• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড়ত অনুজ্ঞাপত্ৰহীন পিষ্টল উদ্ধাৰ; দুজনক আটক

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
April 23, 2018 8:13 pm
158
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় ৰে’লৱেই ষ্টেইশ্যনৰ সমীপৰ বাণীপুৰত আজি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এটা দলে এজন লোকৰ পৰা বিদেশত নিৰ্মিত এটা অনুজ্ঞাপত্ৰহীন পিষ্টল আৰু গুলী উদ্ধাৰ কৰে।

আটকাধীন অভিযুক্ত ব্যক্তিজনক তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ চুণপাৰা গাঁৱৰ বাসীন্দা মনোৰঞ্জন বৰুৱা(৩২) বুলি চিনাক্ত কৰা হৈছে।

এই সংক্ৰান্তত লোকজনৰ সহযোগী কেশৱ ছেত্ৰীকো আটক কৰা হৈছে বুলি ডিব্ৰুগড় থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শিদ্ধেশ্বৰ বৰাই জানিবলৈ দিয়ে।

তেওঁ কোৱা মতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ১৭১নং বেটেলিয়নৰ এটা তহলদাৰী দলে আজি পুৱাৰ ভাগত ডিব্ৰুগড় ৰে’লৱেই ষ্টেইশ্যনৰ সমীপত সন্দেহজনক অৱস্থাত ৰখাই থোৱা এ এছ-০৬- চি-৭৩১৭ নম্বৰৰ এখন বগা ৰঙৰ মাৰুটি কাৰৰ ভিতৰত দুজন লোকক সুৰাপান কৰি থকা দেখা পাই।

পিছত লোকদুজনক তালাচী চলোৱাত মনোৰঞ্জন বৰুৱাৰ কবলৰ পৰা এটা ইটালীত নিৰ্মিত অনুজ্ঞাপত্ৰহীন পিষ্টল আৰু ১৯ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰা হয় বুলি আৰক্ষী বিষয়া গৰাকীয়ে সদৰী কৰে।

আনহাতে, লক্ষণীয় যে অভিযুক্ত মনোৰঞ্জন বৰুৱাই নিজকে অৰুণাচল প্ৰদেশৰ ইটানগৰ সমষ্টিৰ বিধায়ক টেচি কাছোৰ গাড়ীচালক বুলি পৰিচয় দিছে। অৱশ্যে তেওঁ কৰা দাবীৰ সত্যতা নিশ্চিত হোৱা নাই।

ধৃত লোকদুজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd