটো প্ৰাথমিকভাৱে আৰক্ষীয়ে আত্মহত্যা বুলি ধাৰণা কৰিছে।

লগতে পঢ়ক: Agnipath Protests: মোদী চৰকাৰৰ বাবে কৃষি আইনৰ দৰেই অৱস্থা হ’ব নেকি অগ্নিপথৰো? কিয় জোকাই লৈছে ‘অগ্নিবীৰ’ সকলক?

চাংলিৰ এছ পি দীক্ষিত গেদামে সংবাদ মাধ্যমৰ আগত কয়, “ঘৰটোত মুঠ ৯টা মৃতদেহ পোৱা গৈছে। এটা স্থানত তিনিটা মৃতদেহ পোৱা গৈছে। বাকী ছয়টা মৃতদেহ ঘৰৰ বিভিন্ন অংশত পোৱা গৈছে। মৃত্যুৰ কাৰণ অনুসন্ধান কৰি থকা হৈছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে মৃত্যুৰ কাৰণ জানিব পৰা যাব।‘’

অৱশ্যে প্ৰাথমিকভাৱে অত্যধিক ঋণৰ বোজা সহিব নোৱাৰি পৰিয়ালটোৰ সদস্যসকলে এইদৰে আত্মহত্যা কৰা বুলি ধাৰণা কৰা হৈছে। 

লগতে পঢ়ক: Ukraine war: ইউক্ৰেইন সংকটৰ ফল; চীনৰ আটাইতকৈ বৃহৎ তেল সৰবৰাহকাৰী হৈ পৰিল ৰাছিয়া!

ঘটনাত মৃতসকলৰ পৰিচয়ও পোৱা গৈছে। আৰক্ষী সূত্ৰ অনুসৰি, মৃতসকলক পোপত য়ালাপ্পা ভানমোৰ (৫২), সংগীতা পোপট ভানমোৰ (৪৮), অৰ্চনা পোপট ভানমোৰ (৩০), সুভাম পোপত ভানমোৰ (২৮), মানিক য়ালাপ্পা ভানমোৰ (৪৯), ৰেখা মানিক ভানমোৰ (৪৫), আদিত্য মানিক ভানমোৰ (১৫), অনিতা মানিক ভানমোৰ (১৫), আৰু আক্কাটাই মানিক ভানমোৰ (৭২) বুলি চিনাক্ত কৰা হৈছে।

Recent News

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd