• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গুগলক ১,৩৩৭ কোটি টকাৰ জৰিমনা কেন্দ্ৰৰ; ওলোটাই ‘সতৰ্ক’ কৰি দিলে চাৰ্চ ইঞ্জিন সংস্থাটোৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 22, 2022 6:51 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ কেন্দ্ৰৰ ৰোষৰ সন্মুখীন হৈছে গুগল। জনপ্ৰিয় চাৰ্চ ইঞ্জিন সংস্থাটোক বৃহৎ পৰিমাণৰ জৰিমনা বিহা হৈছে! এইবাৰ সংস্থাটোৱে ইয়াকে লৈ ওলোটাই প্ৰায় সতৰ্ক কৰি দিছে। কিন্তু গুগলক কিয় জৰিমনা বিহা হ’ল?

কেন্দ্ৰই দাবী কৰিছে যে গুগলে প্ৰভাৱ খটুৱাই এণ্ড্ৰইড ম’বাইল ফোনৰ জগতত একচেটিয়া আধিপত্য গঢ়ি প্ৰতিযোগিতাৰ চৰ্ত উলংঘা কৰিছে। আৰু সেইকাৰণে এইবাৰ কেন্দ্ৰীয় চৰকাৰে এলফাবেট আইএনচিৰ আওতাৰ অধীনৰ গুগলৰ ওপৰত বৃহৎ জৰিমনা আৰোপ কৰিছে।

লগতে পঢ়ক: সন্মুখৰ পৰা নেতৃত্ব! সামৰিক সমাৱেশ পৰিদৰ্শন কৰি স্নাইপাৰ চলালে পুটিনে (চাওক ভিডিঅ’)

Apply Now

মোডী চৰকাৰৰ অধীনৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা নিয়ামক সংস্থাই (চিচিআই) আন্তঃৰাষ্ট্ৰীয় সংস্থাটোৰ ওপৰত ১,৩৩৭.৭৬ কোটি টকাৰ জৰিমনা আৰোপ কৰিছে।

চিচিআইৰ মতে, গুগলে কেৱল এণ্ড্ৰইড অপাৰেটিং চিষ্টেম (অ’এছ) পৰিচালনা কৰাই নহয়, লগতে সকলো বোৰৰ চোৱাচিতাও কৰে। তেওঁলোকৰ মালিকানাধীন আন এপবোৰৰো অনুজ্ঞা পত্ৰ তেওঁলোকে দিয়ে। গতিকে স্মাৰ্টফোন হেণ্ডছেট প্ৰস্তুত কৰা সংস্থাবোৰেও তেওঁলোকৰ মোবাইল ফোনত অ’এছ (এণ্ড্ৰইড অপাৰেটিং চিষ্টেম) আৰু গুগল এপ ব্যৱহাৰ কৰিবলৈ বাধ্য হয়।

লগতে পঢ়ক: যিকোনো যুদ্ধৰ বাবে সাজু চীনৰ সশস্ত্ৰ বাহিনী; সতৰ্ক কৰি দিছে প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেংহে

সেইকাৰণে তেওঁলোকে গুগলৰ দ্বাৰা সৃষ্টি কৰা অধিকাৰ আৰু দায়বদ্ধতাৰ সৈতে সম্পৰ্কিত কেইবাটাও চুক্তিত স্বাক্ষৰ কৰিব লাগে। তাৰে এটা হ’ল মোবাইল এপ্লিকেচন বিতৰণ চুক্তি। ইয়াৰ অধীনত গুগলৰ চাৰ্চ ইঞ্জিন এপ, ক্ৰ’ম ব্ৰাউজাৰ (গুগল ক্ৰ’ম), উইজেট ইতিমধ্যে এণ্ড্ৰইড ম’বাইল ফোনত ইনষ্টল কৰা হৈছে।

এনেদৰে সংস্থাটোৱে স্মাৰ্টফোন বজাৰৰ ৯৮ শতাংশ আধিপত্য বিস্তাৰ কৰিছে। স্বাভাৱিকতে, গুগল সদায়ে আন প্ৰতিযোগীতকৈ আগবাঢ়ি থাকে। এনেদৰে, তেওঁলোকে প্ৰকৃততে আনৰ বজাৰ দখল কৰাৰ পথত বাধা সৃষ্টি কৰে। ফলস্বৰূপে, লাভো অকলে উপভোগ কৰে। আৰু ইয়াৰ বাবে অন্যান্য সংস্থাবোৰক লোকচানৰ মুখলৈ ঠেলি দিয়া হয়। সেইকাৰণে গুগলে জৰিমনা ভৰিব লগা হৈছে।

লগতে পঢ়ক: আমেৰিকা যুক্তৰাষ্ট্ৰৰ অনুৰোধতে ইটালী, জাৰ্মানীত ৰাছিয়াৰ নাগৰিকক গ্ৰেপ্তাৰ; ৰাছিয়াৰ গৰিহণা

ইপিনে, গুগলে কৈছে যে কেন্দ্ৰৰ এই সিদ্ধান্তৰ বাবে ভাৰতীয় ব্যৱহাৰকাৰী আৰু ব্যৱসায় দুয়ো সমস্যাত পৰিব পাৰে। এণ্ড্ৰইডৰ সুৰক্ষাত বিশ্বাস কৰা ব্যৱহাৰকাৰীসকলো সমস্যাত পৰিব পাৰে। একে সময়তে দেশৰ বজাৰত স্মাৰ্টফোনৰ মূল্যও বৃদ্ধি হ’ব পাৰে! গুগলে জনাইছে যে বিষয়টো পৰ্যালোচনা কৰাৰ পিছত তেওঁলোকে ইয়াৰ পৰৱৰ্তী পদক্ষেপ ল’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd