• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভতুৱা উপনাম লাভ কৰিলে অষ্ট্ৰেলিয়ান মডেল ছাৰা ট’ডে

এন ই নাও নিউজ by এন ই নাও নিউজ
April 19, 2018 6:28 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শীৰ্ষস্থানীয় মডেল আৰু আন্তঃজাতিক খ্যাতিসম্পন্ন ৰন্ধনবিদ ছাৰা ট‘ড অসমৰ ৰন্ধন প্ৰকৰণৰ প্ৰেমত পৰিছে। দেশ-বিদেশৰ বিভিন্ন খাদ্যাভ্যাসৰ সৈতে পৰিচিত শীৰ্ষস্থানীয় মডেলগৰাকীয়ে শেহতীয়াকৈ অসমীয়া খাদ্যৰ জুতি পাই এৰিব নোৱাৰা হৈছে বুলি জানিব পৰা গৈছে। ছাৰাই এতিয়া দিনটোৰ তিনিও সাজেই অসমীয়া খাদ্য গ্ৰহণ কৰে। সেয়েহে তেওঁক মৰমতে ‘ভতুৱা‘ উপনাম দিছে বুলি এটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছে।

“অ‘ছাম আছাম“ নামৰ ফক্স লাইফৰ শ্বোটোৰ ছুটিং কৰিবলৈ শেহতীয়াভাৱে এসপ্তাহজোৰা অসম ভ্ৰমণলৈ অহাৰ সময়ত ছাৰাক এই উপনামটো দিয়া হৈছে। এই শ্বটো ২০ এপ্ৰিলৰ পৰা ফক্স লাইফত প্ৰদৰ্শিত হ‘ব।

Apply Now

মিড ডে ডট কমক দিয়া এটা সাক্ষাৎকাৰত ছাৰাই কৈছে যে চাউলৰ ওপৰত ভিত্তি কৰি ৰন্ধা অসমীয়া ৰন্ধন প্ৰকৰণ তেওঁ অত্যন্ত ভাল পায় আৰু তিনিও সাজতে এতিয়া তেওঁ অসমীয়া খাদ্যহে গ্ৰহণ কৰিছে বুলি জনাইছে।

উল্লেখ্য যে তদানিন্তন “মাষ্টাৰশ্বেফ অষ্ট্ৰেলিয়া“ আৰু ফেশ্যন মডেল ছাৰাই অসমৰ বিভিন্ন স্থানত থকাঐতিহাসিক সমলৰ স্থানসমূহ ভ্ৰমণ কৰিছে আৰু জনগোষ্ঠীয় খাদ্যসম্ভাৰৰ জুতি লৈছে।

মেলবৰ্নলৈ উভতি গৈ ছাৰা শ্বটোৰ ছুটিঙত ব্যস্ত হৈ পৰিছে যদিও অসমৰ স্মৃতি তেওঁৰ মনত আজিও সজীৱ হৈ আছে। ছাৰাই কৈছে যেদেওবাৰে ঘৰৰ প্ৰতিগৰাকী সদস্যই খোৱা মেজত একেলগে বহি ছান ডে ৰ‘ষ্ট ( বিশেষকৈ দেওবাৰে পৰিৱেশন কৰা (ভজা মাংস, আলু ভাজি, য়ৰ্কশ্বয়াৰ পুডিং,পাৰ্নিপ নামৰ ধৰণৰ গাজৰ, ব্ৰুছেল্‌ছ স্প্ৰাউট নামৰএক এবিধ সৰু বন্ধাকবিৰ ক‘লি, মটৰ, গাজৰ, ৰঙা মটৰ, ব্ৰকলি আদি পাচলিৰে ৰন্ধা আৰু আঞ্জাৰ পৰম্পৰাগত বৃটিছ খাদ্যসম্ভাৰ বিশেষ)  অষ্ট্ৰেলিয়াৰ প্ৰাচীনতম খাদ্য গ্ৰহণ পৰম্পৰা। তেওঁ কৈছে যে অসমলৈ কৰা ভ্ৰমণে তেওঁৰ মনত ঘৰৰ সোঁৱৰণি জগাই তুলিছে।

ছাৰাই আলু পোৰা আৰু বোকাখাতৰ পেৰাৰো জুতি লৈছে। তেওঁক কলপাতত আলু পোৰা, আলুৰ তৰকাৰীৰ লগত জলকীয়াৰ ছাটনি পৰিৱেশন কৰা হৈছিল বুলি কৈছে।

যোৰহাটত ছাৰাই এটি কলি দুটি পাতসহ চাহপাত তোলাৰো প্ৰশিক্ষণ লৈছিল।

অসম ভ্ৰমণ কালত তেওঁক তিল পিঠাৰে চাহ পৰিৱেশন কৰা হৈছিল বুলি ছাৰাই প্ৰকাশ কৰিছে। ভিতৰত তিলৰ পূৰ দি বাহিৰৰ খোলাটো চেপেটা কৰি দিয়া চিগাৰৰ আকৃতিৰ পিঠাখন খাই তেওঁ খুব ভাল পাইছে বুলি প্ৰকাশ কৰিছে।

মাজুলীত ছাৰাক পৰম্পৰাগত আপঙেৰে অভ্যৰ্থনা কৰা হৈছিল। তেওঁক আলহী হিচাপে ৰখা গৃহস্থই তেওঁৰ বাবে টোপোলা ভাত (কল পাতেৰে মেৰিয়াই ভাঁপত সিজোৱা) আৰু গাহৰি মাংসৰ কেইপদমান তৰকাৰী প্ৰস্তুত কৰিছিল।

মিছিংসকলৰ ৰন্ধন প্ৰকৰণত যথেষ্ট পৰিমাণে স্থানীয়ভাবে উপলব্ধ মছলাজাতীয় শাক ব্যৱহাৰ কৰা হয় বুলি চাৰাই প্ৰকাশ কৰিছে।

তেওঁ আৰু কৈছে যে বিশ্বৰ বন্ধনবিদ সকলৰ দৰে অসমীয়া স্থানীয় ৰান্ধনিয়ে কম জুই বিলম্বিত ৰন্ধন, জল-নিষ্কাশন আৰু ধোঁৱাত দিয়া আদি কৌশল প্ৰয়োগ কৰে।

কাজিৰঙাৰ এখন স্থানীয় খাদ্য বিপণিত তেওঁক ৩৬ বিধ খাদ্য পৰিৱেশন কৰা হৈছিল। তাৰ ভিতৰত কচুপাতৰ তৰকাৰীখন বিশেষ ভাল লাগিছিল বুলি ছাৰাই প্ৰকাশ কৰিছে। ‘এখন ৰাষ্ট্ৰীয় উদ্যানত থকা কাৰ্বি বৃক্ষঘৰৰ মজিয়াত বহি কোনো কাঁটা-চামুচ নোলোৱাকৈ খোৱাটো তেওঁৰ চিৰদিন মনত থাকিব‘ মিছিকিয়াই হাঁহি ছাৰাই কৈছে। ছাৰাই জিকা-মাছ (জিকাৰে ৰন্ধা মাছ) আৰু কঠাল-গাহৰিৰ (কঠালৰ মুছিৰে গাহৰি মাংস)ৰ খাদ্য তালিকা গোৱাৰ ‘অণ্টাৰেছ‘ আৰু লৱাৰ পাৰেলত অৱস্থিত ‘ৱাইন ৰেক‘লৈ লৈ গৈ এই চহকী পৰম্পৰাটোলৈ সন্মন জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

দিল্লী হিংসা গোচৰ: ওমৰ খালিদ আৰু চৰ্জিল ইমামৰ জামিন আবেদন নাকচ

July 4, 2026 6:13 pm
নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

নিৰ্মাণ শ্ৰমিকৰ কল্যাণৰ বাবে থকা ৭০,৭৪৪ কোটি টকা এতিয়াও ব্যৱহাৰ কৰা নাই ৰাজ্য চৰকাৰসমূহে

July 4, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm
জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

জাৰ্মানীত ফোন কৰিলে আৰু পোৱা নাযাব ছুটী! সলনি হ’ব ছিক লিভৰ নিয়ম, দিব লাগিব বেমাৰ হোৱাৰ প্ৰমাণ

July 4, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd