• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

’আমাক জীয়াই থাকিবলৈ দিয়ক’, কাশ্মীৰী পণ্ডিতৰ প্ৰতিবাদত কঁপি উঠিল কাশ্মীৰ উপত্যকা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 17, 2022 8:46 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাশ্মীৰত কাশ্মীৰী পণ্ডিতৰ ওপৰত ধাবাহিকভাবে হৈ থকা আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে আজি ৰাজপথলৈ ওলাই আহে বহু কাশ্মীৰী পণ্ডিত।মঙলবাৰে জম্মু-কাশ্মীৰৰ বুদগাম জিলাত সম্প্ৰদায়টোৰ এজন লোকৰ হত্যাক লৈ কাশ্মীৰী হিন্দুৰ এটা দলে আজি প্ৰতিবাদ সাব্যস্ত কৰে৷ মঙলবাৰে শ্বপিয়ানত সন্ত্ৰাসবাদীৰ গুলীত কাশ্মীৰী পণ্ডিত সুনীল কুমাৰৰ মৃত্যু হৈছিল আৰু তেওঁৰ ভাতৃ পিন্টু কুমাৰ আহত হৈছিল৷ সন্ত্ৰাসবাদীসকলে শ্বপিয়ানৰ চোটিপোৰা অঞ্চলৰ এখন আপেলৰ বাগিচাত সাধাৰণ লোকৰ ওপৰত গুলীচালনা কৰিছিল।

ঘটনাটোৱে উপত্যকাটোত ক্ষোভৰ সৃষ্টি কৰিছে । কাশ্মীৰী পণ্ডিত সংঘৰ্ষ সমিতিয়ে (কেপিএছএছ) সম্প্ৰদায়ৰ সদস্যসকলক উপত্যকা এৰি যাবলৈ পৰামৰ্শ দিছে। সন্ত্ৰাসবাদীৰ বৰ্ধিত আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জম্মু আৰু দিল্লীৰ দৰে সুৰক্ষিত স্থানলৈ কাশ্মীৰী পণ্ডিতসকলক যাবলৈ পৰামৰ্শ দিছে কাশ্মীৰী পণ্ডিত সংঘৰ্ষ সমিতিয়ে ।” কাশ্মীৰত কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত আন এটা মাৰাত্মক আক্ৰমণৰ ঘটাব বুলি সন্ত্ৰাসবাদীসকলে স্পষ্ট কৰি দিছে ,” কেপিএছএছৰ মুৰব্বী সঞ্জয় টিকুৱে কয়।

Apply Now

কেপিএছএছৰ মুৰব্বী সঞ্জয় টিকুৱে লগতে কয়, “আমি যোৱা ৩২ বছৰ ধৰি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হৈ আহিছো। চৰকাৰে সংখ্যালঘুসকলক, বিশেষকৈ কাশ্মীৰী পণ্ডিতসকলক নিৰাপত্তা প্ৰদান কৰাত ব্যৰ্থ হৈছে। আমি কিমান জনে এনেদৰে মৰিব লাগিব? যথেষ্ট হৈছে।” জম্মু আৰু কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই কাশ্মীৰী পণ্ডিতৰ হত্যাক গৰিহণা দি কৈছে যে বৰ্বৰ কাৰ্য্যৰ সৈতে জৰিত সন্ত্ৰাসবাদীসকলক ৰেহাই দিয়া নহ’ব।

উল্লেখ্য জম্মু–কাশ্মীৰৰ শ্বপিয়ানত কালি কাশ্মীৰী পণ্ডিতৰ ওপৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে সন্ত্ৰাসবাদীয়ে। এই ঘটনাত এজন কাশ্মীৰী পণ্ডিত নিহত হয়। কাশ্মীৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত কয় যে, শ্বপিয়ানৰ আপেল বাগিছা এখনত সন্ত্ৰাসবাদীয়ে কৰা গুলীচালনাত এজন নাগৰিকৰ মৃত্যু হয় আৰু লগতে তেওঁৰ ভাতৃ আঘাত প্ৰাপ্ত হয়। বিগত কিছুদিন ধৰি উপত্যকাটোত কাশ্মীৰী পণ্ডিতৰ ওপৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰি গৈ আছে। কিছুদিন পূৰ্বে সন্ত্ৰাসবাদীয়ে ৩৬ বছৰীয়া কাশ্মীৰী পণ্ডিত ৰাহুল ভাটক গুলীয়াই হত্যা কৰিছিল। আজি সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বিৰুদ্ধে বুদগামত হাজাৰ হাজাৰ কাশ্মীৰী পণ্ডিতে প্ৰতিবাদ সাৱস্ত্য কৰে। কাশ্মীৰ পণ্ডিতসকলে ’আমাক জীয়াই থাকিবলৈ দিয়ক’ বুলি শ্ল’গান দি আকাশ-বতাহ কঁপাই তোলে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd