• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

বাংলাদেশৰ ভয়াৱহ নাও দুৰ্ঘটনাত মৃতকৰ সংখ্যা ৫১ গৰাকীলৈ বৃদ্ধি, এতিয়াও সন্ধানহীন বহু লোক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2022 9:14 am
Bangladesh boat capsize
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিন্দু ধৰ্মালৱম্বী লোকৰ পবিত্ৰ মহালয়া উদযাপনৰ উপলক্ষে যাত্ৰাৰ সময়তে দেওবাৰে বাংলাদেশৰ পঞ্চগড় জিলাৰ কৰটৱা নদীত সংঘটিত ভয়াৱহ নাও দুৰ্ঘটনাত নিহতৰ সংখ্যা সোমবাৰে সন্ধিয়ালৈ ৫১ গৰাকীলৈ বৃদ্ধি পাইছে।

এই শোকাৱহ নাও দুৰ্ঘটনাৰ তদন্তৰ বাবে জিলা প্ৰশাসনে গঠন কৰি দিয়া তদন্ত সমিতিৰ নেতৃত্ব প্ৰদান কৰা পঞ্চগড়ৰ অতিৰিক্ত উপায়ুক্ত (ৰাজহ) দীপাংকৰ ৰয়ে সন্ধিয়া ৫ বজালৈকে ৪৩ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি জানিবলৈ দিছিল যদিও ইয়াৰ পিছতে পুনৰ আন আঠটা মৃতদেহ নদীৰ পৰা উদ্ধাৰ হয়।

Apply Now

বৰ্তমানলৈকে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ১৪ টি শিশু, ২৪ গৰাকী মহিলা আৰু ১২ গৰাকী পুৰুষৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি বিষয়াগৰাকীয়ে লগতে উল্লেখ কৰে। ইতিমধ্যে উদ্ধাৰ হোৱা মৃতদেহসমূহ মৃতকৰ পৰিয়ালক হস্তান্তৰ কৰা হৈছে বুলি ৰয়ে লগতে কয়।

আনহাতে দুৰ্ঘটনাত পতিত নাওখনত থকা ৪১ গৰাকী লোক এতিয়াও সন্ধানহীন হৈ আছে বুলি ৰয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল যদিও যাত্ৰীসকলৰ আত্মীয়ই দিয়া হিচাপ মতে ৫৮ যাত্ৰী সন্ধানহীন হৈ আছে বুলিও সংবাদ মাধ্যমত প্ৰকাশ পাইছে।

উল্লেখ্য যে দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা যাত্ৰী আৰু স্থানীয় লোকসকলে জানিবলৈ দিয়া মতে হিন্দু কেলেণ্ডাৰৰ এক পবিত্ৰ অনুষ্ঠান মহালয়া উপলক্ষে প্ৰাৰ্থনাৰ উদ্দেশ্যে স্থানীয় অঞ্চলসমূহৰ হিন্দু সম্প্ৰদায়ৰ লোকসকল আউলিয়া ঘাটৰ পৰা বধেশ্বৰ মন্দিৰ অভিমুখে যাত্ৰা কৰিছিল।

নাওখনত বহন ক্ষমতাতকৈ অধিক যাত্ৰী কঢ়িওৱাৰ ফলত কৰটৱা নদীৰ মাজতে নাওখন ডুব যায়। দুৰ্ঘটনাত পতিত নাওখনৰ কেইবাগৰাকীও যাত্ৰীয়ে সাঁতুৰি পাৰলৈ উঠিবলৈ সক্ষম হৈছিল।

স্থানীয় বোদা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই উল্লেখ কৰা মতে সন্ধানহীন লোকসকলৰ উদ্ধাৰৰ বাবে উদ্ধাৰ অভিযান চলাই থকা হৈছে। দুৰ্ঘটনাটোৰ তদন্তৰ বাবে জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে পাঁচ জনীয়া এটা তদন্ত দল গঠন কৰি দিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

ভাৰতীয় টি-২০ দলত বৈভৱৰ অভিষেক; সূৰ্য্যকুমাৰ বাহিৰ, নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ

June 6, 2026 2:37 pm
দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

দিল্লীত ছীল হ’ব ১৭.৫ মিটাৰতকৈ ওখ সকলো অবৈধ অট্টালিকা: মালৱীয় নগৰত ২১ জনৰ মৃত্যুৰ পাছত সাৰ পালে চৰকাৰ

June 6, 2026 2:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

অষ্ট্ৰেলিয়াত বৃহৎ অবৈধ পঁইতাচোৰাৰ ফাৰ্ম উৎখাত, জব্দ কোটি টকা মূল্যৰ ১ লাখ পঁইতাচোৰা

June 6, 2026 3:11 pm
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদ: হাতত গোলাপ লৈ প্ৰতিবাদস্থলীত উপস্থিত সোনম ৱাংচুক, শ্লোগানেৰে কঁপিল দিল্লী

June 6, 2026 2:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd