• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভয়ংকৰ যুদ্ধৰ ইংগিত! হাজাৰ হাজাৰ লোকক চহৰ এৰি যোৱাৰ নিৰ্দেশ ৰাছিয়ান কৰ্তৃপক্ষৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 23, 2022 1:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Russia orders Kherson citizens to leave ৰাছিয়াৰ প্ৰশাসনে দক্ষিণ ইউক্ৰেইনৰ খেৰচন চহৰৰ সকলো অসামৰিক লোকক আন ঠাইলৈ যাবলৈ আৰু চহৰখন খালি কৰিবলৈ নিৰ্দেশ দিছে। ইউক্ৰেইনৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ কৰ্তৃপক্ষই এই নিৰ্দেশ জাৰি কৰিছে।টেলিগ্ৰামত শ্বেয়াৰ কৰা এটা পোষ্টত ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে এই সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰিছে।

যোৱা ফেব্ৰুৱাৰীত ৰাছিয়াৰ আক্ৰমণৰ পিছৰে পৰা খেৰচন ৰাছিয়াৰ নিয়ন্ত্ৰণত আছে। এতিয়া ৰাছিয়াৰ প্ৰশাসনে আশংকা কৰিছে যে ইউক্ৰেনে চহৰখন পুনৰ দখল কৰিবলৈ প্ৰত্যাক্ৰমণ আৰম্ভ কৰিব পাৰে।

লগতে পঢ়ক: আৰু ক্ষমতাশালী হ’ল জিনপিং; কমিউনিষ্ট পাৰ্টিৰ নতুন সংবিধানত অস্বীকাৰ টাইৱানৰ স্বাধীনতা

Apply Now

ৰাছিয়ান প্ৰশাসনৰ সূত্ৰ অনুসৰি, ইউক্ৰেইনৰ সেনা বাহিনী খেৰছনৰ অতি ওচৰলৈ আহিছে। ইউক্ৰেনে যিকোনো মুহূৰ্তত প্ৰতিশোধ ল’ব পাৰে। ফলস্বৰূপে চহৰখনৰ সকলো বাসিন্দাক আগতীয়াকৈ চহৰ এৰি আন সুৰক্ষিত আশ্ৰয়স্থলীলৈ যাবলৈ কোৱা হৈছে।

ৰাছিয়াৰ প্ৰশাসনে ইতিমধ্যে প্ৰায় ৬০ হাজাৰ অসামৰিক লোকক সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। প্ৰায় ২৫ হাজাৰ লোকক স্থানান্তৰ কৰা সম্ভৱ হৈছে। বাকীসকলকো আঁতৰাই নিয়াৰ চেষ্টা চলাই থকা হৈছে।

ইপিনে, ইউক্ৰেইনৰ বায়ু সেনাই শনিবাৰে এক বিবৃতিত কয় যে ৰাছিয়াই ইউক্ৰেইনৰ একাধিক গুৰুত্বপূৰ্ণ স্থানত মিছাইল আক্ৰমণ চলাইছে। বিবৃতিটোত কোৱা হৈছে, “৩৩ টা মিছাইলৰ ভিতৰত ১৮ টা ধ্বংস কৰা হৈছে।”

লগতে পঢ়ক:‘পুলিৎজাৰ’ৰ মঞ্চত সজল মুহূৰ্ত! মৃত পিতৃৰ বঁটা গ্ৰহণ কৰিবলৈ আহিল দুই কণমানি সন্তান

কিয়েভৰ মেয়ৰ ভিটালি ক্লিশকোৱে কয় যে ৰাছিয়াই শনিবাৰে ৰাতিপুৱা ৰাজধানীৰ কেইবাটাও স্থানত আক্ৰমণ চলাইছে।

Saturday in Ukraine starts with a barrage of Russian missiles aimed at critical civilian infrastructure. We have intercepted part of them, others hit targets. Air defense saves lives. There should not be a minute of delay in capitals deciding on air defense systems for Ukraine.

— Dmytro Kuleba (@DmytroKuleba) October 22, 2022

আনহাতে, ৰাছিয়াই কৈছে যে ৰাষ্ট্ৰপতি পুটিনে আৰম্ভণিৰে পৰা ইউক্ৰেইনৰ সৈতে আলোচনাৰ পক্ষপাতী আছিল আৰু তেওঁৰ সিদ্ধান্ত এতিয়াও সলনি হোৱা নাই। ৰাছিয়ান প্ৰশাসনৰ মুখপাত্ৰ দিমিত্রি পেচকভে শুকুৰবাৰে কয় যে পুটিন “সদায় আলোচনাৰ পক্ষত” আছে। যুদ্ধৰ সমাপ্তিৰ বাবে আলোচনাৰ সম্ভাৱনা সন্দৰ্ভত তেওঁ কয়, “আমি আশা এৰি দিয়া নাই!”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am
অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am
অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd