• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ঝাৰখণ্ডত নৃশংস ধৰ্ষণকাণ্ড: স্বামীৰ সন্মুখতে মহিলাক চাৰি ঘণ্টা ধৰি দলবদ্ধ ধৰ্ষণ ছয় দুৰ্বৃত্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2022 12:26 pm
Gangrape in Jharkhand
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত ক্ৰমাৎ ভয়াৱহভাৱে বৃদ্ধি পাইছে নাৰী নিগ্ৰহৰ ঘটনা। ক্ৰমশ: নাৰীজনিত অপৰাধ তথা ধৰ্ষণৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে দেশৰ বিভিন্ন প্ৰান্তত। শনিবাৰে নিশা ঝাৰখণ্ডৰ পালামুৰ সতবাৰৱা অঞ্চলত সংঘটিত হয় এনে এক নৃশংস ধৰ্ষণকাণ্ড। অঞ্চলটোৰ বাকোৰিয়া-ভালৱাহি নামৰ এখন গাঁৱৰ ওচৰত দলবদ্ধ ধৰ্ষণৰ বলি হৈছে এগৰাকী ২২ বছৰীয়া মহিলা।

প্ৰকাশিত খবৰ অনুসৰি, ছয় দুৰ্বৃত্তই তেওঁৰ স্বামীৰ সন্মুখতে প্ৰায় চাৰি ঘণ্টা ধৰি মহিলাগৰাকীক উপৰ্যুপুৰি ধৰ্ষণ কৰে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে শনিবাৰে নিশা মহিলাগৰাকীয়ে পাৰিবাৰিক বিবাদৰ ফলশ্ৰুতিত স্বামীগৃহ এৰি নিজৰ মাতৃগৃহলৈ ৰাওনা হৈছিল।

Apply Now

মহিলাগৰাকীৰ স্বামীয়ে সুৰক্ষিতভাৱে পত্নীক মাতৃগৃহত থোৱাৰ উদ্দেশ্যে তেওঁৰ সৈতেই যাত্ৰা কৰিছিল। আনহাতে উভতি অহাৰ পথত সহায় হোৱাকৈ তেওঁ নিজ ভাতৃকো লগত লৈ ঘৰৰ পৰা ওলাই গৈছিল।

কিন্তু যাত্ৰাপথতে ছয়গৰাকী লোকে তেওঁলোকক আগভেটি ধৰি তেওঁলোকৰ লগত থকা মোবাইল ফোন কাঢ়ি লোৱাৰ লগতে শাৰীৰিকভাৱেও আক্ৰমণ কৰে। ইয়াতে ক্ষান্ত নাথাকি দুৰ্বৃত্ত কেইগৰাকীয়ে দুয়োগৰাকী ব্যক্তিত মাটিত পেলাই হেঁচি ধৰি মহিলাগৰাকীক তেওঁলোকৰ সন্মুখতে প্ৰায় চাৰি ঘণ্টা ধৰি দলবদ্ধ ভাৱে বলাৎকাৰ কৰে।

বলাৎকাৰ পিছতে দুৰ্বৃত্ত কেইজনে মহিলাগৰাকী আৰু তেওঁৰ স্বামীৰ ভাতৃক বাইকত উঠাই আন কোনো ঠাইলৈ লৈ যায় আৰু মহিলাগৰাকীৰ স্বামীক ঘটনাস্থলীতে পেলাই থৈ যায়। আনহাতে মহিলাগৰাকীয়ে। কিছুদূৰ যোৱাৰ পাছতে পথৰ কাষত এখন বাহন ৰখাই থোৱা দেখি চিঞৰিবলৈ আৰম্ভ কৰে।

এনে পৰিস্থিতিত তেওঁক বাইকত উঠাই অনা দুৰ্বৃত্ত চালকগৰাকীয়ে ভাৰসাম্য হেৰুৱাই পেলায় আৰু মাটিত বাগৰি পৰে। ইফালে মহিলাগৰাকীৰ চিঞৰ শুনি স্থানীয় লোকসকল সেই স্থানত উপস্থিত হয় আৰু দুৰ্বৃত্ত কেইগৰাকীক আগুৰি ধৰে।

অৱশ্যে বাকী কেইগৰাকী দুৰ্বৃত্ত পৰাই সাৰিবলৈ সক্ষম হয় যদিও মহিলাগৰাকীক বাইকত উঠাই অনা ব্যক্তিগৰাকী ৰাইজৰ হাতত পৰে আৰু তেওঁক উত্তেজিত ৰাইজে গণপ্ৰহাৰ কৰে। আনহাতে মহিলাগৰাকীৰ স্বামীয়ে শনিবাৰে নিশা মণিকা আৰক্ষী চকীত উপস্থিত হৈ ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ভোলা ৰাম আৰু ধৰ্মেন্দ্ৰ ৰাম নামৰ দুগৰাকী অভিযুক্তক আটক কৰিছে। ঘটনাৰ সময়ত অভিযুক্ত কেইগৰাকীয়ে ব্যৱহাৰ কৰা এখন বাইকো স্থানীয় সতবৰৱা আৰক্ষীয়ে উদ্ধাৰ কৰিছে।

গোচৰটোৰ সৈতে জড়িত আন কেইগৰাকীক অভিযুক্তৰ সন্ধানত অভিযান আৰম্ভ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আনহাতে আৰক্ষীৰ তত্বাৱধানত মহিলাগৰাকীৰ স্বাস্থ পৰীক্ষা সম্পন্ন কৰাৰ পিছত তেওঁক নিজৰ খুৰাকৰ ঘৰত থোৱাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd