• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

এফালে চিছ’দিয়া, আনফালে মোদী! এইবাৰ নাৰ্কো টেষ্টৰ প্ৰত্যাহ্বানেৰে আক্ৰমণ-প্ৰত্যাক্ৰমণ বিজেপি-আপৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 19, 2022 11:53 am
BJP demands narco test for Sisodia
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী চৰকাৰৰ আবকাৰী নীতি সন্দৰ্ভত চিবিআইৰ জেৰাৰ পিছতে দিল্লীৰ উপ মুখ্যমন্ত্ৰী তথা আপ নেতা মনীষ চিছ’দিয়াই জেৰাৰ সময়ত তেওঁক আপ ত্যাগ কৰি বিজেপিত যোগদানৰ হেঁচা দিয়া বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰাৰ পিছতে চিছ’দিয়াৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিজেপি।

কেন্দ্ৰৰ শাসনাধিষ্ঠ দলটোৱে চিছ’দিয়াৰ এই অভিযোগৰ সত্যতা প্ৰমাণৰ বাবে নাৰ্কো পৰীক্ষাত অৱতীৰ্থ হ’বলৈ প্ৰত্যাহ্বান জনাইছে। পশ্চিম দিল্লীৰ বিজেপি সাংসদ পৰবেশ বাৰ্মাই চিছ’দিয়া যদি প্ৰকৃততে এগৰাকী সৎ নেতা হয় তেন্তে তেওঁ নাৰ্কো পৰীক্ষাত সন্মত হ’ব লাগে বুলি প্ৰত্যাহ্বান জনাইছে।

Apply Now

যদি কোনো চিবিআই বিষয়াই চিছ’দিয়াক বিজেপিত যোগদান কৰিবলৈ প্ৰস্তাৱ দিছে, তেওঁ সেই বিষয়াজনৰ নাম প্ৰকাশ কৰা উচিত বুলি মন্তব্য কৰি বাৰ্মাই নাম প্ৰকাশ নকৰিলে নাৰ্কো পৰীক্ষাৰ বাবে সন্মত হ’ব লাগে, নহ’লে পদত্যাগ কৰিব লাগে বুলি প্ৰত্যাহ্বান জনায়।

বাৰ্মাৰ লগতে আন এগৰাকী বিজেপি নেতা কপিল মিশ্ৰাই দিল্লী আবকাৰী নীতি গোচৰৰ অভিযুক্ত চিছ’দিয়াৰ অভিযোগক তেওঁৰ বিৰুদ্ধে চলি থকা তদন্তক প্ৰভাৱিত কৰাৰ এক নিৰ্লজ্জ প্ৰয়াস হিচাপে অভিহিত কৰে।

ইফালে বিজেপি নেতাসকলৰ এই প্ৰত্যাহ্বানৰ পিছতে আম আদমী পাৰ্টীয়ে প্ৰধানমন্ত্ৰী মোদীৰ নাৰ্কো পৰীক্ষাৰ দাবী জনাই তেওঁক “শতিকাৰ আটাইতকৈ মিথ্যাচাৰী” বুলি অভিহিত কৰে।

বিজেপিক প্ৰতি-আক্ৰমণ কৰি আপ বিধায়ক সৌৰভ ভৰদ্বাজে প্ৰধানমন্ত্ৰী মোদীক “ধাৰাবাহিক মিথ্যাচাৰী” বুলি অভিহিত কৰি সকলো ৰাজনীতিবিদৰ মাজত মোদীয়েই সৰ্বাধিক সংখ্যক মিছা কথা কয় বুলি কটাক্ষ কৰে। লগতে ভৰদ্বাজে বিজেপিয়ে মোদীৰ নাৰ্কো পৰীক্ষা সম্পন্ন কৰিবই লাগে বুলিও প্ৰত্যাহ্বান জনায়।

উল্লেখ্যে যে দিল্লী চৰকাৰৰ আবকাৰী নীতি কেলেংকাৰীৰ সন্দৰ্ভত চিবিআইৰ মুখ্য কাৰ্যালয়ত সোমবাৰে চিছ’দিয়াক ন ঘণ্টাতকৈও অধিক সময় জেৰা কৰা হৈছিল। চিবিআই কাৰ্যালয়ৰ পৰা বাহিৰ ওলোৱাৰ পিছতে চিছ’দিয়াই দাবী কৰিছিল যে যদি তেওঁ আপ ত্যাগ কৰে, তেন্তে তেওঁক মুখ্যমন্ত্ৰীৰ পদ প্ৰদান কৰা হ’ব বুলি জেৰাৰ সময়ত প্ৰস্তাৱ দিয়া হৈছিল।

আনহাতে তদন্তকাৰী সংস্থা চিবিআইয়ে চিছ’দিয়াৰ এই অভিযোগ খণ্ডন কৰি এক বিবৃতি প্ৰকাশ কৰিছিল। এই বিবৃতি যোগে কেন্দ্ৰীয় তদন্ত সংস্থাটোৱে চিছ’দিয়াৰ বিৰুদ্ধে এজাহাৰত থকা অভিযোগ অনুসৰি কঠোৰভাৱে পেছাদাৰী আৰু আইনী ভাৱে জেৰা সম্পন্ন কৰা হৈছিল বুলি দাবী কৰে।

গোচৰটোৰ তদন্ত আইন অনুসৰি অব্যাহত থাকিব বুলি চিবিআই- এ বিবৃতিটোত লগতে উল্লেখ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd