• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

US vs China on Taiwan: টাইৱানকলৈ বিস্ফোৰক বিডেন! খঙত তিঙিৰি তুলা চীন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 19, 2022 2:52 pm
US vs China on Taiwan: টাইৱানকলৈ বিস্ফোৰক বিডেন! খঙত তিঙিৰি তুলা চীন
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Joe Biden again says the U.S. would help Taiwan আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজত ক্ৰমে উত্তেজনা বাঢ়ি গৈ আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনৰ শেহতীয়া মন্তব্যই দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ অধিক অৱনতি ঘটোৱাৰ আশংকা কৰা হৈছে।

বিডেনে কয় যে যদি চীনে টাইৱানক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে তেন্তে আমেৰিকা যুক্তৰাষ্ট্ৰই ইয়াক সুৰক্ষা দিব। ইপিনে, চীনে দীৰ্ঘদিন ধৰি টাইৱানৰ ওপৰত নিজৰ অধিকাৰ দাবী কৰি আহিছে।

চিবিএছ নিউজত সম্প্ৰচাৰিত এক অনুষ্ঠানত বিডেনক সোধা হৈছিল যে যদি চীনে টাইৱান আক্ৰমণ কৰে তেন্তে আমেৰিকান বাহিনী, আমেৰিকান পুৰুষ আৰু মহিলা সকলোৱে ইয়াক ৰক্ষা কৰিব? বিডেনে উত্তৰ দিছিল, “হয়’’।

লগতে পঢ়ক: এইবাৰ চীনে সফল পৰীক্ষণ কৰিলে উৰিব পৰা গাড়ীৰ , প্ৰতি ঘণ্টাত গতিবেগ ২৩০ কিলোমিটাৰ !

চিবিএছ নিউজে জানিবলৈ দিছে যে সাক্ষাৎকাৰৰ পিছত হোৱাইট হাউচৰ তৰফৰ পৰা কোৱা হয় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নীতিত কোনো পৰিৱৰ্তন হোৱা নাই। এই নীতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্বাস কৰে যে টাইৱান সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰা উচিত।

অৱশ্যে, চীনে আক্ৰমণ কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিনী প্ৰেৰণ কৰিব পৰা যাব নে নাই  সেয়া এই নীতিয়ে নিৰ্দিষ্ট কৰা নাই। বিডেনৰ এই মন্তব্য এনে এটা সময়ত আহিছে যেতিয়া চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ চৰকাৰে টাইৱানক সাগৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি তথা চৌপাশৰ অঞ্চলত যুঁজাৰু বিমান উৰুৱাই ভাবুকি দিয়াৰ চেষ্টা কৰিছে।

শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি সভাৰ অধ্যক্ষ নেন্সি পেলোচিকে ধৰি  আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহু ৰাজনৈতিক ব্যক্তিয়ে টাইৱান ভ্ৰমণ কৰিছিল। ইয়াৰ পিছতে চীন অধিক ক্ষুব্ধ হৈ উঠিছে। আমেৰিকাৰ প্ৰতিনিধিসকল টাইৱানৰ পৰা উভতি অহাৰ পিছতে চীনে সামৰিক অনুশীলন আৰম্ভ কৰে।

লগতে পঢ়ক: টাইৱানত ৭.২ প্ৰাবল্যৰ ভূমিকম্প, বাট-পথ বিধ্বস্ত , বাগৰি পৰিল ৰে’ল ,চুনামিৰ সতৰ্কবাণী

চীনৰ কিয় ইমান খং উঠিছে? শেহতীয়াকৈ চীনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেটৰ দ্বাৰা অনুমোদিত টাইৱানৰ প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ বাবে এখন বিধেয়কৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছে। চীনৰ বৈদেশিক মন্ত্ৰালয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত ‘এক চীন’ নীতিৰ প্ৰতি প্ৰতিশ্ৰুতি উলংঘা কৰা আৰু চীনৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিংয়ে কৈছিল যে এক-চীন নীতি হৈছে চীন-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্কৰ ৰাজনৈতিক আধাৰ। যদি বিধেয়কখন আলোচনা, অনুমোদন বা স্বাক্ষৰ কৰা হয় তেন্তে ই চীন-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক ভিত্তি উলংঘা কৰিব।

লগতে পঢ়ক: Super-Typhoon জাপানত শক্তিশালী টাইফুন নানমাডোলৰ আতংক ; হাজাৰ হাজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত

২০২২ চনৰ টাইৱান নীতি আইনে টাইৱানৰ নিৰাপত্তা আৰু ইয়াৰ আত্ম-নিৰ্ধাৰণৰ অধিকাৰ সমৰ্থন কৰে আৰু ইয়াৰ অধীনত টাইৱানৰ প্ৰতিৰোধী পদক্ষেপ বৃদ্ধিৰ বাবে বিলিয়ন মাৰ্কিন ডলাৰ প্ৰতিৰক্ষা পুঁজি প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 17, 2025 2:13 pm
বৰ্বৰ! পুত্ৰৰ যৌন কামনাৰ বলি হ’ল মাতৃ

বৰ্বৰ! পুত্ৰৰ যৌন কামনাৰ বলি হ’ল মাতৃ

August 17, 2025 1:17 pm
ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

ভৰিৰে ৰাষ্ট্ৰীয় পতাকা ভাঁজ কৰিলে নগাঁৱৰ প্ৰধান শিক্ষয়িত্ৰীয়ে! ভিডিঅ’ ভাইৰেলৰ পাছতে গ্ৰেপ্তাৰ

August 17, 2025 12:34 pm
ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

ইউটিউবাৰ এলভিছ যাদৱৰ ঘৰত ২ ডজনৰো অধিক গুলী নিক্ষেপঃ পলায়ন আক্ৰমণকাৰীৰ

August 17, 2025 11:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 17, 2025 2:13 pm
বৰ্বৰ! পুত্ৰৰ যৌন কামনাৰ বলি হ’ল মাতৃ

বৰ্বৰ! পুত্ৰৰ যৌন কামনাৰ বলি হ’ল মাতৃ

August 17, 2025 1:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd