• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাৰ্ঘেৰিটাৰ ১৪ বছৰীয়া কিশোৰী ধৰ্ষণকাণ্ডৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেইললৈ প্ৰেৰণ

লক্ষ্মণ শৰ্মা by লক্ষ্মণ শৰ্মা
April 24, 2018 1:40 pm
92
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত নামদাং চাহ বাগিচালৈ ফুচুলাই নি ৰাতি এজনী ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰা দুই নৰাধম ক্ৰমে ধন বজৰাৰ সুশীল কুমাৰৰ পুতেক বিকাশ কুমাৰ শৰ্মা (২০) আৰু বালুখাদ অঞ্চলৰ বীৰ প্ৰধানৰ পুতেক ৰিকাশ প্ৰধান (২০)ক ২৩ এপ্ৰিলৰ পুৱতি নিশা গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী সক্ষম হৈছে। বৰ্তমান দুয়োজনকে জিলা কাৰাগৰলৈ প্ৰেৰণ কৰা হৈছে বুলি সূত্ৰটোৱে জনাইছে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, বিকাশ কুমাৰ শৰ্মাই যোৱা ১৬ এপ্ৰিলত মাৰ্ঘেৰিটাৰ কেন্দ্ৰীয় বিহু তলীৰ পৰা এগৰাকী ১৪ বছৰীয়া কিশোৰীক ফুচুলাই নামদাং চাহ বাগিচালৈ লৈ যায়, য’ত তেওঁৰ বাবে বীৰ প্ৰধানে অপেক্ষা কৰি আছিল। দুয়ো ছোৱালীজনীক ধৰ্ষণ কৰাৰ পিছত বিকাশ কুমাৰে তাইক পুনৰ লৈ আহে আৰু ধন বজাৰৰ ওচৰত ধৰ্ষণ কৰে।

ঘটনাটোৰ বিষয়ে পিছত ছোৱালীজনীয়ে মাকক কোৱাত মাক হতচকিত মাকে লগে লগে আৰক্ষীক খবৰ দিয়ে।

অভিযোগৰ ভিত্তিত এটা গোচৰ (103/18) ৰুজু কৰি তাৎক্ষণিক সক্ৰিয়তাৰে দুয়োজনকে আজি যোৱা নিশা প্ৰায় ২.৩০ বজাত গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী সক্ষম হয়।

তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষকে মাৰ্ঘেৰিটা আৰক্ষীৰ এই তাৎক্ষণিক কাৰ্য্যকাৰিতাৰ শলাগ লোৱাৰ লগতে এই ধৰণৰ ঘটনাবোৰ বৃদ্ধিত উদ্বিগ্নতা প্ৰকাশ কৰিছে। বিশেষকৈ যুৱ সমাজত এই স্খলন দেখি চিন্তিত হোৱা বুলি প্ৰকাশ কৰে। তেওঁৰ মতে, এইবোৰ সামাজিক ব্যাধি নোহোৱা কৰিবৰ বাবে সমাজৰ সকলো স্তৰৰ আৰু সকলো ক্ষেত্ৰৰ সবল ভূমিকাৰ প্ৰয়োজন আছে।

Recent News

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd