• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহিলাৰ সৈতে ঘনিষ্ঠতা, হানী ট্ৰেপিং চক্ৰৰ কবলত পৰিয়েই আত্মহত্যা কৰ্ণাটকৰ লিঙ্গায়ত ধৰ্মগুৰুৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 30, 2022 9:32 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Lingayat monk Basavlinga Swami suicide case কৰ্ণাটকৰ এটা মঠত এজন লিঙ্গায়ত সন্ন্যাসীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছিল। ধৰ্মগুৰুজনক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ উঠিছিল। আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত এগৰাকী মহিলাসহ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। জানিব পৰা গৈছে যে অভিযুক্ত মহিলাগৰাকীয়ে ধৰ্মীয় নেতাজনক হানী ট্ৰেপিঙত পেলোৱাৰ চেষ্টা কৰিছিল।

তদন্তকাৰী বিষয়াসকলে ধাৰণা কৰিছে যে মহিলাগৰাকীৰ সৈতে তেওঁৰ অন্তৰংগ মুহূৰ্তৰ ভিডিঅ’ ফাদিল কৰিব বুলি ধৰ্মগুৰুজনক ব্লেকমেইল কৰা হৈছিল। ফলস্বৰূপে তেওঁ আত্মহত্যা কৰে।

লগতে পঢ়ক: ট্ৰেজেদিত পৰিণত হ’ল হেলোইন উৎসৱ; পদপিষ্ট হৈ নিহতৰ সংখ্যা ১৫১ জনলৈ বৃদ্ধি

Apply Now

মঠটো ৰামনগৰ জিলাৰ কাঞ্চুগল বন্দেমঠ অঞ্চলত অৱস্থিত। বাসৱলিঙ্গ স্বামীজী নামৰ ধৰ্মীয় নেতাজনৰ মৃতদেহ তেওঁৰ কোঠাত ওলমি থকা অৱস্থাত পোৱা গৈছিল। আৰক্ষীয়ে জনাইছিল যে ধৰ্মগুৰুজনে আত্মহত্যা কৰিছিল। বাসৱলিঙ্গ স্বামীজীৰ ঘৰৰ পৰা দুই পৃষ্ঠাৰ এখন চুইচাইড নোটো উদ্ধাৰ কৰা হৈছিল।

প্ৰয়াত স্বামীজী যোৱা ২৫ বছৰ ধৰি ৰামনগৰৰ মঠৰ প্ৰধান সন্ন্যাসী আছিল। উদ্ধাৰ হোৱা চুইচাইড নোটত প্ৰয়াত ধৰ্মগুৰুজনে অভিযোগ কৰিছিল যে মঠৰ কেইবাজনো সহকৰ্মীয়ে তেওঁক পদৰ পৰা আঁতৰাবলৈ ষড়যন্ত্ৰ আৰম্ভ কৰিছিল।

লগতে পঢ়ক: বিৰল ৰোগত আক্ৰান্ত অভিনেত্ৰী সামান্থা; ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিলে যন্ত্ৰণাৰ কথা

আৰক্ষীয়ে ধৰ্মগুৰুজনৰ চুইচাইড নোটৰ সন্দৰ্ভত মহিলাগৰাকীকে ধৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে। তদন্তকাৰীসকলৰ মতে যেতিয়া বাসৱলিংগ মহিলাগৰাকীৰ ঘনিষ্ঠ হৈ পৰিছিল কোনোবাই গোটেই দৃশ্যটো মোবাইল ফোনৰ কেমেৰাত বন্দী কৰিছিল। তেওঁ এনে অৱস্থাত আত্মহত্যা কৰিছিল বুলি আৰক্ষীয়ে ধাৰণা কৰিছে।

উল্লেখ্য যে প্ৰায় চাৰে তিনি বছৰ ধৰি ১৫ আৰু ১৬ বছৰ বয়সৰ দুগৰাকী কিশোৰীক বলাৎকাৰ কৰাৰ অভিযোগ আছিল লিংগায়ত ধৰ্মগুৰু শিৱমূৰ্তিৰ বিৰুদ্ধে । প্ৰথমতে তেওঁক আটক কৰি মুকলি কৰি দিয়াৰ পিছত মাইচুৰু চহৰত প্ৰতিবাদ উত্তাল হৈ পৰিছিল। অৱশেষত ছেপ্টেম্বৰত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। পকচো আইনৰ অধীনত তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে।

লগতে পঢ়ক: কাৰ্বি আংলঙত উত্তৰ প্ৰদেশৰ পঞ্জীয়ন নম্বৰৰ বাহনৰ পৰা উদ্ধাৰ ১৫ কোটি টকা মূল্যৰ ড্ৰাগছ: দুজনক গ্ৰেপ্তাৰ

মাইচুৰু আৰক্ষীয়ে দাখিল কৰা অভিযোগ অনুসৰি ভুক্তভোগী দুগৰাকী মুৰুঘা মঠৰ দ্বাৰা পৰিচালিত এখন বিদ্যালয়ত অধ্যয়ন কৰি আছিল। ১৫ আৰু ১৬ বছৰ বয়সৰ কিশোৰী দুগৰাকীক শিৱমূৰ্তিয়ে প্ৰায় চাৰে তিনি বছৰ ধৰি যৌন নিৰ্যাতন চলাইছিল। পিছত নিৰ্যাতিতাই এটা বেচৰকাৰী সংস্থাৰ সৈতে যোগাযোগ কৰে আৰু সমস্ত ঘটনা সদৰী কৰে। তাৰ পিছত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd