• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

NASA shares new images of Jupiter: নাছাই মুকলি কৰিলে বৃহস্পতি গ্ৰহৰ এক সম্পূৰ্ণ সুকীয়া ছবি; দেখি মুগ্ধ সকলো মহাকাশপ্ৰেমী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 23, 2022 2:14 pm
429
VIEWS
Share on FacebookShare on Twitter

NASA shares new images of Jupiter জেমছ ৱেব টেলিস্কোপে আৰম্ভণিৰে পৰাই মহাকাশ বিজ্ঞানৰ জগতখনত এক সুন্দৰ প্ৰভাৱ পেলাইছে। বহুতো বিৰল ছবি প্ৰকাশ কৰি ই এতিয়ালৈকে পুৰণি ধাৰণাবোৰ ব্যাপক সলনি দিশে আগবঢ়াই দিছে। বহু কোটি বছৰ পূৰ্বৰ পৃথিৱীৰ সৃষ্টিৰ সময়ৰ ছবিৰ পিছত এইবাৰ ই বৃহস্পতি গ্ৰহৰ এক বিৰল ছবি মুকলি কৰিছে।

এই ছবিবোৰ আগৰ ছবিবোৰতকৈ কিয় পৃথক? কাৰণ উন্নত প্ৰযুক্তি। জেমছ ৱেব টেলিস্কোপত আছে নিয়াৰ-ইনফ্ৰাৰেড কেমেৰা। যি মহাকাশৰ অৱজেক্টবোৰ চিনাক্ত কৰাত অতি দক্ষ। সেই কেমেৰাৰ ইনফ্ৰাৰেড বিকিৰণে মহাকাশৰ অসীম অন্ধকাৰ আৰু শূন্যতাৰ পৰা ইয়াৰ অভিপ্ৰেত বস্তুটোৰ কাষলৈ গৈ  ইয়াৰ ছবি তুলিবলৈ সক্ষম হয়।

বৃহস্পতি গ্ৰহৰ এই বিৰল শেহতীয়া ছবিৰ ক্ষেত্ৰতো একেই ঘটনা ঘটিছে। এই ছবিয়ে বৃহস্পতিক যিদৰে সন্মুখলৈ আনিছে সেয়া অভাৱনীয়, নান্দনিক। গ্ৰহটোক আৱৰি থকা অস্থিৰ অশান্ত গ্ৰেট ৰেড স্পটসমূহৰ দৃশ্য এই প্ৰথম দেখা পোৱা গৈছে।    

স্বাভাৱিকতে, সংশ্লিষ্ট সকলো মহলে এই ছবিখন দেখি বিস্ময়ত অভিভূত হৈছে। বৃহস্পতি গ্ৰহৰ এনে বিতং ছবি আগতে দেখাটো সঁচাকৈয়ে সম্ভৱ নাছিল, কিয়নো ইয়াক লোৱাৰ প্ৰযুক্তি ইমানদিনে সম্পূৰ্ণ নাছিল। এই ছবিত স্পষ্টভাৱে বৃহস্পতিৰ আঙুঠি, ইয়াৰ সৰু উপগ্ৰহ আৰু  ইয়াৰ পিছফালৰ ছায়াপথ দেখা পোৱা গৈছে।

জ্যোতিৰ্বিজ্ঞানীসকলৰ মাজত বৃহস্পতি গ্ৰহৰ প্ৰতি সদায় আন এটা বিশেষ আগ্ৰহ আছিল কিয়নো বৃহস্পতি আমাৰ সৌৰজগতৰ সৰ্ববৃহৎ গ্ৰহ। নাছাৰ দ্বাৰা মুকলি কৰা ইয়াৰ নতুন ছবিত তাৰ চাৰিওফালে ঘূৰি থকা ৰঙৰ বৰ্ণচ্ছটা, ইয়াৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ মেৰুজ্যোতি দেখা গৈছে। এই মেৰুজ্যোতিৰ বাবেই এই ছবি আৰু অধিক আকৰ্ষণীয় হৈ পৰিছে।

বৃহস্পতি গ্ৰহৰ দুটা উপগ্ৰহ তথা দুটা চন্দ্ৰ আছে – অদ্ৰাস্তি আৰু অমলথিয়া। এই দুয়োটাকো বৃহস্পতিৰ বিখ্যাত আঙুঠিৰ বাওঁফালে ছবিখনত দেখা গৈছে।      

Recent News

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd