• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বালি মাফিয়াৰ দৌৰাত্ম্য: অবৈধ বালি খননৰ বিৰুদ্ধে অভিযোগ কৰাৰ বাবেই গাড়ীৰে মহতিয়ালে পিতা-পুত্ৰক, থিতাতে নিহত পুত্ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2022 9:27 pm
Gujarat RTI Activist
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাটৰ কচ্ছ জিলাত সংঘটিত এক চাঞ্চল্যকৰ হত্যাকাণ্ডই পুনৰ এবাৰ উদঙাই দেখুৱাইছে দেশত ক্ষমতাৱান লোকৰ দৌৰাত্ম্য। জিলাখনৰ এগৰাকী বালি মাফিয়াৰ বিৰুদ্ধে অবৈধভাৱে বালি খননৰ অভিযোগ উত্থাপন কৰাৰ বাবেই গাড়ীৰে মহতিয়াই হত্যা কৰিছে এগৰাকী যুৱকক। আনহাতে অভিযুক্তৰ এই নৃশংস আক্ৰমণত মৃত্যুৰ সৈতে যুঁজি আছে যুৱকজনৰ পিতৃয়ে।

প্ৰকাশিত খবৰ অনুসৰি লাখপত তহচিলৰ মেঘপাৰ গাঁৱৰ বাসিন্দা তথা আৰটিআই কৰ্মী ৰমেশ বালিয়া নামৰ ব্যক্তিগৰাকীয়ে নৱলসিংহ জাদেজা নামৰ বালি মাফিয়াগৰাকীৰ বিৰুদ্ধে অবৈধ বালি খননৰ অভিযোগ দাখিল কৰিছিল।

Apply Now

ইয়াতে খৰ্গহস্ত হৈ জাদেজাই যোৱা ৩ অক্টোবৰত ৰমেশ বালিয়াক হত্যাৰ চেষ্টা চলায়। সন্ধিয়া প্ৰায় ৬.৬০ বজাত বালিয়া আৰু তেওঁৰ পুত্ৰ নৰেন্দ্ৰই কোনো স্থানৰ পৰা স্কুটীত ঘৰলৈ আহি থকাৰ সময়তে নৱলসিংহ জাদেজাই নিজৰ বিলাসী বাহনখনেৰে তেওঁলোকক পিছফালৰ পৰা মহতিয়াই নিয়ে।

এই ভয়াৱহ আক্ৰমণত নৰেন্দ্ৰ বালিয়াৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে তেওঁৰ পিতৃ তথা স্থানীয় দলিত নেতা ৰমেশ বালিয়া গুৰুতৰভাৱে আহত হয়। আঘাতপ্ৰাপ্ত ৰমেশ বালিয়াক লগে লগে চিকিৎসাৰ বাবে ভুজৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়।

এই ঘটনাৰ পিছতে ভাৰতীয় দণ্ডবিধিৰ প্ৰাসঙ্গিক ধাৰাৰ অধীনত হত্যাৰ অভিযোগৰ লগতে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইনৰ অধীনত নৱলসিংহ জাদেজাৰ বিৰুদ্ধে এক এজাহাৰ পঞ্জীয়ন কৰা হয় বুলি স্থানীয় এগৰাকী জেষ্ঠ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

স্থানীয় অপৰাধ শাখাৰ এটা দলে ঘটনাটোৰ এদিন পিছত অভিযুক্ত জাদেজাক গ্ৰেপ্তাৰ কৰে। কচ্ছ জিলাৰ স্থানীয় আদালতে বুধবাৰে জাদেজাক এদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে।

আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, অবৈধ বালি খননৰ বাবে স্থানীয় খনি আৰু খনিজ বিভাগৰ ওচৰত বালিয়াই জাদেজাৰ বিৰুদ্ধে কেইবাবাৰো অভিযোগ দাখিল কৰিছিল। তাৰ পৰিণতিত বালিয়াক কেইবাবাৰো সকীয়াই দিছিল বালি মাফিয়া জাদেজাই।

কিন্তু এনে সকীয়নিলৈ ভ্ৰুক্ষেপ নকৰি বাৰে বাৰে জাদেজাৰ অনৈতিক কাণ্ডৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবেই অৱশেষত নিজ পুত্ৰক হেৰুৱাব লগা হ’ল বালিয়াই। ইফালে সমগ্ৰ ঘটনাৰ তদন্ত কৰি থকা আৰক্ষীয়ে জাদেজাৰ বিৰুদ্ধে ভূমি দখলৰো অভিযোগ আছে বুলি জানিবলৈ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

৫০০ বছৰ ধৰি আমি ভুল মানচিত্ৰ পঢ়ি আছিলোঁ নেকি? ৰাষ্ট্ৰসংঘই সলনি কৰিলে পৃথিৱীৰ মেপ!

September 5, 2026 8:03 pm
চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি, তাৰ মাজতেই আশাৰ ৰেঙনি! ১০ দিনৰ পাছত সুৰংগৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিক

September 5, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

এচিয়া কাপত পাকিস্তানৰ বিৰুদ্ধে নামিয়েই ইতিহাস ৰচিলে হৰমনপ্ৰীত কৌৰে

September 5, 2026 10:01 pm
১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

১০ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান ছুপাৰ লীগ, পুৰণি ‘হোম এণ্ড এৱে’ ফৰ্মেটলৈ ঘূৰিল ভাৰতীয় ফুটবল

September 5, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd