• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

CWG 2022: সাক্ষীৰ পিছত দ্বিতীয় ভাৰতীয় মহিলা হিচাপে মল্লযুঁজত স্বৰ্ণ জয় ভিনেশ ফোগাটৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 7, 2022 7:07 am
ভিনেশ ফোগাট।

ভিনেশ ফোগাট।

152
VIEWS
Share on FacebookShare on Twitter

Vinesh Phogat wins gold medal in wrestling গ্ৰুপত দুখন মেচ জিকি তৃতীয় খন খেলত নামিছিল ভিনেশ ফোগাট। শ্ৰীলংকাৰ চামুদিয়াক পৰাজিত কৰিলেই সোণৰ পদক নিশ্চিত আছিল ভিনেশৰ। মহিলা মল্লযোদ্ধাগৰাকীয়ে অনায়াসে সেইটো কৰি দেখুৱালে। ফলত ভিনেশ হ’ল সাক্ষী মালিকৰ পিছত চলিত কমনৱেলথত স্বৰ্ণ জয় কৰা দ্বিতীয় গৰাকী মহিলা মল্লযোদ্ধা।

মহিলাৰ ৫৩ কিলোগ্ৰাম শাখাত শনিবাৰে নিশা ভিনেশ সুন্দৰ ফৰ্মত আছিল। তেওঁৰ হাতত ক্লাছিফিকেশ্যন পইন্টো যথেষ্ট ভাল আছিল। ভিনেশে প্ৰথম দুখন মেচ ২-০ আৰু ৬-০ ত জিকে। ভিনেশে প্ৰথমেই চামুদিয়াক দুই কান্ধ বন্দী কৰি এক শক্তিশালী আক্ৰমণ চলায়। ভিনেশে এটা আক্ৰমণতে ৪-০ ৰ অগ্ৰগতি লাভ কৰে।

ভিনেশে ইমানেই আক্ৰমণাত্মকভাৱে খেলে যে তেওঁ এই এটা আক্ৰমণেৰে খেলখন সমাপ্ত কৰে। ফলত ভাৰতে ভিনেশৰ জৰিয়তে ১১ তম স্বৰ্ণ পদক লাভ কৰে।

গোল্ড কোষ্টৰ পিছত গ্লাছগো আৰু এইবৈআৰ বাৰ্মিংহাম। ভিনেশ ফোগাটে একেৰাহে তৃতীয় কমনৱেলথ গেমছত স্বৰ্ণ জয় কৰে। তেওঁ এই অনন্য কৃতিত্ব অৰ্জন কৰা প্ৰথম ভাৰতীয় খেলুৱৈ।

২০১৪ চনৰ গ্লাছগো আৰু ২০১৮ ৰ গোল্ড কোষ্ট কমনৱেলথ গেমছত স্বৰ্ণ পদক বিজয়ী মল্লযোদ্ধাগৰাকীয়ে মহিলাৰ ৫৩ কিলোগ্ৰাম ফ্ৰীষ্টাইল শাখাত স্বৰ্ণ পদক জিকিছিল। চলিত কমনৱেলথ গেমছত ভাৰতৰ বাবে ১১ তম স্বৰ্ণ পদকটো ভাৰতীয় মল্লযোদ্ধাগৰাকীৰ জৰিয়তে আহিল।

Recent News

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

অভিযুক্ত চোৰাংচোৱা জছবীৰৰ ফোনত আছিল ১৫০টা পাকিস্তানী নম্বৰ, লগতে লেপটপো দিছিল আইএছআইক

চাহ একাপত চুমুক দি চিগাৰেটৰ বাবে হাহাকাৰ কৰে নেকি? হ’ব পাৰে শৰীৰৰ গুৰুতৰ ক্ষতি

চাহ একাপত চুমুক দি চিগাৰেটৰ বাবে হাহাকাৰ কৰে নেকি? হ’ব পাৰে শৰীৰৰ গুৰুতৰ ক্ষতি

খোৱাৰ পিছত পেট ফুলি উঠে নেকি? কেনেকৈ আঁতৰাব এই সমস্যা?

খোৱাৰ পিছত পেট ফুলি উঠে নেকি? কেনেকৈ আঁতৰাব এই সমস্যা?

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd