• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুদ্ধ বিৰোধী পোষ্টাৰকলৈ চৰ্চালৈ অহা ৰাছিয়াৰ মহিলা সাংবাদিকক পলাতক ঘোষণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 4, 2022 12:19 pm
121
VIEWS
Share on FacebookShare on Twitter

এটা লাইভ অনুষ্ঠানত যুদ্ধ বিৰোধী পোষ্টাৰ তুলি ধৰি চৰ্চালৈ অহা ৰাছিয়াৰ মহিলা সাংবাদিক মেৰিনা অ’ভচিয়ানিকোভাক পলাতক ঘোষণা কৰা হৈছে। ৰাছিয়াৰ চৰকাৰী সংবাদ মাধ্যম টাছৰ প্ৰতিবেদনত কোৱা হৈছে যে মেৰিনাক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ‘ৱান্টেড’ৰ তালিকাত ৰখা হৈছে।

বিদেশ মন্ত্ৰালয়ৰ উদ্ধৃতিৰে টাছে প্ৰতিবেদনত কৈছে যে ১৯৭৮ চনৰ ১৯ জুনত প্ৰাক্তন ছোভিয়েট দেশ ইউক্ৰেইনৰ ওডেছা চহৰত মেৰিনা অ’ভচিয়ানিকোভাৰ জন্ম হৈছিল। ৰাছিয়ান ফেডাৰেচনৰ ফৌজদাৰী আইনৰ ব্যৱস্থা অনুসৰি তেওঁক পলাতক হিচাপে তালিকাভুক্ত কৰা হৈছে।

উল্লেখ্য যে যোৱা ১৫ মাৰ্চৰ সন্ধিয়া ৰাছিয়াৰ চৰকাৰী ‘চেনেল ৱান’ত এগৰাকী মহিলাই বাতৰি পঢ়ি আছিল। সেই সময়তে চেনেলটোৰ সাংবাদিক মেৰিনা তাত যুদ্ধ বিৰোধী প্লেকাৰ্ড লৈ উপস্থিত হৈছিল। তেওঁৰ প্লেকাৰ্ডখনত লিখা আছিল, “যুঁদ্ধ নহয়, যুদ্ধ বন্ধ কৰক, প্ৰচাৰত বিশ্বাস নকৰিব, তেওঁলোকে ইয়াত মিছা কৈ আছে।”

লগতে পঢ়ক: কিম জঙৰ কীৰ্তি! এইবাৰ জাপানৰ ওপৰেৰে বেলিষ্টিক মিছাইল নিক্ষেপ কৰিলে উত্তৰ কোৰিয়াই

 

আদালতে এই গোচৰটোত চলিত মাহৰ ৯ অক্টোবৰলৈকে মেৰিনাক গৃহবন্দী কৰি ৰখাৰ নিৰ্দেশ দিছিল।

মেৰিনাৰ প্ৰাক্তন স্বামী ইগৰ অ’ভিচিয়াননিকভে শনিবাৰে কয় যে মেৰিনাই তেওঁৰ কন্যাৰ সৈতে গৃহবন্দিত্বৰ পৰা পলাই গৈছে।

মেৰিনাৰ অধিবক্তা দিমিত্রি জাখভাটভে এক প্ৰশ্নৰ উত্তৰত কয়, “মেৰিনা তেওঁৰ কন্যাৰ সৈতে পলাই গৈছে নে নাই মই ক’ব নোৱাৰো, কিন্তু মই জানো তেওঁ পলাই গৈছে।‘’

Recent News

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd