• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

CBSE class 10 Result চি.বি.এছৰ দশম শ্ৰেণীৰ ফলাফল ঘোষণা, ক’ত চাব পাৰিব ফলাফল?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
July 22, 2022 2:54 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চি.বি.এছ.ই. দশম শ্ৰেণীৰ ফলাফল আজি ঘোষণা কৰা হৈছে। cbseresults.nic.inত এই ফলাফল চাব পৰা যাব। ইথবা পোনপটীয়া লিংক ডিজিলকাৰতো ফলাফল পোৱা যাব। আজি দুপৰীয়া ২ বজাত ঘোষণা কৰা হয় দশম প্ৰেণীৰ পৰীক্ষাৰ ফলাফল। আজি চিবিএছইয়ে দ্বদশ ফ্ৰেণীৰ পৰীক্ষাৰ ফলাফলো ঘোষণা কৰে।

চিবিএছইয়ে ২৬ এপ্ৰিলৰ পৰা ২৪ মে’লৈ লৈ দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিছিল।
শিক্ষাৰ্থীসকলে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ (চিবিএছই) অফিচিয়েল ৱেবছাইট cbse.gov.in, cbseresults.nic.in ৰপৰা ফলাফলসমূহ চাব পাৰিব। DigiLocker আৰু Pariksha Sangam ফলাফল চাব পাৰিব।
চিবিএছই দ্বাদশ শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল

Apply Now

অঞ্চলভিত্তিক উত্তীৰ্ণৰ হাৰ: সৰ্বশ্ৰেষ্ঠ উত্তীৰ্ণৰ হাৰ ত্ৰিবান্দ্ৰম অঞ্চলত (৯৮.৮৩ শতাংশ)। প্ৰয়াগৰাজ অঞ্চল (৮৩.৭১ শতাংশ) তালিকাৰ আটাইতকৈ তলত।

শুকুৰবাৰে ৰাতিপুৱা কেন্দ্ৰীয় বোৰ্ডে জনোৱা মতে এইবাৰ দ্বাদশ শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ শতাংশ হৈছে ৯২.৭১ শতাংশ।

দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত মুঠ ১৪৪৪৩৪১ শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। যোৱা ২৬ এপ্ৰিলত আৰম্ভ হৈ ১৫ জুনত পৰীক্ষাটো সমাপ্ত হৈছিল।

চিবিএছই দ্বাদশ শ্ৰেণীৰ শিক্ষান্ত পৰীক্ষাৰ (CBSE Class 12th Result 2022) ফলাফল কেনেদৰে চাব?

১) কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ (চিবিএছই) অফিচিয়েল ৱেবছাইট cbse.gov.in চাওক।

২) ” Results” লিংকত ক্লিক কৰক। এটা নতুন পেজ খুলিব।

৩) ‘‘Senior School Certificate Examination (Class XII) Results 2022 (Link 1) – Announced on 22nd July 2022’, ‘Senior School Certificate Examination (Class XII) Results 2022 (Link 2) – Announced on 22nd July 2022’ আৰু ‘Senior School Certificate Examination (Class XII) Results 2022 (Link 3) – Announced on 22nd July 2022’-এই তিনিটা লিংক পাব।

৪) লিংকত ক্লিক কৰিলে এটা নতুন পেজ খুলিব। ‘Senior School Certificate Examination (Class XII) Results 2022’ তলত ৰোল নম্বৰ, স্কুল নম্বৰ, এডমিট কাৰ্ড আইডি লিখি ‘Submit’কৰক।

৫) আপোনাৰ ফলাফল স্ক্ৰীণত দেখা হ’ব। ইয়াক ডাউনলোড কৰক আৰু নিজৰ বাবে ৰাখি থওক।

DigiLocker ৰ জৰিয়তে চিবিএছই দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ ফলাফল (CBSE Class 12th Result 2022) কেনেদৰে চাব?
১) DigiLocker ৰ অফিচিয়েল ৱেবছাইট digilocker.gov.in ত যাওক। ম’বাইল এপটোও ডাউনলোড কৰিব পাৰিব।

২) আধাৰ কাৰ্ডৰ দৰে তথ্য দিব লাগে।

৩)হোমপেজত ‘Central Board of Secondary Education’ ফ’ল্ডাৰ থাকিব। তাত ক্লিক কৰিব লাগিব।

৫) চিবিএছই দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ ফলাফল স্ক্ৰীণত প্ৰদৰ্শিত হ’ব। পিডিএফ ডাউনলোড কৰি নিজৰ বাবে ৰাখি থব পাৰে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm
নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

July 6, 2026 4:16 pm
আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm
নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

July 6, 2026 4:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd