• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পেঞ্চনাৰসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ; লাইফ চাৰ্টিফিকেটৰ নিয়মত পৰিৱৰ্তন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 4, 2022 8:35 am
172
VIEWS
Share on FacebookShare on Twitter

submitting annual life certificate relaxed লাইফ চাৰ্টিফিকেট (জীৱন প্ৰমাণ পত্ৰ) দাখিল কৰাৰ সময় সলনি কৰা হৈছে। এতিয়াৰ পৰা জীৱন প্ৰমাণ পত্ৰ নৱেম্বৰৰ পৰিৱৰ্তে অক্টোবৰত দাখিল কৰিব পাৰিব। এতিয়া এনেকুৱা নিয়মেই প্ৰৱৰ্তন কৰিছে চৰকাৰে।

ডিজিটেল লাইফ চাৰ্টিফিকেট: নতুন নিয়মকলৈ কি কৈছে কৰ্তৃপক্ষই?

পেঞ্চনাৰ আৰু পেঞ্চনাৰ বিভাগৰ (DoPPW) মতে, ৮০ বছৰ বা তাতকৈ অধিক বয়সৰ পেঞ্চনাৰসকলে এতিয়া প্ৰতি বছৰে ১ নৱেম্বৰৰ পৰিৱৰ্তে ১ অক্টোবৰৰ পৰা বাৰ্ষিক লাইফ চাৰ্টিফিকেট দাখিল কৰিব পাৰিব। বৃদ্ধ পেঞ্চনাৰসকলৰ কথা মনত ৰাখিয়েই এই সিদ্ধান্ত লোৱা হৈছে।

DoPPW -ৰ মতে, পেঞ্চনাৰসকলে ১২ টা ৰাজহুৱা খণ্ডৰ ড’ৰষ্টেপ বেঙ্কিং এলায়েন্স  বা ইণ্ডিয়া পোষ্টৰ ড’ৰষ্টেপ সেৱাৰ জৰিয়তে এই প্ৰমাণপত্ৰ দাখিল কৰিব পাৰে। পেঞ্চনাৰসকলে JP পৰ্টেললৈ গৈ JP আবেদন (DLC)কৰিব পাৰে।

উল্লেখ্য যে কৰ্মচাৰী পেঞ্চন আঁচনি (EPS),১৯৯৫-ৰ অধীনত পেঞ্চনাৰসকলে বেংক, ডাকঘৰ আদিৰ জৰিয়তে বছৰত এবাৰকৈ লাইফ চাৰ্টিফিকেট দাখিল কৰাটো বাধ্যতামূলক। যদি এই প্ৰমাণপত্ৰ দাখিল কৰা নহয় তেনেহ’লে পেঞ্চন বন্ধ হৈ পৰিব।

কেনেদৰে অনলাইন লাইফ চাৰ্টিফিকেট দাখিল কৰিব?

লাইফ চাৰ্টিফিকেট বা জীৱন প্ৰমাণপত্ৰ দাখিল কৰিবলৈ আপুনি অনলাইনত ইয়াৰ সুবিধা ল’ব পাৰে।

ইয়াৰ বাবে আপুনি https://jeevanpramaan.gov.in/ লিংকত ক্লিক কৰক।

তাৰ পিছত, আপুনি বায়োমেট্ৰিক আৰু প্ৰমাণীকৰণৰ জৰিয়তে আপোনাৰ লাইফ চাৰ্টিফিকেট দাখিল কৰিব পাৰে।

এই পৰ্যায়ত, আপুনি ইমেইল আইডি বা এপৰ সহায়ত আপোনাৰ লাইফ চাৰ্টিফিকেট দাখিল কৰক।

লাইফ চাৰ্টিফিকেট দাখিল কৰিবলৈ আপোনাৰ লগত আধাৰ কাৰ্ড, ম’বাইল নম্বৰ, বেঙ্ক একাউণ্টৰ বিৱৰণ আৰু পেঞ্চন অনুমোদনৰ নথি থাকিব লাগিব।

Recent News

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd