• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Assam Career: শ্ৰী শংকৰদেৱ নেত্ৰালয়ত খালী হৈছে একাধিক পদ, কি পদৰ বাবে কেনেদৰে কৰিব আবেদন?

by
June 20, 2022 4:17 pm
Assam Career
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শ্ৰী শংকৰদেৱ নেত্ৰালয়ত বিভিন্ন স্বাস্থ্যসেৱা আৰু প্ৰশাসনিক পদৰ বাবে আবেদন আহ্বান কৰা হৈছে৷ শ্ৰী শংকৰদেৱ নেত্ৰালয় গুৱাহাটীয়ে সচিব (মিডিয়া আৰু যোগাযোগ), স্বাস্থ্য সেৱা (চকু)ৰ নাৰ্চিং সহায়ক, নাৰ্ছ, পেছেণ্ট কেয়াৰ সচিব আৰু ফ্লৰ অফিচাৰ পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আমন্ত্ৰণ কৰিছে৷
পদৰ নাম : সচিব (মিডিয়া আৰু যোগাযোগ)
পদৰ সংখ্যা : ১
অৰ্হতা : গণ সংযোগ পাঠ্যক্ৰমৰ স্নাতক / স্নাতকোত্তৰ / ডিপ্লোমা। ইংৰাজী আৰু অসমীয়াভায়াত দখল থকা লগতে মিডিয়া / ছ’চিয়েল মিডিয়া(ডিজিটেল মিডিয়া / প্ৰেছ মিডিয়া, প্ৰবন্ধ লিখন, ব্লগিং ইত্যাদি) পৰিচালনাৰ দক্ষতা থকা বাধ্যতামূলক।

অৰ্হতা : মেনেজমেণ্ট বা সমতুল্য বিষয়ৰ স্নাতকোত্তৰ। স্বাস্থ্যসেৱা / অন্যান্য সেৱা খণ্ডত স্বতন্ত্ৰভাৱে  পৰিচালনা কৰাৰ পৰ্যাপ্ত অভিজ্ঞতা।
অভিজ্ঞ প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ দিয়া হ’ব

Apply Now

পদৰ নাম : স্বাস্থ্য সেৱা (চকু)ৰ নাৰ্চিং সহায়ক
পদৰ সংখ্যা : ২
অৰ্হতা : স্বীকৃত প্ৰতিষ্ঠানৰ পৰা চকু সহায়ক আৰু নাৰ্চিং বিষয়ত ডিপ্লোমা
পদৰ নাম : নাৰ্চ
পদৰ সংখ্যা : ১
অৰ্হতা : নাৰ্চিঙত জিএনএম / বিএছচি
পদৰ নাম : পেছেণ্ট কেয়াৰ সচিব
পদৰ সংখ্যা : ১
অৰ্হতা: ডিপ্লোমা ইন হস্পিটালিটি মেনেজমেণ্টৰ লগতে  স্নাতক। ৰোগী / অতিথিৰ যত্ন লোৱাৰ অভিজ্ঞতা থকাসকলক প্ৰাধান্য দিয়া হ’ব।
পদৰ নাম : ফ্লৰ অফিচাৰ
পদৰ সংখ্যা : ১
অৰ্হতা : মেনেজমেণ্ট বা সমতুল্য বিষয়ত স্নাতকোত্তৰ। স্বাস্থ্যসেৱা / অন্যান্য সেৱা খণ্ডত স্বতন্ত্ৰভাৱে  পৰিচালনা কৰাৰ পৰ্যাপ্ত অভিজ্ঞতা থকা দৰকাৰ।
অভিজ্ঞ প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ দিয়া হ’ব।
বয়সৰ সীমা :
সচিব (মিডিয়া আৰু যোগাযোগ), ফ্লৰ অফিচাৰ পদৰ বাবে : ৩৫ বছৰৰ ওপৰত হ’ব নালাগিব।
স্বাস্থ্য সেৱা (চকু)ৰ নাৰ্চিং সহায়ক, নাৰ্চ, পেছেণ্ট কেয়াৰ সচিব: ২৫ বছৰৰ ওপৰত হ’ব নালাগিব।
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে ৩০ জুন, ২০২২-ৰ ভিতৰত মেনেজাৰ (এইচআৰ), শ্ৰী শংকৰদেৱ নেত্ৰালয়, ৯৬, বশিষ্ঠ ৰোড, বেলতলা, গুৱাহাটী-৭৮১০২৮ ঠিকনাত তেওঁলোকৰ অফলাইন আবেদন পঠিয়াব পাৰে।
প্ৰাৰ্থীসকলে ৩০ জুন, ২০২২-ৰ ভিতৰত [email protected] ইমেইলযোগেও তেওঁলোকৰ অনলাইন আবেদন পত্ৰ প্ৰেৰণ কৰিব পাৰে।
আবেদনৰ সবিশেষ ইয়াত পাব- Click Here 

Tags: Assam careerAssam jobsJob in AssamJob2022

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm
ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

July 24, 2026 12:23 pm
নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

নতুন শিক্ষা সচিবৰ দায়িত্ব গ্ৰহণ: প্ৰকৃত পৰিৱৰ্তন আহিবনে শিক্ষা ব্যৱস্থাত?

July 24, 2026 11:16 am
বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm
ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলক যন্তৰ মন্তৰত চলি থকা প্ৰতিবাদৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিল্লী বিশ্ববিদ্যালয়ৰ

July 24, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd