• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

Assam Career : ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডত বিভিন্ন পদ খালী, কেনেকৈ কৰিব আবেদন?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2022 3:34 pm
Assam Career
196
VIEWS
Share on FacebookShare on Twitter

ভাৰত ইলেক্ট্ৰনিক্স লিমিটেডে অসমত বিভিন্ন কাৰিকৰী পদৰ বাবে প্ৰাৰ্থীৰ পৰা  আবেদন আহ্বান কৰিছে।
প্ৰতিষ্ঠানটোৱে অসমত প্ৰকল্প অভিযন্তা-১ পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।
পদৰ নাম : প্ৰকল্প অভিযন্তা-১
পদৰ সংখ্যা : ২
অৰ্হতা : ইলেক্ট্ৰনিকছ / ইলেক্ট্ৰনিক্স / যোগাযোগ, ইলেক্ট্ৰনিকছ আৰু টেলিকমিউনিকেচন / যোগাযোগ / বৈদ্যুতিক আৰু ইলেক্ট্ৰনিক্স / কম্পিউটাৰত বিই/বিটেক/বিএছচি (ইঞ্জিনিয়াৰিং- ৪ বছৰ)
বিজ্ঞান / তথ্য প্ৰযুক্তি / তথ্য বিজ্ঞান। সকলো ছেমিষ্টাৰ/বছৰৰ মুঠ – সাধাৰণ, অ’বিচি (এনচিএল) আৰু ইডব্লিউএছ প্ৰাৰ্থীয়ে ৫৫% বা ততোধিক আৰু অনুসূচীত জাতি/অনুসূচীত জনজাতি/আৰ্থিকভাবে দুৰ্বল শ্ৰেণীৰ প্ৰাথীৰ বাবে কেৱল  উত্তীৰ্ণ হ’লেই হ’ব।
অভিজ্ঞতা : ২০২২ চনৰ ১ জুন তাৰিখলৈ নূন্যতম ২ বছৰৰ অভিজ্ঞতা থকাটো প্ৰয়োজনীয়।
পাৰিশ্ৰমিক : প্ৰথম বছৰৰ বাবে প্ৰতি মাহে ৪০,০০০/- টকা, দ্বিতীয় বছৰৰ বাবে প্ৰতি মাহে ৪৫,০০০/- টকা, তৃতীয় বছৰৰ বাবে প্ৰতি মাহে ৫০,০০০/- টকা আৰু চতুৰ্থ বছৰৰ বাবে প্ৰতি মাহে ৫৫,০০০/- টকা।
বয়সৰ উৰ্ধতম  সীমা : ১ জুন ২০২২লৈ  প্ৰাৰ্থীৰ বয়স ৩২ বছৰৰ বেছি হ’ব নালাগিব।
বাছনি প্ৰক্ৰিয়া:  প্ৰাৰ্থীসকলৰ  বাছনি লিখিত পৰীক্ষাৰ জৰিয়তে হ’ব। লিখিত পৰীক্ষাৰ পিছত  সাক্ষাৎকাৰ অনুষ্ঠিত কৰা  হ’ব, কেৱল লিখিত পৰীক্ষাত যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীসকলকহে সাক্ষাৎকাৰলৈ মতা হ’ব । লিখিত পৰীক্ষা / সাক্ষাৎকাৰৰ স্থান পিছত অৱগত কৰা হ’ব।

Also Read: Assam Career: শ্ৰী শংকৰদেৱ নেত্ৰালয়ত খালী হৈছে একাধিক পদ, কি পদৰ বাবে কেনেদৰে কৰিব আবেদন?

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে তেওঁলোকৰ আবেদন  উপ মহাপ্ৰৱন্ধক (এমআৰ, এমএছ এণ্ড এডিএছএন), ভাৰত ইলেক্ট্ৰনিকছ লিমিটেড, জালাহাল্লি পথ, বেংগালুৰু-৫৬০০১৩লৈ প্ৰেৰণ কৰিব পাৰে ।
প্ৰাৰ্থীসকলে আবেদনৰ সৈতে নিম্নলিখিত নথি-পত্ৰবোৰ সংলগ্ন কৰিব লাগিব-
ক) দশম শ্ৰেণীৰ মাৰ্কশ্বিট (জন্ম তাৰিখৰ প্ৰমাণ হিচাপে)
খ) শিক্ষাগত অৰ্হতাৰ  সকলো প্ৰমাণপত্ৰ (মেট্ৰিক/দশম শ্ৰেণীৰ পৰা আৰম্ভ কৰি) ।
গ) বি.ই./বি.টেক/বি.এছ.চি.(৪ বছৰীয়া) ডিগ্ৰীৰ প্ৰমাণপত্ৰ ।
ঘ) সকলো ছেমিষ্টাৰৰ মাৰ্ক্সশ্বীট/চূড়ান্ত একত্ৰিত নম্বৰৰ প্ৰমাণপত্ৰ।

ঙ) অনুসূচীত জাতি/অনুসূচীত জনজাতি/ অ’বিচি(এনচিএল)/ পি ডব্লিউ বি ডি/ই ডব্লিউ এছৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত জাতি/সম্প্ৰদায়/বিকলাঙ্গতা/উপাৰ্জনৰ প্ৰমাণপত্ৰ।

আৱেদনৰ অন্তিম তাৰিখ হৈছে ৬ জুলাই, ২০২২
আবেদনৰ সবিশেষ জানিবলৈ ক্লিক কৰক- Click here

Also Read: JOB VACANCY: এডিপি কলেজ, নগাঁৱত গ্ৰেড-৩ আৰু গ্ৰেড-৪ পদ খালী, কিদৰে কৰিব আবেদন?

 

Tags: Assam careerJob2022jobs

Recent News

ফ্লিপকাৰ্ট ফ্ৰিডম চেল: বছৰৰ আটাইতকৈ কম মূল্যত পাব টেবলেট

ফ্লিপকাৰ্ট ফ্ৰিডম চেল: বছৰৰ আটাইতকৈ কম মূল্যত পাব টেবলেট

২৪ টা ঘৰ, ৩০ কোটিৰ সম্পত্তি ১৫ হাজাৰ টকা দৰমহা পোৱা কেৰাণীৰ : অভিযান চলাবলৈ গৈ স্তম্ভিত চৰকাৰী বিষয়া

২৪ টা ঘৰ, ৩০ কোটিৰ সম্পত্তি ১৫ হাজাৰ টকা দৰমহা পোৱা কেৰাণীৰ : অভিযান চলাবলৈ গৈ স্তম্ভিত চৰকাৰী বিষয়া

আমি কি এক সংকটত পতিত হৈছোঁ?

আমি কি এক সংকটত পতিত হৈছোঁ?

১০২ দিন ধৰি ডিজিটেল এৰেষ্ট : গুজৰাটৰ চিকিৎসকৰ পৰা ১৯ কোটি লুটি নিলে চাইবাৰ অপৰাধীয়ে

১০২ দিন ধৰি ডিজিটেল এৰেষ্ট : গুজৰাটৰ চিকিৎসকৰ পৰা ১৯ কোটি লুটি নিলে চাইবাৰ অপৰাধীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd