• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Spurious liquor বিষাক্ত সুৰা পান কৰি ভাৰতত প্ৰতিদিনে মৃত্যু হয় তিনিজনতকৈ অধিক লোকৰ !

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
July 27, 2022 5:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ বটাড জিলাত সংঘটিত বিষাক্ত সুৰা ট্ৰেজেডীয়ে ভাৰতত এনে সুৰা সেৱন কৰাৰ ফলত হোৱা মৃত্যুৰ ভয়াৱহ ছবি খন পুনৰ ফুটাই তুলিছে। গুজৰাটত বিষাক্ত সুৰা পান কৰি মৃত্যুৰ সংখ্যা এতিয়ালৈকে ৪০ জনৰো অধিক লোকৰ মৃত্যু ঘটিছে। বহুতে চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছে।

পশ্চিম বংগৰ হাওৰা জিলাতো কিছুদিন পূৰ্বে একেধৰণৰ দুৰ্ঘটনাই এক ডজন লোকৰ প্ৰাণ হৰি নিছিল। এই বছৰৰ আৰম্ভণিতে, হোলী উদযাপনৰ সময়ত বিষাক্ত সুৰা সেৱন কৰাৰ ফলত সমগ্ৰ বিহাৰত প্ৰায় ৪০ জন লোকৰ মৃত্যু হৈছিল। অথচ বিহাৰত সুৰা নিষিদ্ধ কৰা হৈছে। এনে সুৰা তৈয়াৰ কৰিবলৈ সস্তীয়া ডিষ্টিলড সুৰা (দেশী দাৰু) ঔদ্যোগিক এলকহল বা মিথানলৰ দ্বাৰা ভেজাল কৰা হয় ,যাতে ইয়াৰ নিচাযুক্ত শক্তি বৃদ্ধি কৰিব পাৰি। ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি)ৰ তথ্যই দেখুৱাইছে যে ২০১৬ ৰ পৰা ২০২০ চনৰ ভিতৰতদেশত বিষাক্ত সুৰা পান কৰি ৬,১৭২ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ অৰ্থ হৈছে প্ৰতিদিনে তিনিদনৰো অধিক লোকৰ বিষাক্ত সুৰা পান কৰি মৃত্যু হয়।

Apply Now

কেৱল মধ্য প্ৰদেশতে ভাৰতৰ বিষাক্ত সুৰা পান কৰি হোৱা মৃত্যুৰ এক পঞ্চমাংশ ঘটনা ঘটিছে।ৰাজ্য খনত অতি কম দিনৰ ভিতৰতে বিষাক্ত সুৰা পান কৰি ১,২১৪ জন লোকৰ মৃত্যু ঘটিছে। মধ্য প্ৰদেশৰ পিছত আছে কৰ্ণাটক (৯০৯), পঞ্জাৱ (৭২৫), ছত্তীশগড় (৫০৫), আৰু হাৰিয়ানা (৪৭৬)। একে সময়তে দিল্লীত ৯৪ জন, গুজৰাটত ৫০ জন আৰু বিহাৰত ২১ জন লোকৰ বিষাক্ত সুৰা পানৰ ফলত অতি শেহতীয়াকৈ মৃত্যু হৈছে। ২০০৯ চনত সুৰাৰ বিষক্ৰিয়াৰ ফলত গুজৰাটত ১৩৬ জন লোকে প্ৰাণ হেৰুৱাইছিল। অনুসন্ধানত প্ৰকাশ পাইছে যে বোটাড জিলাৰ বিভিন্ন গাঁৱৰ লোকে বুটলেগাৰে মিথাইল এলকহল বা মিথানলৰ সৈতে পানী মিহলি কৰি নকল সুৰা প্ৰস্তুত কৰি আহিছে আৰু ইয়াক প্ৰতি পাউচত ২০ টকাত গাওঁবাসীক বিক্ৰী কৰি আহিছে।

 মহাৰাষ্ট্ৰ, গোৱা, লাডাখ, লাক্ষদ্বীপত নকল সুৰাৰ ফলত এতিয়ালৈকে কোনো লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা হোৱা নাই। এনচিআৰবিৰ তথ্য অনুসৰি, মহাৰাষ্ট্ৰ, গোৱা, লাডাখ আৰু লক্ষদ্বীপ হৈছে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল য’ত নকল সুৰা সেৱনৰ ফলত হোৱা মৃত্যুৰ সংখ্যা শূন্য।

উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যই এই ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিছে। অৰুণাচল প্ৰদেশ, মণিপুৰ আৰু নাগালেণ্ডত এতিয়ালৈকে বিষাক্ত সুৰা পান কৰি এজনকৈ লোকৰ মৃত্যুৰ তথ্য আছে। পৰিসংখ্যাই দেখুৱাইছেযে ভাৰতত ২০১৭ চনত ১,১৫০ জন লোকৰ মৃত্যু বিষাক্ত সুৰা পান কৰাৰ ফলত হৈছিল।এই সংখ্যা ২০১৮ চনত ১,৩৬৫; ২০১৯ চনত ১,২৯৬ আছিল।২০২০ চনৰ তথ্যই দেখুৱাইছে যে ৮৯৫ জন পুৰুষ আৰু ৫২ গৰাকী মহিলাই বিষাক্ত সুৰা সেৱন কৰাৰ পিছত মৃত্যু বৰণ কৰিছিল।

মুম্বাইত ২০১৫ চনৰ জুন মাহত বিষাক্ত সুৰা সেৱন কৰাৰ পিছত মালৱানীৰ এটা বস্তিত ১০৬ জন লোকৰ মৃত্যু হৈছিল, যাৰ ভিতৰত বেছিভাগ আছিল নিৰ্মাণ শ্ৰমিক, নৰ্দমা পৰিষ্কাৰ কৰা লোক আৰু চুইপাৰ । ২০১১ চনত পশ্চিম বংগৰ দক্ষিণ ২৪ পৰগণা জিলাৰ সংগ্ৰামপুৰত আন বিষাক্ত সুৰাৰ ট্ৰেজেডীত ১৭২ জন লোকৰ প্ৰাণ হেৰুৱাইছিল। ২০০৮ চনৰ মে মাহত কৰ্ণাটক আৰু তামিলনাডুত অবৈধ দোকানৰ পৰা নকল সুৰা সেৱন কৰি প্ৰায় ১৮০ জন লোকৰ মৃত্যু হয়।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

পাকিস্তানৰ পৰাই পহলগাম আক্ৰমণৰ নিৰ্দেশ দিছিল হাফিজ ছৈয়দে! জম্মুৰ আদালতত এন আই এৰ চাঞ্চল্যকৰ অভিযোগনামা

July 6, 2026 5:13 pm
গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিৰ পৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

কাৰাগাৰৰ ভিতৰত ড্ৰাগছ চক্ৰৰ ভয়ংকৰ পৰিণতি! শ্ৰীলংকাত কাৰাবন্দীৰ মাজত গুলীয়াগুলী, ২৫ জনৰ প্ৰাণহানি

July 6, 2026 6:05 pm
আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

আজাৰা-পলাশবাৰীৰ ভূমি অধিগ্ৰহণ, এৰ’চিটি-টাউনশ্বিপ আৰু উকিয়াম নদী বান্ধৰ বিৰুদ্ধে নিখিল ৰাভা জাতীয় পৰিষদৰ হুংকাৰ

July 6, 2026 5:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd