• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধোনীৰ ম’মৰ মূৰ্তি নিৰ্মাণ কৰি বিড়ম্বনাৰ সন্মুখীন মহীশূৰৰ ৱাক্স মিউজিয়াম কৰ্তৃপক্ষ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 8, 2022 1:28 pm
140
VIEWS
Share on FacebookShare on Twitter

Netizen trolls after Picture of MS Dhoni’s wax statue কেৱল পৃথিৱীৰ বিভিন্ন প্ৰান্ততে নহয়, ভাৰতত বহুতো ম’মৰ মূৰ্তিৰ সংগ্ৰহালয় (ৱাক্স মিউজিয়াম) আছে। সেইবোৰত বিখ্যাত লোকসকলৰ ম’মৰ মূৰ্তি আছে।

কৰ্ণাটকৰ মহীশূৰৰ ৱাক্স মিউজিয়ামত টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ এটা ম’মৰ মূৰ্তি স্থাপন কৰা হৈছে। ইতিমধ্যে এইটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

শুকুৰবাৰে এজন টুইটাৰ ইউজাৰে ধোনীৰ ম’মৰ মূৰ্তিৰ এখন ফটো পোষ্ট কৰে যিটোৱে ইতিমধ্যে ৬০০০ লাইক পাইছে। লগতে ১০০ তকৈও অধিক কমেন্টো আহিছে।

লগতে পঢ়ক: নিলামত এটুকুৰা বিৰল গোলাপী হীৰাৰ দাম উঠিল প্ৰায় ৪৮ কোটি টকা

বহুতৰ মতে ধোনীৰ মুখখন তেওঁৰ ম’মৰ মূৰ্তিৰ সৈতে মিলা নাই। কিছুমানে কয় যে ধোনীৰ ম’মৰ মূৰ্তিটো ৰাৱালপিণ্ডি এক্সপ্ৰেছ ছোৱেইব আখটাৰৰ দৰে দেখা গৈছে। ধোনীৰ মুখৰ সৈতে সাদৃশ্যৰ অভাৱৰ বাবে চামুণ্ডেশ্বৰী ৱাক্স মিউজিয়াম কৰ্তৃপক্ষ ট্ৰ’লৰ সন্মুখীন হ’ব লগা হৈছে। বিভিন্ন মন্তব্যৰে ভৰি পৰিছে সামাজিক মাধ্যম।

MS Dhoni wax statue in Mysore. pic.twitter.com/KdsKcPLsaM

— Mufaddal Vohra (@mufaddal_vohra) October 7, 2022

প্ৰসিদ্ধ ক্ৰিকেট লিখক জাৰাদ কিম্বাৰে কৈছে, ‘কোনো মিল নাই’। এজনে আকৌ কৈছে, “ধোনীৰ ম’মৰ মূৰ্তি দেখি মোক ৰণবীৰ কাপুৰৰ কথা মনত পেলাই দিছে।‘’ সেয়াই নহয়, আন এজনে কয়, “চুপ কৰক, এয়া ছোৱেব আখটাৰ, ধোনী নহয়।‘’ তাতে সুৰ মিলাই এজনে ক’লে, “অহো! ছোৱেব মালিকে ভাৰতীয় দলৰ জাৰ্চি পিন্ধি আছে।‘’ 

Recent News

MH17 বিমানত ক্ষেপণাস্ত্ৰ নিক্ষেপ ৰাছিয়াৰ! মানৱ অধিকাৰ আদালতৰ সিদ্ধান্তত অস্বস্তিত পুটিন

MH17 বিমানত ক্ষেপণাস্ত্ৰ নিক্ষেপ ৰাছিয়াৰ! মানৱ অধিকাৰ আদালতৰ সিদ্ধান্তত অস্বস্তিত পুটিন

আপোনাৰ শেঙুনে আপোনাৰ স্বাস্থ্যৰ বিষয়ে ক’ব পাৰে বহু কথা, জানক সবিশেষ…

আপোনাৰ শেঙুনে আপোনাৰ স্বাস্থ্যৰ বিষয়ে ক’ব পাৰে বহু কথা, জানক সবিশেষ…

বজাৰত ৫০ টকীয়া মুদ্ৰাৰ বিষয়ে জল্পনা-কল্পনা! দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰই কি ক’লে?

বজাৰত ৫০ টকীয়া মুদ্ৰাৰ বিষয়ে জল্পনা-কল্পনা! দিল্লী উচ্চ ন্যায়ালয়ত কেন্দ্ৰই কি ক’লে?

য়েমেনত ফাঁচীৰ পৰা ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াক বচাবলৈ কেতিয়া শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে?

য়েমেনত ফাঁচীৰ পৰা ভাৰতীয় নাৰ্ছ নিমিষা প্ৰিয়াক বচাবলৈ কেতিয়া শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd