• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰফেট মহম্মদ বিতৰ্ক: নূপুৰ শৰ্মালৈ সমৰ্থন আগবঢ়ালে ৰাজ ঠাকৰেই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 24, 2022 6:57 am
Nupur Sharma Raj Thackeray
171
VIEWS
Share on FacebookShare on Twitter

প্ৰফেট মহম্মদ সম্পৰ্কে বিতৰ্কিত মন্তব্য কৰি দেশৰ লগতে আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়তো নিন্দাৰ সন্মুখীন হোৱা বিজেপিৰ নিলম্বিত মুখপাত্ৰ নূপুৰ শৰ্মাৰ সমৰ্থনত এইবাৰ থিয় দিছে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ মুৰব্বী ৰাজ ঠাকৰে।

এক সাক্ষাৎকাৰত নূপুৰ শৰ্মালৈ সমৰ্থন আগবঢ়াই ৰাজ ঠাকৰেই কয়, “সকলোৱে নূপুৰ শৰ্মাক ক্ষমা বিচাৰিবলৈ দাবী কৰিছে। কিন্তু আমি এই বিষয়ত নূপুৰ শৰ্মাক সমৰ্থন কৰিছো।”

নূপুৰ শৰ্মাই যি মন্তব্য কৰিছিল, তেনে অনুৰূপ মন্তব্য পূৰ্বে জাকিৰ নায়েকেও কৰিছিল বুলি সোঁৱৰাই দি ৰাজ ঠাকৰেই সেই সময়ত নায়েকৰ পৰা কোনেও ক্ষমাৰ দাবী কৰা কৰা নাছিল বুলি উল্লেখ কৰে।

উল্লেখ্য টেলিভিচনত সম্প্ৰচাৰিত এক অনুষ্ঠানত নূপুৰ শৰ্মাই পয়গম্বৰৰ ওপৰত কৰা মন্তব্যই সমগ্ৰ দেশতে প্ৰতিবাদৰ সৃষ্টি কৰিছিল। লগতে বিশ্বৰ মুছলমান প্ৰধান দেশসমূহৰ পৰাও ভাৰতৰ ওপৰত তীব্ৰ হেঁচা পৰিছিল।

এনে পৰিস্থিতিত বিজেপিয়ে পৰৱৰ্তী সময়ত নূপুৰ শৰ্মাক দলৰ পৰা নিলম্বিত কৰিছিল। যোৱা ১০ আগষ্টত উচ্চতম ন্যায়ালয়ে নূপুৰ শৰ্মাৰ বিৰুদ্ধে সমগ্ৰ দেশত দাখিল কৰা সকলো গোচৰ দিল্লী আৰক্ষীলৈ স্থানান্তৰ কৰে।

আনহাতে যোৱা মাহত শীৰ্ষ আদালতে নূপুৰ শৰ্মাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ সন্দৰ্ভত ১০ আগষ্টলৈকে গ্ৰেপ্তাৰৰ পৰা অন্তৱৰ্তীকালীন সুৰক্ষা প্ৰদান কৰিছিল।

ইফালে ৰাজ ঠাকৰেই লগতে শিৱসেনাৰ নেতা তথা তেওঁৰ সম্পৰ্কীয় জেষ্ঠ ভাতৃ উদ্ধৱ ঠাকৰেকো সমালোচনাৰ লক্ষ্য কৰি লয়। ঠাকৰেই কয়, “যেতিয়া মই শিৱসেনাত আছিলো, বালাচাহেবে সিদ্ধান্ত লৈছিল যে যিদলৰ অধিক বিধায়ক আছে সেই দলেই মুখ্যমন্ত্ৰীৰ আসন লাভ কৰিব।”

বালাচাহেবৰ এই সিদ্ধান্তৰ পাছতো উদ্ধৱ ঠাকৰেই কিদৰে এই সিদ্ধান্ত সলনি কৰিব পাৰে বুলি প্ৰশ্ন কৰি ৰাজ ঠাকৰেই পৰোক্ষভাৱে বিজেপিলৈ সমৰ্থন আগবঢ়ায়।

Recent News

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd