• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

IND vs ENG 3rd T20: ইংলেণ্ডত সূৰ্যোদয়! নিয়মৰক্ষাৰ মেচত পৰাজিত ভাৰত; সূৰ্যকুমাৰৰ শতক স্বত্তেও আধৰুৱা হোৱাইটৱাছৰ স্বপ্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 11, 2022 8:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

England avoid whitewash ভাৰতে ইতিমধ্যে শৃংখলাটো হস্তগত কৰিছিল। দেওবাৰৰ খেলখন কেৱল নিয়ম ৰক্ষাৰ খেল আছিল। খেলখনত ইংলেণ্ডে ২১৬ ৰাণৰ পাহাৰ ভাৰতৰ সন্মুখত লক্ষ্য হিচাপে নিৰ্দ্ধাৰণ কৰে। প্ৰত্যুত্তৰত ভাৰতে পাৱাৰ প্লে’ৰ ভিতৰতে তিনিটাকৈ উইকেট হেৰুৱায়। 

দেওবাৰে টছত জয়ী হৈ ইংলেণ্ডে প্ৰথম বেটিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতৰ অধিনায়ক ৰোহিত শৰ্মাই নিয়মৰক্ষাৰ এই খেলখনত দলটোত কেইবাটাও পৰিৱৰ্তন আনিছিল। ৰোহিতে যশপ্ৰীত বুমৰাহ, যুজবেন্দ্ৰ চাহালক বাহিৰত ৰাখি দলটো গঢ়িছিল। ভুৱনেশ্বৰ কুমাৰ আৰু হাৰ্দিক পাণ্ডিয়াকো বিশ্ৰাম দিয়া হৈছিল।

Apply Now

কিন্তু সকলোৰে চকু উমৰণ মালিকৰ ওপৰত আছিল। তেওঁ ধ্বংসাত্মক অপেনাৰ জেচন ৰয়ক ঘূৰাই পঠিয়াইছিল যদিও চাৰি অভাৰত ৫৬ ৰাণ দিছিল।

এপিনে ক্ৰমাগতভাৱে উইকেট পৰিছিল যদিও ডাভিদ মালানে শীতল মস্তিস্কৰে বেটিং কৰিছিল। তেওঁ মাত্ৰ ৩০ টা বলত অৰ্ধশতক অৰ্জন কৰে। অৱশেষত মালানে ৭৭ ৰাণৰ ব্যক্তিগত স্ক’ৰত পেভলিয়নমুখী হয়। তেওঁ চতুৰ্থ উইকেটৰ যুটীত লিয়াম লিভিংষ্টনৰ সৈতে ৮৪ ৰাণৰ পাৰ্টনাৰশ্বিপ গঢ়ে।

লেগস্পিনাৰ ৰবি বিষ্ণোই এটা অভাৰত দুটা উইকেট লৈ ভাৰতক খেলখনৰ মাজলৈ ঘূৰাই আনিছিল যদিও শেষত লিভিংষ্টনে পুনৰ ধুমুহাৰ সৃষ্টি কৰে। ইংলেণ্ডৰ ইনিংছ ২১৫ ৰাণত সমাপ্ত হয়।

ঋষভ পন্তে অধিনায়ক ৰোহিতৰ সৈতে ইনিংছ আৰম্ভ কৰিবলৈ আহি দ্বিতীয়টো অভাৰতে পেভলিয়নলৈ ওভতে। বিৰাট কোহলীয়ে মাত্ৰ ১১ ৰাণ কৰি পেভিলিয়নলৈ উভতি যায়। একেটা স্ক’ৰতে উভতি যায় অধিনায়ক ৰোহিতো।

তাৰ পিছত সূৰ্যকুমাৰ যাদৱে দলৰ হৈ যুঁজৰ নেতৃত্ব দিয়ে। ইংলেণ্ডত দেওবাৰে যেন সূৰ্যোদয়ৰ দিনহে আছিল। শ্ৰেয়াস আয়াৰৰ সৈতে শতকীয় পাৰ্টনাৰশ্বিপ গঢ়ি সূৰ্যকুমাৰে ভাৰতক খেলখনলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰে। সূৰ্যকুমাৰে ৪৮ টা বলত শতক অৰ্জন কৰিছিল। আন কোনো বেটাৰে তেনেদৰে ৰাণ তুলিব নোৱাৰিলে। ভাৰতৰ ইনিংছ ১৯৮ ৰাণত সমাপ্ত হয়।

💯

A magnificent CENTURY from @surya_14kumar 👏👏

His first in international cricket!

Live – https://t.co/hMsXyHNzf8 #ENGvIND pic.twitter.com/LwZVee9Ali

— BCCI (@BCCI) July 10, 2022

মহেন্দ্ৰ সিং ধোনীও দেওবাৰে খেলখন চাবলৈ উপস্থিত হৈছিল। দৰ্শকৰ মাজত উপস্থিত আছিল টীম ইণ্ডিয়াৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীও। ভাৰতে তেওঁলোকৰ সন্মুখতে টি-২০ ট্ৰফী জিকিলে যদিও অন্তিম খেলখনত হাৰিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টা ৰংবং তেৰাঙে লিখিব নতুন উপন্যাস “ককাদেউতাৰ চাংঘৰ”

“ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টা ৰংবং তেৰাঙে লিখিব নতুন উপন্যাস “ককাদেউতাৰ চাংঘৰ”

June 22, 2026 9:53 am
ছৌদি আৰৱক ৪-০ গ’ল, বিশ্বকাপত প্ৰথম জয় স্পেইনৰ; ইয়ামাল নমাৰ পিছতেই বিধ্বংসী স্পেনিছ আৰ্মাডা

ছৌদি আৰৱক ৪-০ গ’ল, বিশ্বকাপত প্ৰথম জয় স্পেইনৰ; ইয়ামাল নমাৰ পিছতেই বিধ্বংসী স্পেনিছ আৰ্মাডা

June 22, 2026 9:28 am
গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ মহিলা আৰক্ষী কনিষ্টবলৰ মৃতদেহ, তদন্তত আৰক্ষী

গুৱাহাটীৰ ভাড়াঘৰত উদ্ধাৰ মহিলা আৰক্ষী কনিষ্টবলৰ মৃতদেহ, তদন্তত আৰক্ষী

June 22, 2026 8:14 am
হাইটিৰ বিৰুদ্ধে মেচত জয়লাভৰ পিছতে ব্ৰাজিলত এলিয়েনৰ আক্ৰমণ? মাজনিশা এলাৰ্ট, তীব্ৰ আতংক

হাইটিৰ বিৰুদ্ধে মেচত জয়লাভৰ পিছতে ব্ৰাজিলত এলিয়েনৰ আক্ৰমণ? মাজনিশা এলাৰ্ট, তীব্ৰ আতংক

June 22, 2026 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টা ৰংবং তেৰাঙে লিখিব নতুন উপন্যাস “ককাদেউতাৰ চাংঘৰ”

“ৰংমিলিৰ হাঁহি”ৰ স্ৰষ্টা ৰংবং তেৰাঙে লিখিব নতুন উপন্যাস “ককাদেউতাৰ চাংঘৰ”

June 22, 2026 9:53 am
ছৌদি আৰৱক ৪-০ গ’ল, বিশ্বকাপত প্ৰথম জয় স্পেইনৰ; ইয়ামাল নমাৰ পিছতেই বিধ্বংসী স্পেনিছ আৰ্মাডা

ছৌদি আৰৱক ৪-০ গ’ল, বিশ্বকাপত প্ৰথম জয় স্পেইনৰ; ইয়ামাল নমাৰ পিছতেই বিধ্বংসী স্পেনিছ আৰ্মাডা

June 22, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd