• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সম্ভৱ? বুলবুলি চৰাইৰ পিঠিত উঠি আন্দামান কাৰাগাৰৰ পৰা ওলাই আহিছিল সাভাৰকাৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2022 10:24 am
1k
VIEWS
Share on FacebookShare on Twitter

Savarkar flew on a bulbul from Jail বুলবুলি চৰাইৰ পিঠিত উঠি আন্দামানৰ চেলুলাৰ কাৰাগাৰৰ পৰা ওলাই আহিছিল বিনায়ক দামোদৰ সাভাৰকাৰ। এইদৰে তেওঁ নিজৰ মাতৃভূমিক চাবলৈ ওলাই আহিছিল। কৰ্ণাটকৰ বিদ্যালয়ৰ পাঠ্যপুথিত লিখা হৈছে এইদৰে।

ৰাজ্যখনৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে ইতিহাস বিকৃত কৰাৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে।

কৰ্ণাটকৰ অষ্টম শ্ৰেণীৰ নতুন পাঠ্যক্ৰম অনুসৰি ইয়াত কেইবাটাও নতুন পদ্য আৰু গদ্য অন্তৰ্ভুক্ত কৰা হৈছে। তাৰ ভিতৰতে সাভাৰকাৰৰ বিষয়ে এই ধৰণৰ অদ্ভুত দাবী কৰা পাঠো আছে।

লগতে পঢ়ক: India beats Pakistan: হাৰ্ডিকৰ নায়কোচিত প্ৰত্যাৱৰ্তন! এছিয়া কাপত পাকিস্তানক ৫ উইকেটত পৰাজিত কৰিলে ভাৰতে

অষ্টম শ্ৰেণীৰ কানাড়া পাঠ্যপুথিখনত লিখা হৈছে, “যিটো চেলত সাভাৰকাৰক ৰখা হৈছিল তাত চাবি সুমুৱাব পৰাকৈয়ো সুৰুঙা নাছিল। কিন্তু সেই চেললৈ  প্ৰতিদিনে আহিছিল এটা বুলবুলি চৰাই। সাভাৰকাৰে প্ৰতিদিনে মাতৃভূমিক চাবলৈ ইয়াৰ  পিঠিত উঠি কাৰাগাৰৰ পৰা ওলাই আহিছিল।‘’

ভাৰতৰ স্বাধীনতা সংগ্ৰামত সাভাৰকাৰৰ ভূমিকাক লৈ আৰ এছ এছ আৰু কংগ্ৰেছৰ মাজত বিবাদ চলি আছে। বিৰোধীয়ে ক্ষমা বিচাৰি ব্ৰিটিছ কৰ্তৃপক্ষলৈ সাভাৰকাৰৰ পত্ৰৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল।

লগতে পঢ়ক: বোকাখাতৰ পৰা সংগোপনে নিয়া অতি বিৰল প্ৰজাতিৰ চানা বাৰ্কা মাছ সহ এজন লোকক জখলাবন্ধাত কৰায়ত্ত

কৰ্ণাটকত সাভাৰকাৰক অষ্টম শ্ৰেণীৰ পাঠ্যত কেনেদৰে দাঙি কৰা হৈছে তাক লৈ নতুন বিতৰ্কৰ সূত্ৰপাত হৈছে। তদুপৰি, বুলবুলি চৰাইৰ পিঠিত উঠি কাৰাগাৰৰ পৰা বাহিৰলৈ ওলাই অহা কাহিনীৰ বিজ্ঞান সন্মত ব্যাখ্যা বিচাৰি প্ৰায় অজ্ঞান হৈ পৰাৰ সম্ভাৱনাহে ব্যক্ত কৰিছে বহুতে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd