• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিজাবক লৈ প্ৰতিবাদত উত্তাল ইৰাণ; আৰক্ষীৰ গুলীত নিহত কমেও ৫০ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 24, 2022 11:33 am
ফটো: সংগৃহিত।

ফটো: সংগৃহিত।

212
VIEWS
Share on FacebookShare on Twitter

At least 50 people killed in Iran protest আৰক্ষীৰ জিম্মাত এগৰাকী মহিলাৰ মৃত্যুক লৈ ইৰাণত প্ৰতিবাদৰ সূত্ৰপাত ঘটিছে। প্ৰতিবাদকাৰীসকলৰ ওপৰত আৰক্ষীৰ গুলীচালনাত নিহতৰ সংখ্যা ৫০ লৈ বৃদ্ধি পাইছে। আনহাতে, প্ৰতিবাদকাৰীসকলৰ ক্ষোভৰ সন্মুখীন হৈ আইন প্ৰৱৰ্তনকাৰী সংস্থাসমূহৰ পাঁচজন সদস্য নিহত হয়।

অচলোস্থিত মানৱ অধিকাৰ সংস্থাই কৈছে যে ১৭ জন লোক নিহত হোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে। কিন্তু মৃতকৰ প্ৰকৃত সংখ্যা তিনিগুণ বেছি। মৃতসকলৰ ভিতৰত সুৰক্ষা বাহিনীৰ পাঁচজন সদস্য আছে।

ফটো: সংগৃহিত।

ইৰাণ চৰকাৰে দাবী কৰিছে যে চৰকাৰ বিৰোধী প্ৰতিবাদ নিয়ন্ত্ৰণৰ সময়ত আৰক্ষীৰ গুলীচালনাত এতিয়ালৈকে ১৭ জন লোক নিহত হৈছে।

কিন্তু চৰকাৰে প্ৰদান কৰা তথ্য মিছা বুলি অভিযোগ উঠিছে।

মানৱ অধিকাৰ গোটে দাবী কৰিছে যে ইৰাণৰ কমেও ৮০ খন চহৰত সাধাৰণ মানুহে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰৰ দাবীত ৰাজপথলৈ ওলাই আহিছে।

ফটো: সংগৃহিত।

ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত প্ৰচাৰিত বিভিন্ন ভিডিঅ’ত ইৰাণৰ ৰাজধানী তেহৰাণৰ অগ্নিগৰ্ভ পৰিস্থিতিৰ ছবি দেখা গৈছে। সন্ধিয়াৰ পিছত প্ৰতিবাদকাৰীসকল তেহৰাণৰ বিভিন্ন অঞ্চলত সমবেত হোৱা দেখা গৈছে। 

Recent News

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

অসম, মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবত ফাৰ্মাচী কলেজৰ উৎকোচৰ গোচৰ; চিবিআইৰ জালত মণ্টু পেটেল

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd