• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

চাডেন ভিজিটত কেইবাখনো টেবুলত বিষয়া-কৰ্মচাৰী নেদেখি হতভম্ব মন্ত্ৰী শুক্লবৈদ্য

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
July 6, 2022 6:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি গুৱাহাটীৰ পল্টনবজাৰস্থিত অসম ৰাজ্যিক পৰিবহণ বিভাগৰ মুখ্য কাৰ্যালয়ত চাডেন ভিজিট দিয়ে ।

পৰিদৰ্শন কালত কাৰ্যালয়টোৰ কেইবাখনো টেবুলত বিষয়া কৰ্মচাৰীক নেদেখি হতভম্ভ হৈ পৰে মন্ত্ৰীগৰাকী৷
সেয়েহে উপস্থিত বিষয়াৰ পৰা কাৰ্যালয়লৈ পলমকৈ অহা কৰ্মচাৰীৰ খতিয়ান ল’লে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই৷
তাত্পৰ্য্যপূৰ্ণভাৱে আবেদন নিদিয়াকৈ ছুটী লোৱা কৰ্মচাৰীৰ বিৰুদ্ধেও সৰব হৈ পৰে মন্ত্ৰীগৰাকী।

Apply Now

আবেদন নিদিয়াকৈয়ে ছুটি লোৱা কৰ্মচাৰীৰ হৈ মাত মাতি জবাব দিহি হ’ল বিভাগটোৰ পৰিচালন সঞ্চালকো৷
কাৰ্যালয়ৰ পৰাই নিজৰ ফোনেৰে ছুটীত থকা কৰ্মচাৰীলৈও ফোন কৰিলে মন্ত্ৰীজনে৷ ফোন কৰি ছুটীত থকা মহিলা কৰ্মচাৰী এগৰাকীক আবেদন দিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।

কৰ্মচাৰীসকলৰ অভাৱ-অভিযোগৰ বুজ লোৱাৰ লগেত শীৰ্ষ বিষয়াৰ সৈতে এখন বৈঠকতো মিলিত হয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য৷

মূলত: পৰিবহন বিভাগটোৰ কাম-কাজ পৰিদৰ্শন কৰিবলৈ আৰু মুখ্য অভিযন্তা আদিকে ধৰি জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে সংগঠনটোৰ উত্থানৰ বাবে বিভিন্ন নীতি আৰু সিদ্ধান্তৰ পৰামৰ্শ দিবলৈ মুখ্য কাৰ্যালয়ত আকস্মিকভাৱে ভ্ৰমণ কৰে মন্ত্ৰী গৰাকীয়ে।

সংশ্লিষ্ট বিষয়াসকলক এএছটিচিৰ সকলো বাছৰ বিশ্লেষণ কৰি ইয়াৰ বৰ্তমান অৱস্থা সম্পৰ্কে অতি সোনকালে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে।

পৰিবহন বিভাগৰ মুখ্য কাৰ্যালয় পৰিদৰ্শনৰ পাছত বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ কৰ্ম সংস্কৃতি গঢ় লৈ উঠিব নে বা বিভাগটো নিৰ্মূল হৈ উঠিব নে? সেয়া সময়ত লক্ষ্যণীয় হ’ব।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd