• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শতাধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে কাজিৰঙাত টুৰিষ্ট গাইডৰ সপ্তাহজোৰা প্ৰশিক্ষণ কাৰ্যসুচী

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
August 22, 2022 6:59 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙাৰ কহঁৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উদ্যোগত দেওবাৰৰ পৰা অনুষ্ঠিত হৈছে সপ্তাহ জোৰা টুৰিষ্ট গাইডৰ প্ৰশিক্ষণৰ কাৰ্যসুচী ৷

ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰাত থকা শতবৰ্ষ সমাৰোহ কেন্দ্ৰত দেওবাৰে পুৱাৰে পৰা আয়োজিত এই প্ৰশিক্ষণত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ৫৫ মুঠ গৰাকী প্ৰশিক্ষাৰ্থীৰ লগতে ১৬ গৰাকী টুৰিষ্ট গাইডে অংশগ্ৰহণ কৰিছে ৷

লগতে পঢ়ক: অহা নাই এম্বুলেন্স, ঠেলাত আনিলে অসুস্থ ৰোগী! বাতৰি কৰা তিনি সাংবাদিকৰ বিৰুদ্ধে দাখিল এজাহাৰ

Apply Now

পুৱা প্ৰশিক্ষণ কাৰ্যসুচীত কাজিৰঙাৰ সঞ্চালক যতীন্দ্ৰ শৰ্মা, ডি এফ অ’ ৰমেশ গগৈ, গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, হুকুমা বিল সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ সভাপতি কমল গগৈ, কাজিৰঙাৰ সাংবাদিক স্বপন নাথ, জীপ চাফাৰী সন্থাৰ বিষয় ববীয়াৰ   উপৰিও ৰাষ্ট্ৰীয় উদ্যানখনৰ উচ্চ পদস্থ বন বিষয়া সকল উপস্থিত থাকে ৷ 

ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা টুৰিষ্ট গাইড প্ৰশিক্ষণৰ সপ্তাহ জোৰা এই কাৰ্যসুচী আনুষ্ঠানিকভাৱে উদ্যোধন কৰে কাজিৰঙাৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই ৷

টুৰিষ্ট গাইড প্ৰশিক্ষণৰ প্ৰথম দিনৰ কাৰ্যসুচীত সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰি সোনাপুৰ মহাবিদ্যালয়ৰ প্ৰবক্তা স্বপ্না মেধি বৰদলৈয়ে টুৰিজিম আৰু ইক’ টুৰিজিমৰ বিষয়ে বিস্তৃত প্ৰশিক্ষণ প্ৰদান কৰে ৷

লগতে পঢ়ক: সৰ্বনাশ কাণ্ড! ৱেব চিৰিজ চাই বন্দুক ক্ৰয় কৰিলে এজন কিশোৰে; বন্ধুবৰ্গক ভয় খুৱাবলৈ গৈ হ’ল গ্ৰেপ্তাৰ

উল্লেখ্য যে সপ্তাহ জোৰা এই প্ৰশিক্ষণত অসমৰ পৰ্যটনৰ সৈতে জড়িত কেইবাগৰাকী গৱেষকে সমল ব্যক্তি হিচাবে প্ৰশিক্ষণ প্ৰদান কৰিব ৷

অহা ২৭ আগষ্টৰ পুৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ সৌজন্যত আয়োজিত সপ্তাহ জোৰা এই টুৰিষ্ট গাইড প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব ৷

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd