• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গেৰুৱাকৰণ! উত্তৰ প্ৰদেশত ‘এ ফৰ এপল ‘ বুলি নিশিকায় শিশুক

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 3, 2022 8:32 am
136
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশত এতিয়াৰে পৰা আৰু নচলিব ‘এ ফৰ এপল ‘ । শিশুৱে ইংৰাজী আখৰ চিনাক্ত কৰিবলৈ শিকাৰ প্ৰথম পদক্ষেপ হৈছে ‘এ ফৰ আপেল’, ‘বি ফৰ বল’। কিন্তু উত্তৰ প্ৰদেশত এতিয়া সেই নিয়ম সলনি হৈছে।শিশুসকলক ইংৰাজী শিকোৱা এখন বিদ্যালয়ৰ কিতাপত ‘এ ফৰ এপল ‘ ৰ সলনি ‘অৰ্জুন’ৰ বুলিহে দিয়া হৈছে।একে দৰে বি ফৰ বল নহয়, এতিয়াৰে পৰা শিশুৱে ‘বলৰাম’ৰ শিকিব লাগিব।

বৰ্ণমালাত চিৰ বাবে কেটৰ পৰিৱৰ্তে চাণক্যৰ নাম ৰখা হৈছে। ইংৰাজী বৰ্ণমালাৰ সকলো ২৬ টা আখৰ এনেদৰে পুৰাণ বা ভাৰতৰ ঐতিহাসিক ব্যক্তিত্বৰ নামৰ সৈতে সংযুক্ত কৰা হৈছে। আমিনাবাদ ইণ্টাৰ কলেজ, লক্ষ্ণৌয়ে শিশুৰ বাবে যুগুতকৰা কিতাপত ইংৰাজী বৰ্ণমালাত এনে ‘পৰিৱৰ্তন’ কৰিছে। উদ্দেশ্য টো হ’ল শিশুসকলৰ মাজত কম বয়সৰ পৰাই দেশৰ ইতিহাস আৰু পৌৰাণিক কাহিনীৰ বিষয়ে সজাগতা সৃষ্টি কৰা। বিদ্যালয় কৰ্তৃপক্ষই শিশুসকলক দেশৰ ইতিহাস আৰু পৌৰাণিক কাহিনীৰ বিভিন্ন চৰিত্ৰৰ বিষয়ে জনাব বিচাৰিছে। এই ক্ষেত্ৰত লক্ষ্ণৌৰ সেই মহাবিদ্যালয়খনৰ অধ্যক্ষ লাল মিশ্ৰাই কয়, “ভাৰতীয় সংস্কৃতিৰ বিষয়ে শিক্ষাৰ্থীসকলৰ খুব কম ধাৰণা আছে।

গতিকে আমি তেওঁলোকৰ জ্ঞান বৃদ্ধি কৰিবলৈ এই পদক্ষেপ লৈছো। কিন্তু যিহেতু হিন্দীত চৰিত্ৰৰ সংখ্যা যথেষ্ট বেছি, ইয়াৰ তালিকা প্ৰস্তুত কৰিবলৈ অধিক সময় লাগে।” শিশুগ্ৰন্থত কেৱল পৌৰাণিক আৰু ঐতিহাসিক চৰিত্ৰৰ নামেই নহয়, সেইবোৰৰ বৰ্ণনাও আছে। লক্ষ্ণৌৰ এই বিদ্যালয়খন ১২৫ বছৰ পুৰণি। বিদ্যালয়খন ১৮৯৭ চনত প্ৰতিষ্ঠা কৰা হৈছিল।

Recent News

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

চুলিৰ শক্তি বৃদ্ধি কৰিব বিচাৰেনে! চুলিখিনি শক্তিশালী, চিকচিকিয়া কৰিবলৈ কি ব্যৱহাৰ কৰিব?

ৰঙিয়াত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কোম্পানীয়ে এদিনতে কিনিলে ৩৯ বিঘা ৩ কঠা ১৬ লেচা ভূমি : মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পত্নীৰ ক্ৰয় ৭৫ বিঘা ৩ কঠা ১৬ লেচা ভূমি

ৰঙিয়াত জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ কোম্পানীয়ে এদিনতে কিনিলে ৩৯ বিঘা ৩ কঠা ১৬ লেচা ভূমি : মন্ত্ৰী হোৱাৰ পিছত মন্ত্ৰী পত্নীৰ ক্ৰয় ৭৫ বিঘা ৩ কঠা ১৬ লেচা ভূমি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd