• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

China warns US: পেল’চিৰ টাইৱান ভ্ৰমণকলৈ আমেৰিকা যুক্তৰাষ্ট্ৰক সতৰ্ক কৰি দিলে চীনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 24, 2022 1:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

China warns US আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাউছ অফ ৰিপ্ৰেজেন্টেটিভৰ অধ্যক্ষ নেন্সি পেল’চিৰ সম্ভাৱ্য টাইৱান ভ্ৰমণকলৈ আমেৰিকা যুক্তৰাষ্ট্ৰক সতৰ্ক কৰি দিছে চীনে। শনিবাৰে দ্য ফাইনেন্সিয়েল টাইমছত এই বাতৰি প্ৰকাশ পাইছে।

ফাইনেন্সিয়েল টাইমছৰ প্ৰতিবেদনত ছয়জন চীনা বিষয়াৰ উদ্ধৃতি দি কোৱা হৈছে যে অতীতত বেইজিঙে দি অহা ভাবুকিতকৈ এইবাৰৰ ভাবুকি যথেষ্ট শক্তিশালী।

লগতে পঢ়ক: Covid-Monkeypox: একেলগে দুটা ভাইৰাছৰ সংক্ৰমণ! প্ৰথমবাৰ কৰ’না আৰু মাঙ্কিপক্সৰ দ্বাৰা আক্ৰান্ত হ’ল এক ব্যক্তি

Apply Now

হোৱাইট হাউচৰ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদ আৰু গৃহ বিভাগে এই প্ৰতিবেদনৰ ওপৰত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰিছে।

ফাইনেন্সিয়েল টাইমছে ১৮ জুলাইত বাতৰি প্ৰকাশ কৰিছিল যে পেল’চিয়ে অহা আগষ্টত টাইৱান ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে।

দৰাচলতে চীনে টাইৱানৰ চাৰিওফালে সামৰিক কাৰ্যকলাপ বৃদ্ধি কৰি আছে আৰু তাত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰক চীনা সাৰ্বভৌমত্ব স্বীকাৰ কৰিবলৈ হেঁচা দিবলৈ চেষ্টা চলাইছে।

লগতে পঢ়ক: World Athletics Championships: বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হ’ল নীৰজ চোপ্ৰা

ইপিনে, টাইৱান স্পষ্ট কৰি দিছে যে দ্বীপৰাষ্ট্ৰখনৰ ২কোটি ৩০ লাখ লোকেহে কেৱল তেওঁলোকৰ ভৱিষ্যতৰ বিষয়ে সিদ্ধান্ত ল’ব। তেওঁলোকে শান্তি বিচাৰে, কিন্তু আক্ৰমণ কৰিলে তেওঁলোকে নিজকে ৰক্ষা কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

August 9, 2026 3:34 pm
টৰন্টোত ভাৰতীয় মূলৰ হিমাংশী খুৰানাক হত্যা কৰাৰ ৭ মাহৰ পাছত গ্ৰেপ্তাৰ সংগী আব্দুল গাফুৰীক

টৰন্টোত ভাৰতীয় মূলৰ হিমাংশী খুৰানাক হত্যা কৰাৰ ৭ মাহৰ পাছত গ্ৰেপ্তাৰ সংগী আব্দুল গাফুৰীক

August 9, 2026 1:10 pm
পেট্ৰল-ডিজেল অবিহনে উৰিব; ‘ফ্লাইং কাৰ’ নিৰ্মাণ কৰি চমক দিলে ভাৰতীয় অভিযন্তাই

পেট্ৰল-ডিজেল অবিহনে উৰিব; ‘ফ্লাইং কাৰ’ নিৰ্মাণ কৰি চমক দিলে ভাৰতীয় অভিযন্তাই

August 9, 2026 11:23 am
যাৰ নামত দাখিল হৈছিল এজাহাৰ, ১০ লাখ টকা বান সাহায্য লাভ কৰি সেই সময়ক ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্তৰ

যাৰ নামত দাখিল হৈছিল এজাহাৰ, ১০ লাখ টকা বান সাহায্য লাভ কৰি সেই সময়ক ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্তৰ

August 9, 2026 10:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

১৬ দিনে অব্যাহত আছে প্ৰতিবাদ, ওলোৱা নাই সমাধান সূত্ৰ: ঝাৰখণ্ডত চাকৰি প্ৰাৰ্থীৰ তীব্ৰ আন্দোলন

August 9, 2026 3:34 pm
টৰন্টোত ভাৰতীয় মূলৰ হিমাংশী খুৰানাক হত্যা কৰাৰ ৭ মাহৰ পাছত গ্ৰেপ্তাৰ সংগী আব্দুল গাফুৰীক

টৰন্টোত ভাৰতীয় মূলৰ হিমাংশী খুৰানাক হত্যা কৰাৰ ৭ মাহৰ পাছত গ্ৰেপ্তাৰ সংগী আব্দুল গাফুৰীক

August 9, 2026 1:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd