• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰংজুলিত বহু হেক্টৰ ভূমিৰ ধাননি খাই তহিলং কৰিলে বন্যহস্তীয়ে; মূৰে-কপালে হাত কৃষকৰ

নীলমনি শর্মা, কৃষ্ণাই by নীলমনি শর্মা, কৃষ্ণাই
October 23, 2022 6:56 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰংজুলি কেইবাখনো গাঁৱত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ ৷ জাকে জাকে বন্যহস্তীয়ে খেতিপথাৰত প্ৰৱেশ কৰি উছন কৰি গৈছে ধাননি ৷ ৰংজুলিৰ কেইবাখনো গাঁৱত ইতিমধ্যে বহু হেক্টৰ কৃষি ভূমিৰ ধাননি বন্যহস্তীয়ে খাই শেষ কৰি পেলোৱাত হাহাকাৰ অৱস্থা কৃষক সকলৰ মাজত ৷

বৃহৎ বৃহৎ হাতীৰ জাকে খেতিপথাৰত প্ৰৱেশ কৰাৰ ফলত ওৰে নিশা পহৰা দিও কৃষিভূমি ৰক্ষা কৰিব নোৱাৰি উপায়হীন হৈ পৰিছে বহু কৃষক ৷

ৰংজুলিৰ পাটপাৰা আদি অঞ্চলত বিগত দহ-পোন্ধৰ দিন ধৰি ৩০-৪০ জনীয়া হাতীৰ জাকে চলাইছে এনে সন্ত্ৰাস ৷ নিশা হ’লেই হাতীৰ জাকটোৱে বনাঞ্চলৰ পৰা কৃষকৰ পথাৰত প্ৰৱেশ কৰি এফালৰ পৰা ধাননি তহিলং কৰি গৈছে ৷ ফলত বৃদ্ধি হৈছে হাতী-মানুহৰ সংঘাত ৷ চকুৰ পচাৰতে হাতীৰ জাকে পথাৰৰ গেৰ ধৰা ধান খাই পেলোৱাত অসহায় হৈ চাই থাকিবলগীয়া হৈছে কৃষক সকল ৷

Apply Now

যোৱা নিশাও পাটপাৰা গাঁৱত উদয় ৰাভা নামৰ এগৰাকী কৃষকৰ ১২ বিঘাতকৈ অধিক ভূমিৰ ধান খেতি খাই শেষ কৰি পেলোৱাত এতিয়া মুৰে কপালে হাত দিবলগীয়া হৈছে কৃষক গৰাকী ৷ এসপ্তাহ পিছতে চপাবলগীয়া ধাননি দৰাও খাই শেষ কৰি পেলাইছে বন্যহস্তীৰ জাকে ৷

আনহাতে, হাতী-মানুহৰ সংঘাত ৰোধত চুড়ান্তভাৱে ব্যৰ্থ বন বিভাগ ৷ ভুক্তভোগী কৃষক সকলে উল্লেখ কৰা অনুসৰি মাজে মাজে বন বিভাগৰ লোক উপস্থিত হৈ হাতী সমুহক খেদি পথায় যদিও পিছমুহূৰ্ততে পুনৰ খেতিপথাৰত প্ৰৱেশ কৰি একেই উপদ্ৰৱ চলায় বন্যহস্তীৰ জাকে ৷ এফালৰ পৰা বন্যহস্তীৰ জাকে ধাহি-মুহি লৈ যায় ধাননি পথাৰ ৷ ফলত ৰাইজে বন্যহস্তীৰে সংঘাতত লিপ্ত হবলৈ বাধ্য হয় ৷

নীলমনি শর্মা, কৃষ্ণাই

নীলমনি শর্মা, কৃষ্ণাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যাৰ নামত দাখিল হৈছিল এজাহাৰ, ১০ লাখ টকা বান সাহায্য লাভ কৰি সেই সময়ক ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্তৰ

যাৰ নামত দাখিল হৈছিল এজাহাৰ, ১০ লাখ টকা বান সাহায্য লাভ কৰি সেই সময়ক ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্তৰ

August 9, 2026 10:34 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 9, 2026 9:09 am
পুৱা খোজ কাঢ়িবলৈ গৈ কৰুণ পৰিণতি! আৰক্ষী বিষয়াৰ নিচাগ্ৰস্ত পুত্ৰৰ মাৰ্চিডিজৰ খুন্দাত মৃত্যু বৃদ্ধাৰ

পুৱা খোজ কাঢ়িবলৈ গৈ কৰুণ পৰিণতি! আৰক্ষী বিষয়াৰ নিচাগ্ৰস্ত পুত্ৰৰ মাৰ্চিডিজৰ খুন্দাত মৃত্যু বৃদ্ধাৰ

August 9, 2026 8:51 am
সাঁতোৰত অসমৰ আন এক সোণালী সাফল্য; কস্তুৰী গগৈৰ দ্বিতীয়টো সোণৰ পদক জয়

সাঁতোৰত অসমৰ আন এক সোণালী সাফল্য; কস্তুৰী গগৈৰ দ্বিতীয়টো সোণৰ পদক জয়

August 9, 2026 8:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যাৰ নামত দাখিল হৈছিল এজাহাৰ, ১০ লাখ টকা বান সাহায্য লাভ কৰি সেই সময়ক ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্তৰ

যাৰ নামত দাখিল হৈছিল এজাহাৰ, ১০ লাখ টকা বান সাহায্য লাভ কৰি সেই সময়ক ধন্যবাদ মুখ্যমন্ত্ৰী হিমন্তৰ

August 9, 2026 10:34 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

August 9, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd