• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধুবুৰীত নাও ডুবি চক্ৰ বিষয়াসহ সাতজন সন্ধানহীন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 29, 2022 1:52 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

182
VIEWS
Share on FacebookShare on Twitter

ধুবুৰীত আন এক নাও দুৰ্ঘটনাগ্ৰস্ত হৈ ডুবি যোৱাৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাত সাতজনৰো অধিক লোক সন্ধানহীন হৈছে।

বাতৰি অনুসৰি, ব্ৰহ্মপুত্ৰ নদীত সংঘটিত এই ঘটনাত এগৰাকী চক্ৰ বিষয়াসহ সাতজন লোক সন্ধানহীন হৈছে।

প্ৰায় ২৫ জন লোকক কঢ়িয়াই নিয়া নাওখনত বিষয়াসকলৰ এটা দল আছিল।  জানিব পৰা মতে, দলটো নিৰ্মাণাধীন দলঙৰ ওচৰত খহনীয়া পৰীক্ষা কৰিবলৈ ওলাইছিল।

বাতৰি অনুসৰি ধুবুৰী-ফুলবাৰী দলঙৰ ওচৰত নাওখন ডুবি যায়।

কিছুমানে সুৰক্ষিতভাৱে পাৰলৈ সাঁতুৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে এছডিআৰএফ, এনডিআৰএফ আৰু বিএছএফৰ দলে আনসকলক উদ্ধাৰ কৰে যদিও এতিয়াও সাতজন সন্ধানহীন বুলি জানিব পৰা গৈছে।

সন্ধানহীন লোকসকলৰ ভিতৰৰ এগৰাকী চক্ৰ বিষয়া সঞ্জু দাস বুলি চিনাক্ত কৰা হৈছে।

তেওঁলোকক উদ্ধাৰৰ অভিযান এতিয়াও চলি আছে। অৱশ্যে, ঘটনাটোত কোনো লোক হতাহত হোৱাৰ কোনো খবৰ পোৱা হোৱা নাই।

Recent News

৯ জুনত লণ্ডনত অনুষ্ঠিত হ’ব চীন-আমেৰিকাৰ বাণিজ্যিক আলোচনা! ঘোষণা কৰিলে ৰাষ্ট্ৰপাতি ড’নাল্ড ট্ৰাম্পে

৯ জুনত লণ্ডনত অনুষ্ঠিত হ’ব চীন-আমেৰিকাৰ বাণিজ্যিক আলোচনা! ঘোষণা কৰিলে ৰাষ্ট্ৰপাতি ড’নাল্ড ট্ৰাম্পে

নিজে পঢ়ি অহা শিক্ষা প্ৰতিষ্ঠানলৈ মুকেশ আম্বানীৰ ১৫১ কোটি টকাৰ অনুদান…

নিজে পঢ়ি অহা শিক্ষা প্ৰতিষ্ঠানলৈ মুকেশ আম্বানীৰ ১৫১ কোটি টকাৰ অনুদান…

উদ্বোধনৰ আগতেই পানীকৃত হ’ল ৯৮ কোটি টকাৰ ৰাজহুৱা পানী যোগান প্ৰকল্প : জাহ গ’ল ডিব্ৰু নদীত

উদ্বোধনৰ আগতেই পানীকৃত হ’ল ৯৮ কোটি টকাৰ ৰাজহুৱা পানী যোগান প্ৰকল্প : জাহ গ’ল ডিব্ৰু নদীত

আইচিইউত ভৰ্তি মহিলাক টোপনিৰ বেজী দি ধৰ্ষণ চিকিৎসা কৰ্মীৰ : ঘটনাক গাপ দিয়া চেষ্টা হাস্পাতাল কৰ্তৃপক্ষৰ

আইচিইউত ভৰ্তি মহিলাক টোপনিৰ বেজী দি ধৰ্ষণ চিকিৎসা কৰ্মীৰ : ঘটনাক গাপ দিয়া চেষ্টা হাস্পাতাল কৰ্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd