• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

NASA shares new images of Jupiter: নাছাই মুকলি কৰিলে বৃহস্পতি গ্ৰহৰ এক সম্পূৰ্ণ সুকীয়া ছবি; দেখি মুগ্ধ সকলো মহাকাশপ্ৰেমী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 23, 2022 2:14 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

NASA shares new images of Jupiter জেমছ ৱেব টেলিস্কোপে আৰম্ভণিৰে পৰাই মহাকাশ বিজ্ঞানৰ জগতখনত এক সুন্দৰ প্ৰভাৱ পেলাইছে। বহুতো বিৰল ছবি প্ৰকাশ কৰি ই এতিয়ালৈকে পুৰণি ধাৰণাবোৰ ব্যাপক সলনি দিশে আগবঢ়াই দিছে। বহু কোটি বছৰ পূৰ্বৰ পৃথিৱীৰ সৃষ্টিৰ সময়ৰ ছবিৰ পিছত এইবাৰ ই বৃহস্পতি গ্ৰহৰ এক বিৰল ছবি মুকলি কৰিছে।

এই ছবিবোৰ আগৰ ছবিবোৰতকৈ কিয় পৃথক? কাৰণ উন্নত প্ৰযুক্তি। জেমছ ৱেব টেলিস্কোপত আছে নিয়াৰ-ইনফ্ৰাৰেড কেমেৰা। যি মহাকাশৰ অৱজেক্টবোৰ চিনাক্ত কৰাত অতি দক্ষ। সেই কেমেৰাৰ ইনফ্ৰাৰেড বিকিৰণে মহাকাশৰ অসীম অন্ধকাৰ আৰু শূন্যতাৰ পৰা ইয়াৰ অভিপ্ৰেত বস্তুটোৰ কাষলৈ গৈ  ইয়াৰ ছবি তুলিবলৈ সক্ষম হয়।

Apply Now

বৃহস্পতি গ্ৰহৰ এই বিৰল শেহতীয়া ছবিৰ ক্ষেত্ৰতো একেই ঘটনা ঘটিছে। এই ছবিয়ে বৃহস্পতিক যিদৰে সন্মুখলৈ আনিছে সেয়া অভাৱনীয়, নান্দনিক। গ্ৰহটোক আৱৰি থকা অস্থিৰ অশান্ত গ্ৰেট ৰেড স্পটসমূহৰ দৃশ্য এই প্ৰথম দেখা পোৱা গৈছে।    

স্বাভাৱিকতে, সংশ্লিষ্ট সকলো মহলে এই ছবিখন দেখি বিস্ময়ত অভিভূত হৈছে। বৃহস্পতি গ্ৰহৰ এনে বিতং ছবি আগতে দেখাটো সঁচাকৈয়ে সম্ভৱ নাছিল, কিয়নো ইয়াক লোৱাৰ প্ৰযুক্তি ইমানদিনে সম্পূৰ্ণ নাছিল। এই ছবিত স্পষ্টভাৱে বৃহস্পতিৰ আঙুঠি, ইয়াৰ সৰু উপগ্ৰহ আৰু  ইয়াৰ পিছফালৰ ছায়াপথ দেখা পোৱা গৈছে।

জ্যোতিৰ্বিজ্ঞানীসকলৰ মাজত বৃহস্পতি গ্ৰহৰ প্ৰতি সদায় আন এটা বিশেষ আগ্ৰহ আছিল কিয়নো বৃহস্পতি আমাৰ সৌৰজগতৰ সৰ্ববৃহৎ গ্ৰহ। নাছাৰ দ্বাৰা মুকলি কৰা ইয়াৰ নতুন ছবিত তাৰ চাৰিওফালে ঘূৰি থকা ৰঙৰ বৰ্ণচ্ছটা, ইয়াৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ মেৰুজ্যোতি দেখা গৈছে। এই মেৰুজ্যোতিৰ বাবেই এই ছবি আৰু অধিক আকৰ্ষণীয় হৈ পৰিছে।

বৃহস্পতি গ্ৰহৰ দুটা উপগ্ৰহ তথা দুটা চন্দ্ৰ আছে – অদ্ৰাস্তি আৰু অমলথিয়া। এই দুয়োটাকো বৃহস্পতিৰ বিখ্যাত আঙুঠিৰ বাওঁফালে ছবিখনত দেখা গৈছে।      

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd