• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্গা পূজাৰ মণ্ডপত বিধ্বংসী অগ্নিকাণ্ড: দুগৰাকী মহিলা, তিনি শিশু নিহত; আহত কমেও ৬০ জন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2022 10:45 am
দুৰ্গা পূজাৰ মণ্ডপত বিধ্বংসী অগ্নিকাণ্ড: দুগৰাকী মহিলা, তিনি শিশু নিহত; আহত কমেও ৬০ জন
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আনন্দ উদযাপনৰ মাজতে আকস্মিকভাৱে ঘটিল ভযংকৰ ঘটনাটো। মহাসপ্তমীৰ নিশা উত্তৰ প্ৰদেশৰ এটা দুৰ্গা পূজাৰ মণ্ডপত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ঘটনাটোত তিনিটা শিশু আৰু দুগৰাকী মহিলা নিহত হয়। এই ঘটনাত আন কমেও ৬০ জন লোক আহত হয়। আহতসকল বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, ঘটনাটো উত্তৰ প্ৰদেশৰ ভাদোইত সংঘটিত হৈছে। দেওবাৰে নিশা প্ৰায় ৯ বজাত আৰতি চলি থকাৰ সময়তে কেনেবাকৈ পূজা মণ্ডপত জুই লাগে। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

আৰক্ষীয়ে বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হ’ব পাৰে বুলি অনুমান কৰিছে। ঘটনাটোৰ সময়ত মহিলা আৰু শিশুসহ ১৫০ জন লোক পূজা মণ্ডপৰ ভিতৰত আছিল।

ঘটনাটোত তিনিটা শিশু আৰু দুগৰাকী মহিলা নিহত হোৱাৰ লগতে আন ৬০ জন লোক আহত হৈছে। নিহত শিশু তিনিটাৰ বয়স ক্ৰমে ১২, ১০ আৰু ৮ বছৰ বুলি কোৱা হৈছে। আনহাতে নিহত মহিলা দুগৰাকীৰ বয়স ৪৫আৰু ৪২ বছৰ বুলি জানিব পৰা গৈছে।

জিলা দণ্ডাধীশ গৌৰং ৰাঠীয়ে কয়, “যোৱা মহাসপ্তমীৰ নিশা সংঘটিত অগ্নিকাণ্ডত দুগৰাকী ৪৫ বছৰীয়া মহিলা আৰু এগৰাকী ১২ বছৰীয়া কিশোৰৰ ঘটনাস্থলীত মৃত্যু হয়। পিছত চিকিৎসালয়ত এটি ১০ বছৰীয়া আৰু এটি ৮ বছৰীয়া শিশুৰ লগতে আন এগৰাকী মহিলাৰ মৃত্যু হয়।‘’

আৰক্ষীয়ে দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু ইয়াক কিয় তাৎক্ষণিকভাৱে নিয়ন্ত্ৰণ কৰিব পৰা নগ’ল সেই বিষয়ে তদন্ত কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

August 16, 2025 5:12 pm
গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

August 16, 2025 4:58 pm
বিশ্বৰ ভিতৰতে শক্তিশালী হাইড্ৰ’জেনচালিত ৰে’ল নিৰ্মাণ কৰিব ভাৰতবৰ্ষই!

বিশ্বৰ ভিতৰতে শক্তিশালী হাইড্ৰ’জেনচালিত ৰে’ল নিৰ্মাণ কৰিব ভাৰতবৰ্ষই!

August 16, 2025 4:52 pm
শিশুৰ অনলাইন সুৰক্ষাত ব্যৰ্থ মেটা! পোহৰলৈ আহিছে মেটাৰ চেটবটৰ সৈতে শিশুৰ যৌনগন্ধী বাৰ্তালাপ

শিশুৰ অনলাইন সুৰক্ষাত ব্যৰ্থ মেটা! পোহৰলৈ আহিছে মেটাৰ চেটবটৰ সৈতে শিশুৰ যৌনগন্ধী বাৰ্তালাপ

August 16, 2025 4:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

কোচিং চেণ্টাৰ নে অস্ত্ৰৰ গুদাম? ৩ জনক গ্ৰেপ্তাৰ

August 16, 2025 5:12 pm
গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

গান্ধী-নেহৰু-পেটেলক উপেক্ষা কৰাৰ অভিযোগ! স্বাধীনতা দিৱসৰ পোস্টাৰৰ শীৰ্ষত সাৱৰকাৰৰ ফটো

August 16, 2025 4:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd