• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বব্যাপী খাদ্য সংকটৰ সমাধানত অৰিহণা যোগাবলৈ সাজু ৰাছিয়া: পুটিন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 10, 2022 12:23 pm
132
VIEWS
Share on FacebookShare on Twitter

Russia wants to contribute to the world food crisis ৰাছিয়া বিশ্বব্যাপী খাদ্য সমস্যাৰ সমাধানত অংশগ্ৰহণ কৰিবলৈ আৰু বিশেষকৈ দৰিদ্ৰ দেশসমূহক সহায় কৰিবলৈ সাজু আছে।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দেওবাৰে দেশখনৰ ‘কৃষি আৰু কৃষিজাত সামগ্ৰী প্ৰক্ৰিয়াকৰণ উদ্যোগ কৰ্মী দিৱস’ উপলক্ষে এক ভিডিঅ’ ভাষণত এই কথা সদৰী কৰে।

লগতে পঢ়ক: Mulayam Singh Yadav passes away: বৰ্ষীয়ান ৰাজনীতিক সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক মুলায়ম সিং যাদৱৰ দেহাৱসান

সংশ্লিষ্ট সকলোকে অভিনন্দন জনাই পুটিনে কয়, “কৃষি হৈছে ৰাছিয়াৰ অৰ্থনীতিৰ প্ৰধান খণ্ড। বৰ্তমান এই খণ্ডটোৱে শক্তি আৰু নিৰ্ভৰযোগ্যতা লাভ কৰিছে। আশা কৰা হৈছে যে এই বছৰ অভিলেখ পৰিমাণৰ খাদ্যশস্য উৎপাদন কৰা হ’ব। কিছু বছৰ আগতে এই স্তৰ প্ৰাপ্ত কৰাটো অতি কঠিন বুলি গণ্য কৰা হৈছিল। কিন্তু, বৰ্তমান ৰাছিয়াৰ ৰপ্তানিৰ সম্ভাৱনা নিজৰ দেশৰ দৈনন্দিন সামগ্ৰীৰ চাহিদা পূৰণ কৰাৰ উপৰিও বৃদ্ধি পাইছে। সেয়েহে আমি দৰিদ্ৰ দেশবোৰক বিশেষভাৱে সহায় কৰিম।‘’

তেওঁ কয়, “বিশ্বব্যাপী খাদ্যকলৈ অহা প্ৰত্যাহ্বানসমূহত অৰিহণা যোগাবলৈ ৰাছিয়া সাজু। ইয়াৰ অধীনত দৰিদ্ৰ আৰু উন্নয়নশীল দেশসমূহক প্ৰয়োজনীয় সহায় আগবঢ়োৱা হ’ব।”

লগতে পঢ়ক: Microplastics in human breast milk: মাতৃদুগ্ধত প্লাষ্টিক! মাতৃসকলে শীঘ্ৰেই কি কৰা উচিত? কি পৰামৰ্শ বিজ্ঞানীসকলৰ?

পুটিনে স্বীকাৰ কৰে যে অভূতপূৰ্ব পশ্চিমীয়া নিষেধাজ্ঞাৰ বাবে তেওঁৰ দেশৰ কৃষি খণ্ডই যথেষ্ট প্ৰতিকূলতাৰ সন্মুখীন হৈছে। অৱশ্যে চৰকাৰী সাহায্যৰ জৰিয়তে এই বাধাসমূহ সমাধান কৰা হ’ব বুলি তেওঁ কয়।

Recent News

হত্যা কৰি ঘৰতে পুতি থৈছিল মৃতদেহ; গুৱাহাটীত স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ পত্নী

হত্যা কৰি ঘৰতে পুতি থৈছিল মৃতদেহ; গুৱাহাটীত স্বামীক হত্যা কৰাৰ অপৰাধত গ্ৰেপ্তাৰ পত্নী

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ট্ৰেজিক হিৰো! অথলে গ’ল জাদেজাৰ যুঁজ; ২২ ৰানত পৰাস্ত ভাৰত, শৃংখলাত আগবাঢ়িল ইংলেণ্ড

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

ভ্ৰমণ প্ৰিয় এটা বান্দৰ! বান্দৰৰ ভ্ৰমণ কাহিনীয়ে খলকনি তুলিছে সামাজিক মাধ্যমত

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd