• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home চাকৰি

Assam Career : অসম বায়ো ৰিফাইনেৰী প্ৰাইভেট লিমিটেডত পদ খালী, কিদৰে কৰিব আবেদন?

এন ই নাও নিউজ by এন ই নাও নিউজ
June 27, 2022 11:09 pm
Assam Bio Refinery Private Limited
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বায়ো ৰিফাইনেৰী প্ৰাইভেট লিমিটেডৰ বিভিন্ন পৰিচালনামূলক পদৰ বাবে আবেদন আহ্বান কৰা হৈছে।

অসম বায়ো ৰিফাইনেৰী প্ৰাইভেট লিমিটেডে সহকাৰী মেনেজাৰ, মেনেজাৰ, জ্যেষ্ঠ কাৰ্যবাহী, কাৰ্যবাহী আৰু জ্যেষ্ঠ অভিযন্তা পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে?

Apply Now

পদৰ নাম : সহকাৰী মেনেজাৰ (কষ্টিং)

পদৰ সংখ্যা : ১

অৰ্হতা : ভাল শৈক্ষিক ফলাফলৰ সৈতে আইচিডব্লিউএ/চিএমএ

অভিজ্ঞতা : প্ৰাসঙ্গিক ক্ষেত্ৰত নিম্নতম ৫ ৰ পৰা ৭ বছৰৰ অভিজ্ঞতাক প্ৰাধান্য দিয়া হ’ব।

সৰ্বাধিক চিটিচি (টকাত) : ১৬ লাখ
পদৰ নাম : মেনেজাৰ- একাউণ্টছ পেয়েবল

পদৰ সংখ্যা : ১

অৰ্হতা : প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ পৰা চাৰ্টাৰ্ড একাউণ্টেণ্ট/ এমবিএ বিত্ত।

Also read : Assam Career : ডাঃ বি. বৰুৱা কৰ্কট প্ৰতিষ্ঠান, গুৱাহাটীত জৈৱ-পৰিসংখ্যাবিদৰ পদ খালী, কেনেকৈ কৰিব আবেদন?

অভিজ্ঞতা: অৰ্হতাৰ লগতে নূন্যতম ১০ বছৰৰ অভিজ্ঞতা, বিশেষকৈ পেয়েবল একাউণ্ট, নিয়ন্ত্ৰণ, আৰু এম.আই.এছ. প্ৰতিবেদনত দক্ষতা থাকিব লাগিব।

সৰ্বাধিক চিটিচি (টকা) : ২০ লাখ

পদৰ নাম : জ্যেষ্ঠ কাৰ্যবাহী- পেয়েবল একাউণ্ট

পদৰ সংখ্যা : ১

অৰ্হতা : ভাল একাডেমিক ফলাফলৰ সৈতে প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ পৰা আইচিডব্লিউএ/এমবিএ (বিত্ত) /এমকম।

অভিজ্ঞতা : পেয়েবল একাউণ্ট, নিয়ন্ত্ৰণ, আৰু এম.আই.এছ. প্ৰতিবেদনত দক্ষতাসহ কমেও ৪ বছৰৰ অভিজ্ঞতা থকা হ’লে ভাল।

সৰ্বাধিক চিটিচি (টকা) : ১০ লাখ

পদৰ নাম : কাৰ্যবাহী (আইটি)
পদৰ সংখ্যা : ১

অৰ্হতা : কম্পিউটাৰ বিজ্ঞানত বিই/বি টেক বা প্ৰতিষ্ঠিত মহাবিদ্যালয়/বিশ্ববিদ্যালয়ৰ পৰা তথ্য প্ৰযুক্তি /এমচিএ

অভিজ্ঞতা : তথ্য প্ৰযুক্তি সমৰ্থন আৰু নেটৱৰ্কিঙত কমেও ৪ বছৰৰ অভিজ্ঞতা

সৰ্বাধিক চিটিচি (টকা) : ৮ লাখ

পদৰ নাম : সহকাৰী মেনেজাৰ (পাৰ্ছেজ)

পদৰ সংখ্যা : ১

অৰ্হতা : বিই/বিটেক (চিভিল/মেচ/ইলেকট্ৰিকেল/ইণ্ডাষ্ট্ৰিয়েল ইঞ্জি.) ভাল শৈক্ষিক ফলাফলৰ সৈতে প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়/ প্ৰতিষ্ঠানৰ পৰা সামগ্ৰী ব্যৱস্থাপনাত ডিপ্লোমা ।

অভিজ্ঞতা : যান্ত্ৰিক/ বৈদ্যুতিক / গধুৰ ইঞ্জিনিয়াৰিঙত কমেও ৭বছৰৰ অভিজ্ঞতা।

সৰ্বাধিক চিটিচি (টকা) : ১৬ লাখ

পদৰ নাম : জ্যেষ্ঠ অভিযন্তা (যান্ত্ৰিক)

Also read : Assam Career : অসম কৃষি বিশ্ববিদ্যালয়ত পদ খালী, কি পদ, কেনেকৈ কৰিব আবেদন?

পদৰ সংখ্যা : ১

অৰ্হতা : ভাল শৈক্ষিক ফলাফলৰ সৈতে প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিংত বিই/ বি. টেক
অভিজ্ঞতা: পাল্প আৰু কাগজ/ হাইড্ৰ’কাৰ্বন/ ৰাসায়নিক/ সাৰ আৰু ডিষ্টিলাৰী উদ্যোগত কমেও ৬ বছৰৰ অভিজ্ঞতা
থকা হ’ব লাগিব।

সৰ্বাধিক চিটিচি (টকা) : ৮ লাখ

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলক www.abrpl.co.in ৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব।

আবেদনৰ অন্তিম তাৰিখ হৈছে ১৫ জুলাই ২০২২

বিতং বিজ্ঞাপনৰ বাবে ইয়াত ক্লিক কৰক
https://abrpl.co.in/wp-content/uploads/2022/06/advertisement-2022_.pdf

অনলাইন আবেদন কৰক : ইয়াত ক্লিক কৰক
https://app.abrpl.co.in/Job_Application/home.html

Also read : Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd