• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যৰ আন ঠাইৰ লগতে ডিফুটো ২৯ সংখ্যক পথ সুৰক্ষা সপ্তাহ পালন

নংনী তেৰন by নংনী তেৰন
April 23, 2018 10:15 pm
163
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ আন কেইবাঠাইৰ লগতে কাৰ্বি আংলঙতো আজি ২৯ সংখ্যক পথ সুৰক্ষা সপ্তাহ পালন কৰা হয়। জিলা পৰিবহণ কাৰ্যালয়ৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানটোৰ উপলক্ষে উলিওৱা এক শোভাযাত্ৰা কাৰ্বি আংলঙৰ উপায়ুক্ত মৃদুল কুমাৰ মহন্তই পতাকা জোকাৰি শুভাৰাম্ভ কৰে।

ডিফু বজাৰ সমীপৰ কাৰেং বাছ আস্থানৰ পৰা আৰম্ভ কৰি ছেমছন সিং ইংতি স্মৃতি উদ্যান হৈ পুনৰ কাৰেং বাছ আস্থানত সামৰণি পৰা শোভাযাত্ৰাটোত ডিফু চৰকাৰী বালিকা উচ্চ বিদ্যালয়ৰ ছাত্ৰীসকলৰ লগতে অ’টো ৰিক্সা চালক আৰু আন বহু লোকে অংশগ্ৰহণ কৰে।

অনুষ্ঠানটোক সম্বোধন কৰি জিলাখনৰ উপায়ুক্ত মহন্তই গাড়ী চালনৰ অনুজ্ঞাপত্ৰ দিয়াৰ ক্ষেত্ৰত সাৱধান হোৱাৰ ওপৰত গুৰুত্ব দিয়ে। ইয়াৰ উপৰি ডিফু নগৰত অবৈধভাৱে কৰা পাৰকিঙে যান-জঁটৰ সৃষ্টি কৰিছে বুলি তেওঁ উল্লেখ কৰে।

আনহাতে উক্ত অনুষ্ঠানত উপস্থিত থকা পৰিবহণ তথা খাদ্য আৰু অসামৰিক বিষয়া প্ৰদীপ ডিফুছাই উপস্থিত লোকসকলক পথ দুৰ্ঘটনাৰ পৰা নিজকে বচাই ৰখাৰ উদ্দেশ্যে ট্ৰেফিক নিয়ম মানি চলিবলৈ আহ্বান জনাই।

ইয়াৰ পূৰ্বে কাৰ্বি আংলঙৰ জিলা পৰিবহণ বিষয়া সিদ্ধাৰ্থ কুমাৰ শইকীয়ায়ো পথ সুৰক্ষাৰ বাবে ট্ৰেফিক নিয়ম মানি চলাৰ প্ৰয়োজনীয়তাৰ ওপৰত বাখ্যা আগবঢ়াই।

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তাত হস্তক্ষেপ নকৰে আদালতে! দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তুৰ্কীৰ এটা কোম্পানীৰ আবেদন

ৰাষ্ট্ৰীয় নিৰাপত্তাত হস্তক্ষেপ নকৰে আদালতে! দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তুৰ্কীৰ এটা কোম্পানীৰ আবেদন

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd