• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

Benefits of Roses: প্ৰেমৰ প্ৰতীক গোলাপ ফুলৰ কি কি ঔষধি গুণ আছে জানেনে?

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
August 23, 2022 5:47 pm
Benefits of Roses
44
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোলাপ এবিধ সকলোৰে পৰিচিত ফুল। ইয়াৰ ঠাৰিবোৰ কাঁইটীয়া। বগা, ৰঙা, গোলাপীয়া আদি বিভিন্ন ৰঙৰ গোলাপ ফুল পোৱা যায়। গোলাপৰ সৌন্দর্যই সকলোকে মুগ্ধ কৰে কাৰণে ফুলৰ ৰাণীৰ আসন অধিকাৰ কৰিব পাৰিছে। গোলাপ ফুলে শৰীৰ শীতল কৰে আৰু শক্তি দিয়ে।

ফুলৰ ৰাণী গোলাপৰো কিছুমান ঔষধি গুণ আছে জানো আহক:

১)গোলাপ ফুলৰ ৰস উলিয়াই মৌৰে খালে অৰুচি দূৰ হয়।

Apply Now

২)সৰু ল’ৰা-ছোৱালীৰ পয়ালগা ৰোগত গোলাপ ফুলৰ পাপৰি আৰু চুজি মিহলাই হালোৱা বনাই খুৱালে ৰোগ ভাল হয়।

৩)মহিলাৰ বন্ধ্যাত্বত গোলাপ ফুল ঘিউৰে মোহাৰি শুঙিলে বন্ধ্যাত্বত উপকাৰ পোৱা যায়। অৱশ্যে এনেদৰে বহু দিন একেৰাহে কৰিলেহে ফল পোৱা যায়।

Also read : Benefits of Pear: নাচপতিত লুকাই আছে আচৰিত ধৰণৰ গুণাগুণ: আপোনালোকে জানেনে?

৪)গৰ্ভপাত হোৱা মহিলাই চফ গুটি ৫০-৬০ গ্রাম গুড়ি কৰি গোলাপ ফুলৰ শিপাৰ ৰস ১-২, চামুচ মিহলাই তাৰ লগত পানী মিহলাই কেইদিনমান খালে ভাল ফল পোৱা যায়।

৫)গোলাপ ফুলৰ পাপৰিৰ পৰা তৈয়াৰ কৰা গোলকন্দই শৰীৰলৈ শীতলতা আনে আৰু ই পুষ্টিকৰো।

৬)গোলাপ ফুলে পাচন শক্তি বৃদ্ধি কৰে। বাত, পিত্ত আদি ৰোগতো গোলাপ ফুলৰ পাপৰি শুকুৱাই মৌৰে সিজাই খালে উপকাৰ পোৱা যায়।

৭)গোলাপৰ পাপৰি পানীত তিয়াই সেই পানীৰে মুখ মোহাৰিলে ছাল কোমল আৰু সজীৱ হয় লগতে ওঁঠত লগালেও একেই ফল পোৱা যায়।

৮)গোলাপৰ পাপৰিৰ ৰসে বীর্য বঢ়ায় আৰু তেজ পৰিস্কাৰ কৰে।

Also read : Benefits of Starfruit: কৰ্দৈ টেঙাৰ আছে বহু স্বাস্থ্যসন্মত উপকাৰ; আহকচোন জানো কৰ্দৈৰ উপকাৰিতা সমূহ

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

জনপ্ৰিয় শিক্ষাবিদ খান ছাৰৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষীৰ

June 5, 2026 6:02 pm
নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

নিৰ্বাচনী গোচৰ নিষ্পত্তিত পলম হ’লে ভাৰতত একনায়কত্ববাদ আহিব পাৰে, মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ মন্তব্য

June 5, 2026 5:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

তিনি কুইন্টল মাছ খাই বিশ্বকাপ খেলিব নৰৱেৰ ফুটবল দলে : বৰভোজ ৰন্ধাৰ বাবে আছে দুগৰাকী পাকৈত ৰান্ধনী

June 5, 2026 6:24 pm
পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

পৃথিৱীয়ে আৰু যুদ্ধ সহ্য কৰিব নোৱাৰে

June 5, 2026 6:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd