অসম বায়ো ৰিফাইনেৰী প্ৰাইভেট লিমিটেডৰ বিভিন্ন পৰিচালনামূলক পদৰ বাবে আবেদন আহ্বান কৰা হৈছে।
অসম বায়ো ৰিফাইনেৰী প্ৰাইভেট লিমিটেডে সহকাৰী মেনেজাৰ, মেনেজাৰ, জ্যেষ্ঠ কাৰ্যবাহী, কাৰ্যবাহী আৰু জ্যেষ্ঠ অভিযন্তা পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে?
পদৰ নাম : সহকাৰী মেনেজাৰ (কষ্টিং)
পদৰ সংখ্যা : ১
অৰ্হতা : ভাল শৈক্ষিক ফলাফলৰ সৈতে আইচিডব্লিউএ/চিএমএ
অভিজ্ঞতা : প্ৰাসঙ্গিক ক্ষেত্ৰত নিম্নতম ৫ ৰ পৰা ৭ বছৰৰ অভিজ্ঞতাক প্ৰাধান্য দিয়া হ’ব।
সৰ্বাধিক চিটিচি (টকাত) : ১৬ লাখ
পদৰ নাম : মেনেজাৰ- একাউণ্টছ পেয়েবল
পদৰ সংখ্যা : ১
অৰ্হতা : প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ পৰা চাৰ্টাৰ্ড একাউণ্টেণ্ট/ এমবিএ বিত্ত।
Also read : Assam Career : ডাঃ বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠান, গুৱাহাটীত জৈৱ-পৰিসংখ্যাবিদৰ পদ খালী, কেনেকৈ কৰিব আবেদন?
অভিজ্ঞতা: অৰ্হতাৰ লগতে নূন্যতম ১০ বছৰৰ অভিজ্ঞতা, বিশেষকৈ পেয়েবল একাউণ্ট, নিয়ন্ত্ৰণ, আৰু এম.আই.এছ. প্ৰতিবেদনত দক্ষতা থাকিব লাগিব।
সৰ্বাধিক চিটিচি (টকা) : ২০ লাখ
পদৰ নাম : জ্যেষ্ঠ কাৰ্যবাহী- পেয়েবল একাউণ্ট
পদৰ সংখ্যা : ১
অৰ্হতা : ভাল একাডেমিক ফলাফলৰ সৈতে প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ পৰা আইচিডব্লিউএ/এমবিএ (বিত্ত) /এমকম।
অভিজ্ঞতা : পেয়েবল একাউণ্ট, নিয়ন্ত্ৰণ, আৰু এম.আই.এছ. প্ৰতিবেদনত দক্ষতাসহ কমেও ৪ বছৰৰ অভিজ্ঞতা থকা হ’লে ভাল।
সৰ্বাধিক চিটিচি (টকা) : ১০ লাখ
পদৰ নাম : কাৰ্যবাহী (আইটি)
পদৰ সংখ্যা : ১
অৰ্হতা : কম্পিউটাৰ বিজ্ঞানত বিই/বি টেক বা প্ৰতিষ্ঠিত মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰ পৰা তথ্য প্ৰযুক্তি /এমচিএ
অভিজ্ঞতা : তথ্য প্ৰযুক্তি সমৰ্থন আৰু নেটৱৰ্কিঙত কমেও ৪ বছৰৰ অভিজ্ঞতা
সৰ্বাধিক চিটিচি (টকা) : ৮ লাখ
পদৰ নাম : সহকাৰী মেনেজাৰ (পাৰ্ছেজ)
পদৰ সংখ্যা : ১
অৰ্হতা : বিই/বিটেক (চিভিল/মেচ/ইলেকট্ৰিকেল/ইণ্ডাষ্ট্ৰিয়েল ইঞ্জি.) ভাল শৈক্ষিক ফলাফলৰ সৈতে প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়/ প্ৰতিষ্ঠানৰ পৰা সামগ্ৰী ব্যৱস্থাপনাত ডিপ্লোমা ।
অভিজ্ঞতা : যান্ত্ৰিক/ বৈদ্যুতিক / গধুৰ ইঞ্জিনিয়াৰিঙত কমেও ৭বছৰৰ অভিজ্ঞতা।
সৰ্বাধিক চিটিচি (টকা) : ১৬ লাখ
পদৰ নাম : জ্যেষ্ঠ অভিযন্তা (যান্ত্ৰিক)
Also read : Assam Career : অসম কৃষি বিশ্ববিদ্যালয়ত পদ খালী, কি পদ, কেনেকৈ কৰিব আবেদন?
পদৰ সংখ্যা : ১
অৰ্হতা : ভাল শৈক্ষিক ফলাফলৰ সৈতে প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিংত বিই/ বি. টেক
অভিজ্ঞতা: পাল্প আৰু কাগজ/ হাইড্ৰ’কাৰ্বন/ ৰাসায়নিক/ সাৰ আৰু ডিষ্টিলাৰী উদ্যোগত কমেও ৬ বছৰৰ অভিজ্ঞতা
থকা হ’ব লাগিব।
সৰ্বাধিক চিটিচি (টকা) : ৮ লাখ
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলক www.abrpl.co.in ৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব।
আবেদনৰ অন্তিম তাৰিখ হৈছে ১৫ জুলাই ২০২২
বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক
https://abrpl.co.in/wp-content/uploads/2022/06/advertisement-2022_.pdf
অনলাইন আবেদন কৰক : ইয়াত ক্লিক কৰক
https://app.abrpl.co.in/Job_Application/home.html
Also read : Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?