• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চৰিত্ৰহীন! প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ বিচৰা হ’ল সাংবাদিকসকলৰ চৰিত্ৰৰ প্ৰমান পত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 4, 2022 1:12 pm
প্রধানমন্ত্রী নরেন্দ্র মোদী। ফাইল ফটো।

প্রধানমন্ত্রী নরেন্দ্র মোদী। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Character certificates for Journalists বাতৰি অনুসৰি বুধবাৰে হিমাচল প্ৰদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিনজোৰা কাৰ্যসূচীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যাব বিচৰা সকলো সাংবাদিকক প্ৰৱেশ তথা নিৰাপত্তা পাছৰ বাবে এখন চৰিত্ৰৰ প্ৰমাণপত্ৰ দেখুৱাবলৈ কোৱা হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰিত এইকথা প্ৰকাশ পাইছে।

জিলা প্ৰশাসনে এক বিতৰ্কিত নিৰ্দেশনাত কেৱল ব্যক্তিগত মালিকানাধীন ছপা, ডিজিটেল আৰু নিউজ চেনেলৰ সাংবাদিকসকলকেই নহয়, অল ইণ্ডিয়া ৰেডিঅ’ (AIR) আৰু দূৰদৰ্শনকে ধৰি চৰকাৰী সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলকো “চৰিত্ৰ প্ৰমাণীকৰণ”ৰ প্ৰমাণপত্ৰ আনিবলৈ কৈছে।

যোৱা ২৯ ছেপ্টেম্বৰত এই সন্দৰ্ভত আৰক্ষীয়ে এক আনুষ্ঠানিক জাননীও জাৰি কৰিছিল।

Apply Now

লগতে পঢ়ক: যুদ্ধ বিৰোধী পোষ্টাৰকলৈ চৰ্চালৈ অহা ৰাছিয়াৰ মহিলা সাংবাদিকক পলাতক ঘোষণা

জাননীখনত জিলা জনসংযোগ বিষয়াক (DIPRO) সকলো প্ৰেছ সংবাদদাতা, ফটোগ্ৰাফাৰ, ভিডিঅ’গ্ৰাফাৰ আৰু দূৰদৰ্শন আৰু অল ইণ্ডিয়া ৰেডিঅ’ৰ দলৰ এখন তালিকা “তেওঁলোকৰ চৰিত্ৰ প্ৰমাণীকৰণৰ প্ৰমাণপত্ৰ”ৰ সৈতে দাখিল কৰিবলৈ কোৱা হৈছিল।

“চৰিত্ৰ প্ৰমাণীকৰণৰ প্ৰমাণপত্ৰ ১ অক্টোবৰৰ ভিতৰত বিলাসপুৰৰ চিআইডিৰ উপ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিব লাগিব। সমাৱেশ বা সভাৰ ভিতৰত তেওঁলোকৰ প্ৰৱেশাধিকাৰ বিষয়টো কাৰ্যালয়ে নিৰ্ধাৰণ কৰিব,”-জাননীখনত কোৱা হয়।

আৰক্ষীৰ জাননীৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আম আদমী পাৰ্টিৰ মুখপাত্ৰ পংকজ পণ্ডিতে কয় যে তেওঁৰ ২২ বছৰৰ সাংবাদিকতাৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে তেওঁ এনে এক উদ্ভট দাবীৰ সাক্ষী হৈছে।

লগতে পঢ়ক: কিম জঙৰ কীৰ্তি! এইবাৰ জাপানৰ ওপৰেৰে বেলিষ্টিক মিছাইল নিক্ষেপ কৰিলে উত্তৰ কোৰিয়াই

“মোডীজীয়ে প্ৰথমবাৰৰ বাবে ৰাজ্যখন ভ্ৰমণ কৰা নাই। চৰিত্ৰৰ প্ৰমাণপত্ৰ প্ৰদৰ্শন কৰাৰ দাবী অপমানজনক আৰু এয়া সংবাদ মাধ্যমৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াস,”-পণ্ডিতে কয়।

হিমাচল কংগ্ৰেছ কমিটিৰ মুখ্য মুখপাত্ৰ নৰেশ চৌহানেও প্ৰশাসনৰ এই দাবীক গৰিহণা দিয়ে আৰু কয় যে এই পদক্ষেপ সংবাদ মাধ্যমৰ স্বাধীনতাৰ পৰিপন্থী।

বাতৰি অনুসৰি, বিলাসপুৰৰ জনসংযোগ বিষয়াগৰাকীয়ে নিৰাপত্তা পাছ জাৰী কৰিবলৈ আনুষ্ঠানিক পৰিচয় পত্ৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰি কয় যে চৰিত্ৰৰ প্ৰমাণপত্ৰ বাধ্যতামূলক।

তেওঁ আনকি সাংবাদিকসকলৰ ডিজিটেল পৰিচয় পত্ৰত এটা আনুষ্ঠানিক মোহৰ থাকিব লাগিব বুলিও দাবী কৰিছিল।

লগতে পঢ়ক: অসম ক্ৰিকেট সন্থাৰ পানী নসৰকা যুক্তি: খেলপথাৰত সাপ সোমাই অতিৰিক্ত মনোৰঞ্জনহে দিছিল দৰ্শকক!

উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোডীয়ে বুধবাৰে হিমাচলৰ বিলাসপুৰত এইমছৰ এটা চৌহদ উদ্বোধন কৰাৰ উপৰিও এখন ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰিব। তেওঁ কুল্লু দশেৰা উদযাপনতো অংশগ্ৰহণ কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd